Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Actress Ranya Rao Arrested In bengaluru Airport: বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৪.৮ কিলোগ্ৰাম সোণসহ আটক অভিনেত্ৰী

ধৃত অভিনেত্ৰী ৰন্যা ৰাও কৰ্ণাটক ডিজিপিৰ কন্যা

publisher by publisher
March 5, 2025
in India
Reading Time: 1 min read
0
Actress Ranya Rao Arrested In bengaluru Airport: বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৪.৮ কিলোগ্ৰাম সোণসহ আটক অভিনেত্ৰী
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

নিতৌ খাদ্য দিয়া বৃদ্ধাৰ অন্তিমযাত্রাত শোকবিহ্বল বান্দৰ

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

ভাইৰেল ভিডিঅ’ই কঁপালে কৰ্ণাটক!নিলম্বিত শীৰ্ষ আৰক্ষী বিষয়া ৰামচন্দ্ৰ ৰাও 

Actress Ranya Rao Arrested In bengaluru Airport:

সোমবাৰে সন্ধিয়া বেংগালুৰুৰ কেম্পেগোৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৪.৮ কিলোগ্ৰাম চোৰাং সোণ ৰখাৰ অপৰাধত স্বামীৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী ৰন্যা ৰাওক ৷ ৰাও কৰ্ণাটক ৰাজ্যিক আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ ডিজিপি ৰামচন্দ্ৰ ৰাওৰ কন্যা ৷

ADVERTISEMENT

ইতিমধ্যে অৰ্থনৈতিক অপৰাধ আদালতত অভিনেত্ৰী ৰন্যা ৰাওক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। কাষ্টম বিষয়াসকলৰ মতে, ৰাও ডুবাইৰ পৰা এমিৰেটছৰ বিমানেৰে আহিছিল আৰু সঘনাই আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে তেওঁৰ ওপৰত বিশেষ নজৰ দিয়া হৈছিল৷ যোৱা পষেকৰ চাৰিবাৰকৈ ডুবাইলৈ যোৱাটো লক্ষ্য কৰাৰ পিছত কৰ্তৃপক্ষই সন্দেহ প্ৰকাশ কৰে, যাৰ ফলত উভতি অহাৰ লগে লগে তেওঁক বিমান বন্দৰতে সোন সহ আটক কৰা হয়

আনহাতে এই ঘটনাই সমগ্ৰ কৰ্ণাটকত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ইয়াৰ মাজতে আজি নিজ কন্যা ৰন্যা ৰাওক গ্ৰেপ্তাৰ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰ্ণাটক ৰাজ্যিক আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ ডিজিপি ৰামচন্দ্ৰ ৰাৱে।

ডিজিপি ৰাৱে কয় যে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (ডি আৰ আই) ৰণিয়াক গ্ৰেপ্তাৰ কৰা বুলি শুনি তেওঁ স্তম্ভিত হৈ পৰে। ৰাৱে কয়, “সংবাদ মাধ্যমৰ জৰিয়তে এনে এটা কাণ্ড মোৰ দৃষ্টিগোচৰ হোৱাত মইও স্তম্ভিত আৰু বিধ্বস্ত হৈ পৰিলোঁ। এইবোৰৰ কোনো এটা কথাৰ বিষয়ে মই অৱগত নাছিলোঁ; আন যিকোনো পিতৃৰ দৰে ময়ো স্তম্ভিত হৈ পৰিলোঁ।”
ৰাওৱে লগতে প্ৰকাশ কৰে যে ৰণয়া তেওঁৰ লগত নাথাকে আৰু লগতে কয়, “তাই স্বামীৰ সৈতে পৃথকে থাকে। কিছুমান পাৰিবাৰিক সমস্যাৰ বাবে তেওঁলোকৰ মাজত নিশ্চয় কিবা সমস্যা আছে।”

চলি থকা তদন্তৰ সন্দৰ্ভত তেওঁ কয় যে আইন নিজৰ গতি ল’ব আৰু তেওঁৰ কেৰিয়াৰত কোনো ক’লা তিল নাই। যিয়েই নহওক, আইনে নিজৰ কাম কৰিব । মই ইয়াতকৈ বেছি একো ক’ব নিবিচাৰো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Actress Ranya Rao Arrestedbengaluru AirportKarnatakaSmuggled Gold Seized
publisher

publisher

Related Posts

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

September 25, 2026
অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d