Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Memorandum Of Understanding Between The Inland Waterways Authority Of India And Amazon:ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজনৰে বুজাবুজি চুক্তি সম্পাদন

বুজাবুজিৰ চুক্তিত উপস্থিত কেন্দ্রীয় জাহাজ মন্ত্রী সর্বানন্দ সোণোৱাল, বুজাবুজিৰ চুক্তিয়ে ভাৰতৰ জলপথ বিকাশৰ দিশত এক নতুন অধ্যায় বুলি অভিহিত কৰে সোনোৱালে

publisher by publisher
November 22, 2023
in India, News
Reading Time: 2 mins read
0
Memorandum Of Understanding Between The Inland Waterways Authority Of India And Amazon:ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজনৰে বুজাবুজি চুক্তি সম্পাদন
1
SHARES
14
VIEWS
ShareShareShareShare

Memorandum Of Understanding Between The Inland Waterways Authority Of India And Amazon:

গংগা নদী (ৰাষ্ট্ৰীয় জলপথ ১) ব্যৱহাৰ কৰি আভ্যন্তৰীণ জলপথৰ জৰিয়তে সা-সামগ্ৰীৰ পৰিবহণৰ প্ৰসাৰৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজন ছেলাৰ ছার্ভিচেছ প্রাইভেট লিমিটেডৰ (আমাজন) মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

ADVERTISEMENT

কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি.কে. ৰামচন্দ্ৰন আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায় প্রমুখ্যে জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই অনুষ্ঠানটো সম্পন্ন হয়।

RelatedPosts

India to Build First-Ever Polar Research Vessel (PRV) as GRSE Signs MoU with Norway’s Kongsberg:ভাৰতৰ প্ৰথম মেৰু গৱেষণা জাহাজ নিৰ্মাণৰ বাবে ন’ৰৱেৰ কংগ্‌গ্ৰবাৰ্গৰ সৈতে জিআৰএছ-এ স্বাক্ষৰ বুজাবুজিৰ চুক্তিৰ

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

Inland water transport terminal opened at Jogighopa: যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজনৰ মাজত সহযোগিতাই আভ্যন্তৰীণ জলপথৰ জৰিয়তে ই-কমার্চ কার্গ’ পৰিবহণত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। বিশ্ব বেঙ্কৰ এক প্রতিবেদন অনুসৰি ৰে’ল আৰু পথ পৰিবহণে জল পৰিবহণতকৈ ক্ৰমাৎ ১৮.৫% আৰু ৯১.৬% অধিক ইন্ধন ব্যৱহাৰ কৰে, যাৰ ফলত জল পৰিবহণ আটাইতকৈ পৰিৱেশ অনুকূল মাধ্যম হিচাপে পৰিগণিত হৈছে।

sonowal 1অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে কয়, “আজিৰ এই বুজাবুজিৰ চুক্তিয়ে ভাৰতৰ জলপথৰ বিকাশ যাত্রাত আন এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত জলপথসমূহক পৰিবহণৰ এক বহল আৰু জনপ্ৰিয় ৰূপ প্ৰদান কৰিবলৈ বিশেষ অগ্রাধিকাৰ দিয়া হৈছে।

ভাৰতে আত্মনিৰ্ভৰশীল হ’বলৈ অগ্ৰসৰ হোৱাৰ লগে লগে জলপথসমূহক বিকাশৰ পুনৰুজ্জীৱিত পথ হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰে মোদীৰ এই দৃষ্টিভংগী ত্বৰান্বিত কৰাৰ দিশত অক্লান্ত পৰিশ্ৰম কৰি আছে। আমাজনৰ সৈতে এই সহযোগিতাই আভ্যন্তৰীণ জলপথৰ জৰিয়তে ই-কমার্চ কাৰ্গ’ৰ চলাচল বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে লজিষ্টিক সুশৃংখলিত কৰাৰ বাবে জল পৰিবহণৰ দক্ষতা আৰু স্থিৰতা ত্বৰান্বিত কৰা, পৰিৱেশৰ ওপৰত প্ৰভাৱ হ্ৰাস কৰা আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰা ।

এই সেৱাৰ আৰম্ভণিৰ লগে লগে ভাৰতৰ ভিতৰুৱা অঞ্চলৰ কুটিৰ, হস্ততাঁত তথা কাৰিকৰী শিল্পী, উদ্যোগী, উদ্যমী আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ সামগ্ৰীবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত এক দক্ষ পৰিবহণ পদ্ধতিৰ জৰিয়তে সুলভ ব্যয়ত বিক্ৰী কৰাৰ সুযোগ পাব। ই-কমার্চ কাৰ্গ’ৰ সুবিধাৰ সৈতে প্রথমখন জাহাজ শীঘ্ৰেই পাটনাৰ পৰা কলকাতালৈ ফ্লেগ অফ কৰা হ’ব।”

আনহাতে, ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ ২) ৰ মাধ্যমেৰেও অসমত ই কমার্চ কার্গ চলাচল আৰম্ভ কৰিবলৈ আমাজনক বিশেষ আহ্বান জনায় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে।

দেশৰ ভিতৰত জল পৰিবহণ ত্বৰান্বিত কৰাৰ বাবে সাগৰমালাৰ অধীনত ৰ’ৰ’/ৰ’পেক্স আৰু আভ্যন্তৰীণ জল পৰিবহণ সম্পর্কীয় ৭,০৩০ কোটি টকাৰ মুঠ ১১৩টা প্ৰকল্প আৰম্ভ কৰা হৈছিল। ইয়াৰে ১,১০০ কোটি টকাৰ ১৫টা প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু ৩,৯০০ কোটি টকাৰ ৩২টা প্ৰকল্প ৰূপায়ণৰ কাম চলি আছে।

২০২৩ চনলৈকে আভ্যন্তৰীণ জলপথৰ দ্বাৰা পৰিচালিত কার্গ’ হৈছে ১২৬ মিলিয়ন মেট্রিক টন আৰু সামুদ্রিক ভাৰত সন্মিলন ২০২১-ৰ সময়ত আৰম্ভ কৰা সামুদ্রিক ভাৰত ভিজন ২০৩০ অনুসৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে ২০৩০ চনৰ ভিতৰত আভ্যন্তৰীণ জল পৰিবহণৰ পৰিমাণ ২০০ মিলিয়ন মেট্রিক টনতকৈও অধিক বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে আৰু শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা অমৃতকাল ভিজন ২০৪৭ অনুসৰি ২০৪৭ চনলৈ ৫০০ মিলিয়ন মেট্রিক টনৰ লক্ষ্য প্রাপ্ত কৰাৰ লক্ষ্য ৰাখিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AmazonInland Waterways Authority Of IndiaMemorandum of understandingnew delhiUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d