Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Governor Visits Kamrup Metro Dc Office:ৰাজ্যপাল কাটাৰিয়াৰ মহানগৰ জিলা ডিচি কাৰ্যালয় পৰিদৰ্শন

জিলাখনৰ উন্নয়নমূলক কামৰ বুজ লয় ৰাজ্যপালে,বৰষুণৰ পানী সংগ্ৰহৰ ওপৰত গুৰুত্বআৰোপ ৰাজ্যপালৰ

publisher by publisher
March 17, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Governor Visits Kamrup Metro Dc Office:ৰাজ্যপাল কাটাৰিয়াৰ মহানগৰ জিলা ডিচি কাৰ্যালয় পৰিদৰ্শন
5
SHARES
50
VIEWS
ShareShareShareShare

RelatedPosts

Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Governor Visits Kamrup Metro Dc Office:

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয় পৰিদৰ্শন কৰে ৷ ইয়াৰ পাছতে ৰাজ্যপাল গৰাকীয়ে উপায়ুক্ত, আৰক্ষী আয়ুক্ত, বিভাগসমূহৰ মুৰব্বী আৰু অন্যান্য বিষয়াবৰ্গৰে এক বৈঠকত মিলিত হৈ জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয় ।

ADVERTISEMENT

উপায়ুক্তৰ সভাগৃহত ৰাজ্যপাল কাটাৰিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত ৰাজ্যপাল গৰাকীয়ে কৃষি, উদ্যান শস্য, পিএইচই, শিক্ষা, জিএমচি, জিএমডিএ আদি বিভাগসমূহে হাতত লোৱা আঁচনিসমূহৰ স্থিতিৰ বুজ লয়।

বৈঠকত তেওঁ সকলো চৰকাৰী আঁচনিৰ ৰূপায়ণ ক্ষীপ্ৰতাৰে কৰি সমাজৰ নিম্নতম স্তৰত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ বিশেষ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।

কামৰূপৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰাজ্যপালক বৰ্তমান জিলাখনত চলি থকা কেইবাটাও উন্নয়নমূলক কামৰ বিষয়ে অৱগত কৰে। ৰাজ্যপাল কাটাৰিয়াই বৰষুণৰ পানী সংৰক্ষিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে পানী সংৰক্ষণ কৰিব লাগিব আৰু বহনক্ষম পানী ব্যৱস্থাপনাৰ বাবে বৰষুণৰ পানী সংগ্ৰহ আৰু সংৰক্ষণ কৰিব লাগিব।

ৰাজ্যপালগৰাকীয়ে লগতে উল্লেখ কৰে যে কৃষি আৰু উদ্যান শস্য হৈছে আৰ্থ-সামাজিক বিকাশত মুখ্য অৱদানকাৰী আৰু সেয়েহে জিলা কৃষি বিষয়াক সকলো আঁচনি প্ৰগতিশীল কৃষকৰ ওচৰলৈ লৈ যোৱাটো পৰামৰ্শ দিয়ে ৷

ৰাজ্যপাল গৰাকীয়ে জিলাখনত চলি থকা প্ৰকল্পসমূহ সোনকালে সম্পূৰ্ণ কৰাৰ বাবে তেওঁৰ পৰা সকলো ধৰণৰ সহযোগিতা দিয়াৰ আশ্বাস দিয়ে।

একেদৰে ৰাজ্যপাল কাটাৰিয়াই গুৱাহাটী মহানগৰত আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সৈতে আন এখন বৈঠকত মিলিত হয়।

ইয়াৰ পূৰ্বে ৰাজ্যপালে ডিচি কাৰ্যালয় চৌহদত এটা গছপুলি ৰোপণ কৰে ৷ উপায়ুক্ত কাৰ্যালয় পৰিদৰ্শন কালত ৰাজ্যপাল গৰাকীক সংগ দিয়ে ৰাজ্যপালৰ আয়ুক্ত- সচিব এছ এছ মীনাক্ষী সুন্দৰমে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Governor Gulab Chand KatariaGuwahatiVisits Kamrup Metro DC Office
publisher

publisher

Related Posts

Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড
Assam

September 7, 2026
পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d