Chief Minister Dr. Himanta Biswa Sarma Holds Special Discussion With Bhutanese King: ভূটানী ৰজাৰ স’তে বিশেষ আলোচনাত মিলিত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

cm discation bhutani king 1

Chief Minister Dr. Himanta Biswa Sarma Holds Special Discussion With Bhutanese King:

তিনিদিনীয়া কাৰ্যসূচীৰে শুক্ৰবাৰে বিশেষ বিমান যোগে গুৱাহাটীত উপস্থিত হোৱা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংগচুকৰ স’তে সন্ধিয়া মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এক আলোচনাত মিলিত হয় ৷

আনহাতে আজি সন্ধিয়া ভূটানী ৰজা গৰাকীৰ সন্মানাৰ্থে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই খানাপাৰাস্থ অসম প্ৰশাসনিক মহাবিদ্যালয়ত আয়োজন কৰা নৈশভোজত অংশ ল’ব ৷

ইপিনে ,শনিবাৰে পুৱাই ভূটানৰ ৰজা গৰাকীয়ে ৰাওনা হ’ব কাজিৰঙালৈ ৷ কাজিৰঙাত বাহৰ পাতি পৰিদৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ কাজিৰঙাতে ৰজাৰ
সন্মানাৰ্থে মুখ্যমন্ত্ৰীয়ে আয়োজন কৰা নৈশভোজত অংশগ্ৰহণ কৰিব ৷

Exit mobile version