Train Slots To Disappear Soon In Guwahati:গুৱাহাটীত অচিৰেই নোহোৱা হ’ব ৰে’লগেট !

ৰে'ল গেটত নিৰ্মাণ হ'ব উৰণসেতুঁ, এন এফ ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষষা সব্যসাচী দে'ই জনালে এই কথা

railgate

Train Slots To Disappear Soon In Guwahati:

মহানগৰীৰ বহু গুৰুত্বপূৰ্ণ পথত আছে ৰে’ল লাইন ৷ যাৰবাবে এই ৰে’ল লাইন অতিক্ৰম কৰিবলৈ যাওতে বহু সময় ধৰি পৰ দি ৰখিবলগীয়া হয় যানবাহন সমূহ ৷  এইদৰে ৰৈ থকা সময়ত সৃষ্টি হয় তীব্ৰ যানযঁটৰ

কিন্ত অচিৰেই গুৱাহাটীত নোহোৱা হ’ব ৰে’ল লাইনত থকা ৰে’লগেট। ৰে’লগেটত বিকল্প ব্যৱস্থা কৰি যানজঁট ৰোধৰ পৰিকল্পনা কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে ৷
ৰে’লগেটৰ পৰিৱৰ্তে নিৰ্মাণ হ’ব উৰণসেতু

এনএফ ৰে’লৱেৰ এই বিশেষ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষষা সব্যসাচী দে’ই ৷

Exit mobile version