Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ

    ৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

    এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

    বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

    মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

    অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Union Minister Sarbanandra Sonowal:একত্ৰিত স্বাস্থ্য গৱেষণাৰ প্ৰচাৰ আৰু সহযোগিতাৰ বাবে আয়ুষ মন্ত্ৰালয় আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

"সমন্বিত ঔষধৰ ক্ষেত্ৰত পাৰস্পৰিক গৱেষণা সহযোগিতা হৈছে আয়ুষ চিকিৎসা প্রণালীক বিজ্ঞানসম্মত প্ৰমাণেৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ" : সর্বানন্দ সোণোৱাল

publisher by publisher
May 11, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Union Minister Sarbanandra Sonowal:একত্ৰিত স্বাস্থ্য গৱেষণাৰ প্ৰচাৰ আৰু সহযোগিতাৰ বাবে আয়ুষ মন্ত্ৰালয় আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

Union Minister Sarbanandra Sonowal:

আধুনিক আৰু পৰম্পৰাগত দুয়োটাৰে একত্ৰিত স্বাস্থ্য গৱেষণাৰ প্ৰচাৰ আৰু সহযোগিতাৰ বাবে আয়ুষ মন্ত্ৰালয় আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মাজত আজি স্বাক্ষৰিত হৈছে এখন গুৰুত্বপূর্ণ বুজাবুজিৰ চুক্তি।

ADVERTISEMENT

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সর্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ সম্পন্ন হয়।

এই পাৰস্পৰিক সহযোগিতাই আধুনিক বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰেৰে প্ৰমাণ আধাৰিত উচ্চধাপৰ গৱেষণাৰ প্ৰসাৰক ত্বৰান্বিত কৰিব আৰু আধুনিক তথা পৰম্পৰাগত- দুয়োটা স্বাস্থ্যসেৱা প্ৰণালীৰ মাজত সমন্বয় সাধন কৰিব। তদুপৰি, এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে আয়ুষ গৱেষকসকলক যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য গৱেষণা বিভাগৰ সঞ্চালক প্ৰধান ৰাজীৱ বহেলে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰৱীণ পাৱাৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণ, আয়ুষ মন্ত্রালয়ৰ বিশেষ সচিব প্রমোদ কুমাৰ পাঠক, নিটি আয়োগৰ সদস্য ভি কে পাল প্ৰমুখ্যে দুয়োটা মন্ত্ৰালয়ৰ বিষয়াসকল উপস্থিত থাকে।

এই উপলক্ষে সর্বানন্দ সোণোৱালে কয়, “প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মানৱজাতিৰ হিতৰ বাবে পৰম্পৰাগত আৰু আধুনিক দুয়োধৰণৰ ঔষধৰ লাভালাভ একত্ৰিত কৰিবলৈ আমাক নিৰ্দেশনা দিছিল। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগিতাৰ জৰিয়তে আজি আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে এই দিশত এক সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে।

আমাৰ পৰম্পৰাগত ঔষধ প্ৰণালীয়ে বৈজ্ঞানিক প্রমাণ সৃষ্টিৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সমন্বিত চিকিৎসা গৱেষণা সহযোগিতা হৈছে এই প্ৰত্যাহ্বানৰ সমাধানসূত্র উলিয়াই দেশবাসীক এক শক্তিশালী স্বাস্থ্যসেৱাৰ বাতাৱৰণ প্ৰদান কৰাৰ এক অভিনৱ পদক্ষেপ। ইয়াৰ জৰিয়তে জনসাধাৰণ যথেষ্ট লাভান্বিত হ’ব।”

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই কয়, “আয়ুৰ্বেদ হৈছে আমাৰ পুৰণি জ্ঞান আৰু ঐতিহ্য-পৰম্পৰাৰ এক মেটমৰা সম্ভাৰ।

আধুনিক ঔষধে আজি নিজৰ বাবে ইতিমধ্যে এক সুকীয়া স্থান সৃষ্টি কৰিছে। আধুনিক আৰু পৰম্পৰাগত দুয়োটা চিকিৎসা প্ৰণালীৰ মাজত সমন্বয় সাধনৰ বাবে কৰা এই বুজাবুজিৰ চুক্তিয়ে পৰম্পৰাগত ঔষধীয় জ্ঞানক এক নতুন মাত্ৰা প্ৰদান কৰিব। ইয়াৰ জৰিয়তে আমি আয়ুৰ্বেদক প্ৰমাণ আধাৰিত বিজ্ঞান হিচাপে অধিক বিকাশ কৰিবলৈ সক্ষম হ’ম। আয়ুষ চিকিৎসা প্রণালীক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত এই বুজাবুজিৰ চুক্তি অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।”

এই বুজাবুজিৰ চুক্তিয়ে দুয়োপক্ষক সহ-পুঁজিৰে সকলো এইমছত ‘সমন্বিত স্বাস্থ্যসেৱাত অত্যাধুনিক গৱেষণাৰ আয়ুষ-আইচি এমআৰ কেন্দ্ৰ’ স্থাপন কৰিবলৈ সহায় কৰিব। লগতে তেওঁলোকে জনস্বাস্থ্য গৱেষণাৰ সন্দৰ্ভত কাম কৰাৰ সম্ভাৱনা অন্বেষণ কৰিব, গুৰুত্বপূৰ্ণ ৰোগবোৰৰ আৰোগ্যৰ বাবে যাৱতীয় পদক্ষেপ ল’ব আৰু আয়ুষ প্ৰণালীৰ প্ৰতিশ্ৰুতিপূর্ণ চিকিৎসাৰ বাবে যুটীয়াভাৱে উচ্চ মানৰ নিদানিক পৰীক্ষণ কৰাৰ সম্ভাৱনাবোৰ চালি-জাৰি চাব, যাতে ব্যাপক গ্রহণযোগ্যতাৰ বাবে প্ৰমাণ সৃষ্টি হয় ।

আয়ুষ মন্ত্ৰালয় আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মাজত অধিক সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্যৰে আজি কেন্দ্রীয় মন্ত্রীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু ড° মনসুখ মাণ্ডৱিয়াৰ যুটীয়া অধ্যক্ষতাত পঞ্চম আন্তঃমন্ত্রালয় বৈঠকো অনুষ্ঠিত হয়।

এই বৈঠকত সমন্বয় আৰু সহযোগিতা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰা হয় আৰু দুয়োটা মন্ত্ৰালয়ে বহুতো গুৰুত্বপূৰ্ণ বিষয়ত একেলগে কাম কৰি যোৱাৰ বাবে সহমতত উপনীত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DELHIMinistry Of AYOUSHMinistry of Health and Family WelfareMOUUnion Minister Dr.Mansukh MandaviyaUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ
International

October 19, 2026
৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে
International

৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

October 19, 2026
এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ
India

এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

October 19, 2026
বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক
Assam

বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

October 19, 2026
মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই
India

মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

October 19, 2026
অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন
International

অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

October 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d