Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Memorandum Of Understanding Between The Inland Waterways Authority Of India And Amazon:ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজনৰে বুজাবুজি চুক্তি সম্পাদন

বুজাবুজিৰ চুক্তিত উপস্থিত কেন্দ্রীয় জাহাজ মন্ত্রী সর্বানন্দ সোণোৱাল, বুজাবুজিৰ চুক্তিয়ে ভাৰতৰ জলপথ বিকাশৰ দিশত এক নতুন অধ্যায় বুলি অভিহিত কৰে সোনোৱালে

publisher by publisher
November 22, 2023
in India, News
Reading Time: 2 mins read
0
Memorandum Of Understanding Between The Inland Waterways Authority Of India And Amazon:ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজনৰে বুজাবুজি চুক্তি সম্পাদন
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

Memorandum Of Understanding Between The Inland Waterways Authority Of India And Amazon:

গংগা নদী (ৰাষ্ট্ৰীয় জলপথ ১) ব্যৱহাৰ কৰি আভ্যন্তৰীণ জলপথৰ জৰিয়তে সা-সামগ্ৰীৰ পৰিবহণৰ প্ৰসাৰৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজন ছেলাৰ ছার্ভিচেছ প্রাইভেট লিমিটেডৰ (আমাজন) মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

ADVERTISEMENT

কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি.কে. ৰামচন্দ্ৰন আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায় প্রমুখ্যে জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই অনুষ্ঠানটো সম্পন্ন হয়।

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজনৰ মাজত সহযোগিতাই আভ্যন্তৰীণ জলপথৰ জৰিয়তে ই-কমার্চ কার্গ’ পৰিবহণত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। বিশ্ব বেঙ্কৰ এক প্রতিবেদন অনুসৰি ৰে’ল আৰু পথ পৰিবহণে জল পৰিবহণতকৈ ক্ৰমাৎ ১৮.৫% আৰু ৯১.৬% অধিক ইন্ধন ব্যৱহাৰ কৰে, যাৰ ফলত জল পৰিবহণ আটাইতকৈ পৰিৱেশ অনুকূল মাধ্যম হিচাপে পৰিগণিত হৈছে।

অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে কয়, “আজিৰ এই বুজাবুজিৰ চুক্তিয়ে ভাৰতৰ জলপথৰ বিকাশ যাত্রাত আন এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত জলপথসমূহক পৰিবহণৰ এক বহল আৰু জনপ্ৰিয় ৰূপ প্ৰদান কৰিবলৈ বিশেষ অগ্রাধিকাৰ দিয়া হৈছে।

ভাৰতে আত্মনিৰ্ভৰশীল হ’বলৈ অগ্ৰসৰ হোৱাৰ লগে লগে জলপথসমূহক বিকাশৰ পুনৰুজ্জীৱিত পথ হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰে মোদীৰ এই দৃষ্টিভংগী ত্বৰান্বিত কৰাৰ দিশত অক্লান্ত পৰিশ্ৰম কৰি আছে। আমাজনৰ সৈতে এই সহযোগিতাই আভ্যন্তৰীণ জলপথৰ জৰিয়তে ই-কমার্চ কাৰ্গ’ৰ চলাচল বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে লজিষ্টিক সুশৃংখলিত কৰাৰ বাবে জল পৰিবহণৰ দক্ষতা আৰু স্থিৰতা ত্বৰান্বিত কৰা, পৰিৱেশৰ ওপৰত প্ৰভাৱ হ্ৰাস কৰা আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰা ।

এই সেৱাৰ আৰম্ভণিৰ লগে লগে ভাৰতৰ ভিতৰুৱা অঞ্চলৰ কুটিৰ, হস্ততাঁত তথা কাৰিকৰী শিল্পী, উদ্যোগী, উদ্যমী আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ সামগ্ৰীবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত এক দক্ষ পৰিবহণ পদ্ধতিৰ জৰিয়তে সুলভ ব্যয়ত বিক্ৰী কৰাৰ সুযোগ পাব। ই-কমার্চ কাৰ্গ’ৰ সুবিধাৰ সৈতে প্রথমখন জাহাজ শীঘ্ৰেই পাটনাৰ পৰা কলকাতালৈ ফ্লেগ অফ কৰা হ’ব।”

আনহাতে, ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ ২) ৰ মাধ্যমেৰেও অসমত ই কমার্চ কার্গ চলাচল আৰম্ভ কৰিবলৈ আমাজনক বিশেষ আহ্বান জনায় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে।

দেশৰ ভিতৰত জল পৰিবহণ ত্বৰান্বিত কৰাৰ বাবে সাগৰমালাৰ অধীনত ৰ’ৰ’/ৰ’পেক্স আৰু আভ্যন্তৰীণ জল পৰিবহণ সম্পর্কীয় ৭,০৩০ কোটি টকাৰ মুঠ ১১৩টা প্ৰকল্প আৰম্ভ কৰা হৈছিল। ইয়াৰে ১,১০০ কোটি টকাৰ ১৫টা প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু ৩,৯০০ কোটি টকাৰ ৩২টা প্ৰকল্প ৰূপায়ণৰ কাম চলি আছে।

২০২৩ চনলৈকে আভ্যন্তৰীণ জলপথৰ দ্বাৰা পৰিচালিত কার্গ’ হৈছে ১২৬ মিলিয়ন মেট্রিক টন আৰু সামুদ্রিক ভাৰত সন্মিলন ২০২১-ৰ সময়ত আৰম্ভ কৰা সামুদ্রিক ভাৰত ভিজন ২০৩০ অনুসৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে ২০৩০ চনৰ ভিতৰত আভ্যন্তৰীণ জল পৰিবহণৰ পৰিমাণ ২০০ মিলিয়ন মেট্রিক টনতকৈও অধিক বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে আৰু শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা অমৃতকাল ভিজন ২০৪৭ অনুসৰি ২০৪৭ চনলৈ ৫০০ মিলিয়ন মেট্রিক টনৰ লক্ষ্য প্রাপ্ত কৰাৰ লক্ষ্য ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmazonInland Waterways Authority Of IndiaMemorandum of understandingnew delhiUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d