Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

N E F Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত কেইখনমান ৰেলৰ সময়সূচীৰ সংশোধন

মুম্বাই আৰু গুৱাহাটীৰ মাজত ৱান ৱে বিশেষ ৰে'ল

publisher by publisher
March 1, 2023
in Assam, News
Reading Time: 2 mins read
0
N E F Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত কেইখনমান ৰেলৰ সময়সূচীৰ সংশোধন
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

N E F Railway :

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ অধীনত কেইখনমান ৰেলৰ সময়সূচীৰ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ADVERTISEMENT

সেই অনুসৰি ৰেল নং ১৫৯০৮ নাহৰলগুন- তিনিচুকীয়া ইণ্টাৰচিটি এক্সপ্ৰেছ, ৰেল নং ১৫৯০৩ ডিব্ৰুগড়- চণ্ডীগড় আৰু ৰেল নং ১৫৯৩৩ নিউ তিনিচুকীয়া- অমৃতসৰ এক্সপ্ৰেছৰ সময় সংশোধন কৰা হৈছে যাতে এই সংমণ্ডলত অন্যান্য ৰেল উন্নতভাৱে চলাচল কৰিব পাৰে।

ইয়াৰ উপৰিও, ৰেল নং ১৫৭৭০ লামডিং-আলিপুৰদুৱাৰ জংচন ইণ্টাৰচিটি এক্সপ্ৰেছৰ সময়সূচীৰ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আনহাতে চলিত বৰ্ষৰ ১ মাৰ্চত ছত্রপতি শিৱাজী টার্মিনাচ আৰু গুৱাহাটীৰ মাজত এখন ৱান ৱে ৰেল সিদ্ধান্ত গ্রহণ কৰা হৈছে। বিস্তৃত তথ্য নিম্ন অনুসাৰে দিয়া হ’ল :-ৰঙিয়া আৰু তিনিচুকীয়া মণ্ডলৰ অধীনত ৰেল নং ১৫৯০৮ নাহबলণ্ডন তিনিচুকীয়া ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলখন ২৭ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত সময়সূচীৰ সতে বর্তমানে সপ্তাহত পাঁচদিন চলি আছে।

ৰেলখন সংশোধিত সময়সূচীৰ সৈতে নাহৰলগুনৰ পৰা ০৬:০০ বজাত যাত্ৰা আৰম্ভ কৰি তিনিচুকীয়াত ১১.০০ বজাত উপস্থিত হয়। ৰে’লখনৰ সময়সূচী হামতী, উত্তৰ লখিমপুৰ, বগীনদী, গোগামুখ, বৰদলনি, ধেমাজি, ডিব্ৰুগড় আৰু নিউ তিনিচুকীয়া ষ্টেচনতো সলনি কৰা হৈছে। ৰেল নং, ১৫৯০৭ তিনিচুকীয়া- নাহৰলগুন ইণ্টাৰচিটি এক্সপ্ৰেছৰ সময় অপৰিৱৰ্তিত থাকিব ।

লামডিং, ৰঙিয়া আৰু আলিপুৰদুৱাৰ মণ্ডলৰ অধীনৰ ৰেল নং ১৫৭৭০ লামডিং – আলিপুৰদুৱাৰ জন (দৈনিক) ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলখন ২৮ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত সময়সূচীৰ সৈতে চলিব।

ৰে’লখনে লামডিঙৰ পৰা ১৫:৩০ বজাত যাত্রা আৰম্ভ কৰি ১৯.৩০ বজাত সংশোধিত সময়সূচীৰ সৈতে কামাখ্যাত গৈ উপস্থিত হ’ব। লংকা, হোজাই, যমুনামুখ, কামপুৰ, চাপৰমুখ, জাগীৰোড, ডিগাৰু আৰু গুৱাহাটী ষ্টেচনতো ৰেলখনৰ সময়সূচীৰ পৰিৱৰ্তন কৰা হৈছে।

কামাখ্যাৰ বাহিৰে আলিপুৰদুৱাৰ জংচনলৈকে এই ৰেলখনৰ সময় অপৰিৱৰ্তিত থাকিব।ৰেল নং ১৫৯৩৩ নিউ তিনিচুকীয়া জংচন অমৃতচৰ (সাপ্তাহিক) এক্সপ্ৰেছ আৰু ৰেল নং ১৫৯০৩ ডিব্ৰুগড় চণ্ডীগড় (দ্বি-সাপ্তাহিক) এক্সপ্ৰেছ ক্ৰমান্বয়ে ২৮ ফেব্ৰুৱাৰী আৰু ৩ মার্চৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত সময়সূচীৰ সতে চলিব। ৰেল নং ১৫৯০৩ ৰ প্ৰস্থানৰ সময় ডিব্ৰুগড়ভ ০৯.২০ বজা ৰূপে সলনি কৰা হৈছে। দুয়োখন ৰে’লৰ সময়সূচী নিউ তিনিচুকীয়া, শিমলুগুড়ী, মৰিয়নি, ফৰকাটিং, ডিমাপুৰ, ডিফু, লামডিং আৰু গুৱাহাটী ষ্টেচনতো সলনি কৰা হৈছে। গুৱাহাটীৰ বাহিৰে আৰু লগতে আন্ত:- সংমণ্ডনীয় সময়সূচী অপৰিৱৰ্তিত থাকিব।

তদুপৰি, বিশেষ ৰেল নং ০১৪৯০, ১ মার্চত ০০.৩০ বজাত ছত্রপতি শিবাজী টার্মিনাচৰ পৰা প্ৰস্থান কৰি ৩ মাৰ্চত ০৫.৩০ বজাত গুৱাহাটীত আহি উপস্থিত হ’বহি।

এই বিশেষ ৰেলখনত ১৯ টা ডবা থাকিব। যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰেলখনত এটি ৩-টায়াৰ শ্লিপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব। প্রতীক্ষাসূচীৰ যাত্ৰীসকলেও এই সুযোগটো লাভ কৰিব পাৰিব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত আৰু এনটিই এছড উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনায় উত্তৰ পূৰ্ব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থ মুখ্য কাৰ্যালয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: N E F Railway
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d