Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

LGBTQ : সমকামীসকলক ১০ বছৰ কাৰাদণ্ড , সংগম কৰিলে মৃত্যুদণ্ড! বিল পাছ কৰিলে এইখন দেশে !

publisher by publisher
March 22, 2023
in International, News
Reading Time: 2 mins read
0
LGBTQ : সমকামীসকলক ১০ বছৰ কাৰাদণ্ড , সংগম কৰিলে মৃত্যুদণ্ড! বিল পাছ কৰিলে এইখন দেশে !

People wave pride flags and hold signs during a rally in support of LGBTQ students at Ridgeline High School, Wednesday, April 14, 2021, in Millville, Utah. Students and school district officials in Utah are outraged after a high school student ripped down a pride flag to the cheers of other students during diversity week. A rally was held the following day in response to show support for the LGBTQ community. (Eli Lucero/The Herald Journal via AP)

2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

ৰাতিহে সাত হাল বায়!বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

সংসদত অচলাৱস্থা দূৰ? এছআইআৰৰ পূৰ্বে আলোচনা হ’ব ‘বন্দে মাতৰম’ৰ

LGBTQ :

সমকামী বিবাহৰ বৈধতাক লৈ দেশত এক হুলস্থুলীয়া পৰিৱেশৰ দৃষ্টি হৈ আছে । তেওঁলোকৰ বিবাহৰ দাবী মান্যতা দিয়া হ’ব নে নাই তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

ADVERTISEMENT

উগাণ্ডাৰ আইনসভাই মঙলবাৰে এখন বিধেয়ক গৃহীত কৰি কয় যে ট্ৰেন্সজেণ্ডাৰ বুলি চিনাক্ত কৰা যিকোনো ব্যক্তিয়ে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব।

ইতিমধ্যে, সেই দেশৰ ট্ৰেন্সজেণ্ডাৰ লোকসকলে সকলো ঠাইতে আইনী বৈষম্য আৰু হিংসাৰ সন্মুখীন হৈছে।

তাৰ মাজতে, এই নতুন আইন খন গৃহীত হোৱাৰ পাছত, তেওঁলোকৰ জীৱন অধিক দুৰ্বিষহ হৈ উঠাৰ সম্ভাৱনা আছে।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, উগাণ্ডাৰ আইনসভাৰ দ্বাৰা গৃহীত বিতৰ্কিত বিধেয়কখনত কোৱা হৈছে যে ট্ৰেন্সজেণ্ডাৰ বা এলজিবিটিকিউ হোৱাটো এক অপৰাধ।

যদি এনে এজন ব্যক্তিক চিনাক্ত কৰা হয়, তেন্তে তেওঁ ১০ বছৰৰ বাবে কাৰাগাৰলৈ যাব লাগিব পাৰে। সমকামী যৌন সম্পৰ্কৰ প্ৰমাণ পালে মৃত্যুদণ্ড হ’ব পাৰে।

সমকামিতা বা ৰূপান্তৰ যৌনতাৰ প্ৰচাৰো এই দেশত নিষিদ্ধ কৰা হৈছে। উগাণ্ডাকে ধৰি আফ্ৰিকাৰ ৩০ খনতকৈও অধিক দেশত ইতিমধ্যে সমকামিতা নিষিদ্ধ কৰা হৈছে।

এই বিল গৃহীত হোৱাৰ পাছত উগাণ্ডাৰ বিধান সভাৰ সদস্য ডেভিড বাহাটিয়ে কয়,” যি হৈছে তাত আমাৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰ সন্তুষ্ট। মই আমাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বিধেয়কখন সমৰ্থন কৰো। ”

ডেভিডৰ দৰে সেই দেশৰ বহুতে এই নতুন আইনৰ সমৰ্থনত মাত মাতিছে। তেওঁলোকৰ মতে, ৰূপান্তৰকৰণে ৰক্ষণশীল আৰু ধৰ্মীয় আফ্ৰিকাৰ পৰম্পৰা আৰু মূল্যবোধক আঘাত কৰে। আৰু সেইকাৰণে ট্ৰেন্সজেণ্ডাৰ লোকসকলক শাস্তি দিয়াৰ প্ৰয়োজন।

অৱশ্যে, এই বিধেয়কৰ বিৰোধিতা কৰিও বহুলোকে মাত মাতি থকা দেখা গৈছে। বিধেয়কখন শীঘ্ৰেই উগাণ্ডাৰ ৰাষ্ট্ৰপতি ইৱেৰী মুচেভেনিলৈ আইনলৈ ৰূপান্তৰৰ বাবে প্ৰেৰণ কৰা হ’ব। মুচেভেনীয়ে এই বিষয়ত কোনো মন্তব্য কৰা নাছিল, কিন্তু তেওঁ দীৰ্ঘদিন ধৰি ট্ৰেন্সজেণ্ডাৰ লোকসকলৰ অধিকাৰৰ বিৰোধিতা কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: LGBTQParliamentSame Sex RelationshipUganda
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d