Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Visit Haflong:হাফলঙত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ১৮২ জন ডিএনএলএ কেডাৰৰ অস্ত্ৰ সম্বৰণ

ডিমা হাচাওৰ ৰাষ্টা- ঘাট উন্নয়নৰ বাবে ছহেজাৰ কোটিৰ পেকেজ , হাফলঙত স্থাপন হ'ব চিকিৎসা মহাবিদ্যালয়

samimsultana by samimsultana
October 28, 2023
in News, Assam, Crime
Reading Time: 2 mins read
0
Cm Visit Haflong:হাফলঙত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ১৮২ জন ডিএনএলএ কেডাৰৰ অস্ত্ৰ সম্বৰণ
2
SHARES
22
VIEWS
ShareShareShareShare

Cm Visit Haflong:

পাৰ্বত্য জিলা ডিমাহাচাওৰ সদৰ হাফলঙত আজি পুৱাতে উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিতিত ডিমাহাচাওৰ বিদ্ৰোহী সংগঠন ডিএনএলএৰ প্ৰায় ১৮২ জন নেতা-কেডাৰে আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰি মুল সূতিলৈ উভতি আহে ৷

ADVERTISEMENT

cm3হাফলঙৰ জিলা ক্ৰীড়া সংস্থা খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অস্ত্ৰ সম্বৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই ভাষণত কয়,আজি দিনটো ডিমা হাচাওৰ বাবে এটা ভাল দিন ৷ এসময়ৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠন ডিএনএলএৰ দুই শতাধিক নেতা-কেডাৰে অস্ত্ৰ সম্বৰণ কৰি মুল সূতিলৈ উভতি আহে ৷

RelatedPosts

Nandita Gorlosa:বিজেপি ত্যাগ কৰা মন্ত্ৰী নন্দিতা গার্লোছাৰ মনোনয়ন পত্র দাখিল

Republic Day Celebrating in Diphu-Haflong:ডিফু ,হামৰেণ আৰু হাফলঙতো ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন

Heavy Rainfall In Dimahasau:বানত বুৰ গ‘ল হাফলং চহৰ !

পাহাৰীয়া ৰাজ্য খনৰ সৰ্বাগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ ৷ ৰাষ্টা- ঘাট- দলং নিৰ্মাণৰ বাবে ছহেজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে হাফলংত এখন আটকধুনীয়া মেডিকেল কলেজ স্থাপনৰ কথাও ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ডিমাছা যুৱবৰ্গৰ আত্মসংস্থাপনৰ বাবে স্বায়ত্ত্ব শাসিত পৰিষদৰ জৰিয়তে ৰাজ্য চৰকাৰে শীৰ্ঘেই কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব ৷ পৰ্যটনৰ কেন্দ্ৰবিন্দু মাইবং সহ বহু কেইটা অঞ্চলক দ্ৰুত উন্নয়ন কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ গঢ়ি তোলাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

cm 2অস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ কেবিনেট মন্ত্ৰীত্ৰয় পীযুষ হাজৰিকা,নন্দিতা গাৰ্লোচা,যোগেন মৰাণ ,উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ মুৰব্বী দেবলাল গাৰ্লোচা,কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাং,
গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্যসচিব ড:ৰবি কোটা,অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং,অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ উপস্থিত থাকে ৷

উল্লেখ্য যে,২০১৬ চনতে ডিমা হাচাওত গঠন হোৱা উগ্ৰপন্থী সংগঠন ডিএনএলএ ২০২১ ৰ ৭ ছেপ্তেম্বৰত যুদ্ধবিৰতি ঘোষণা কৰি পৰৱৰ্তী সময়ত মুল সুতিলৈ উভতি আহি ডেজিগনেটেড কেম্পত বাহৰ পাতে যদিও শেহতীয়াকৈ ডেজিগনেটেড কেম্প এৰি সাধাৰণ জীৱনযাপন কৰে বিদ্ৰোহী সংগঠনটোৰ নেতা- কেডাৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Visit HaflongDaullagupu StadiumDNLA Arms LAY dOWN ceremonyHaflong
samimsultana

samimsultana

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d