Ram City Ayodhya Is Ready For A World Record:দীপাৱলীৰ দিনাই বিশ্ব অভিলেখৰ বাবে সাজু ৰাম নগৰী অযোধ্যা

মুঠ ৫১টা ঘাটত প্রজ্জ্বলন কৰা হ'ব ২৪ লাখ বন্তি

ram nagari 3

Ram City Ayodhya Is Ready For A World Record:

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত এটা দিন ৷ ইতিমধ্যে সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে দীপাৱলীৰ দিনটো পোহৰাই তুলিবলৈ চলোৱা হৈছে ব্যাপক প্ৰস্তুতি

পোহৰৰ উৎসৱৰ দিনটোতে বিশ্ব অভিলেখৰ বাবে সাজু হৈছে ৰাম নগৰী অযোধ্যা।দীপাৱলীৰ দিনটোত ৰাম নগৰীৰ মুঠ ৫১টা ঘাটত প্ৰজ্জ্বলন কৰা হ’ব প্ৰায় ২৪ লাখ বন্তি।

উল্লেখ্য যে, এই বিশ্ব অভিলেখ কৰিবৰ বাবে উঠিপৰি লাগিছে ড: ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়ে

 

বিশ্ববিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে ইতিমধ্যে ৫১ টা ঘাটত স্থাপন কৰিছে মাটিৰ চাকি সমূহ ৷ দীপাৱলীৰ দিনা চাকিত তেল আৰু শলিতা দি পোহৰাই তুলিব ৰাম নগৰীৰ চৌদিশ ৷

 

Exit mobile version