Rahul Gandhi Visits Kedarnath Temple:লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ছটা মাহ

মন্দিৰৰ দুৱাৰে দুৱাৰে ছোনীয়া তনয়, কেদাৰনাথ মন্দিৰ দৰ্শন ৰাহুল গান্ধীৰ, মন্দিৰ চৌহদত ভক্তসকলক প্ৰসাদ বিতৰণ ৰাহুলৰ

rahul gandhi 1

Rahul Gandhi Visits Kedarnath Temple:

দেশৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ছটা মাহ থকা সময়ত মন্দিৰৰ দুৱাৰে দুৱাৰে ছোনীয়া তনয় ৷

দক্ষিণ ভাৰতৰ কে’বাটাও ঐতিহ্যমণ্ডিত মন্দিৰ দৰ্শন কৰাৰ পাছতে এইবাৰ কেদাৰনাথ মন্দিৰ দৰ্শন কৰিলে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে

হিমশীতল ঠাণ্ডাকো নেওচি জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে উপস্থিত হয় কেদাৰনাথ মন্দিৰ চৌহদত ৷ মন্দিৰত পূজা-অৰ্চনাৰ অন্তত ভক্তৱান ৰাইজ আৰু সাধু- সন্নাসীৰে মতবিনিময় কৰে ৷

একেদৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকীয়ে মন্দিৰ চৌহদত ভক্তসকলৰ মাজত বিতৰণ কৰিলে প্ৰসাদ

Exit mobile version