Uno Gaza Relief Camp:সাহায্য শিবিৰৰ পৰা খাদ্যসামগ্রী চুৰি

গাজাৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ

gaza relief camp

Uno Gaza Relief Camp:

যুদ্ধৰ পৰিস্থিতিত প্ৰৱল খাদ্য সংকটত বিপর্যস্ত হৈ পৰিছে গাজা। গাজাৰ একাধিক সাহায্য শিৰিত একপ্ৰকাৰ লুটপাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে । ক্ষুধাতৃৰ মানুহে ডকাইতি কৰাৰ দৰে কাঢ়ি নিছে সাহায্য শিবিৰৰ খাদ্য সামগ্রী

আনকি ৰাষ্ট্ৰসংঘৰ সাহায্য শিবিৰৰ পৰাও বিপুল পৰিমাণৰ খাদ্য সামগ্ৰী চুৰি হৈছে। এই পৰিস্থিতিক কেন্দ্ৰ কৰি উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই

এক বিবৃতিত ৰাষ্ট্ৰসংঘই জনাইছে যে গাজাৰ আইন-শৃংখলা পৰিস্থিতি একেবাৰে ভাঙি পৰিছে। হেজাৰ হেজাৰ মানুহে শিবিৰত প্ৰৱেশ কৰি খাদ্য সামগ্রী লুট কৰি নিছে।

Exit mobile version