Indian Nurse Sentenced To Death in Yemen:ভাৰতীয় নাৰ্ছক য়েমেনত মৃত্যুদণ্ড

মৃত্যুদণ্ডৰ বিৰুদ্ধে কৰা আবেদন খাৰিজ য়েমেন উচ্চতম ন্যায়ালয়ৰ

case

Indian Nurse Sentenced To Death in Yemen:

মধ্য প্ৰাচ্যৰ দেশ য়েমেনত কৰ্মৰত এগৰাকী ভাৰতীয় মহিলাক মৃত্যুদণ্ডিত কৰে দেশ খনৰ আদালতে ৷

উল্লেখ্য যে,নিমিশা প্ৰিয়া নামৰ কেৰেলাৰ নাৰ্ছগৰাকীক য়েমেনৰ নাগৰিক এগৰাকীক হত্যাৰ অভিযোগত ২০১৭ চনৰে পৰা কাৰাবন্দী হৈ আছিল ৷

সুদীৰ্ঘ সাত বছৰীয়া আইনী যুঁজৰ অন্তত দেশখনৰ এখন বিশেষ আদালতে মৃত্যুদণ্ডৰ ৰায় দিয়ে৷

শেহতীয়াকৈ মৃত্যুদণ্ডৰ বিৰুদ্ধে নিমিশা প্ৰিয়াই য়েমেনৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল যদিও আদালতে তেওঁৰ আবেদন খাৰিজ কৰে ৷

স্মতৰ্ৱ্য যে,২০১৭ ত তালাল আব্দো মাহদী নামৰ য়েমেনৰ এজন লোকক নিচাযুক্ত বেজীৰে নিমিশা প্ৰিয়াই হত্যা কৰাৰ অভিযোগত কাৰাবন্দী হৈ আছে কাৰাগাৰত

Exit mobile version