Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

New Updated Tax Policy Which Led To Massive Protest By The United Opposition Forum:ৰাজ্য চৰকাৰৰ কৰৰ বিৰোধিতাৰে বিৰোধী ঐক্যমঞ্চৰ উত্তাল প্ৰতিবাদ মহানগৰীত

দীঘলীপুখুৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ১৫ টা বিৰোধী ঐক্যৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ

publisher by publisher
November 23, 2023
in India, Assam, News
Reading Time: 3 mins read
0
New Updated Tax Policy Which Led To Massive Protest By The United Opposition Forum:ৰাজ্য চৰকাৰৰ কৰৰ বিৰোধিতাৰে বিৰোধী ঐক্যমঞ্চৰ উত্তাল প্ৰতিবাদ মহানগৰীত
1
SHARES
5
VIEWS
ShareShareShareShare

New Updated Tax Policy Which Led To Massive Protest By The United Opposition Forum:

ৰাজনৈতিক-অৰাজনৈতিক দল- সংগঠনৰ সভা-সমিতি, মটৰ চাইকেল সমদল, চাইকেল সমদল, সকলো ধৰণৰ ক্রীড়া অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সজাগতা সভা, বাটৰ নাট আদি অনুষ্ঠিত কৰিবলৈ হ’লেও এতিয়াৰে পৰা চৰকাৰক মাচুল আদায় দিব লাগিব বুলি গৃহ বিভাগে জাৰি কৰা এক নির্দেশনাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে একাধিক বিৰোধী ৰাজনৈতিক দলে
প্রতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে।

সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰৰ বিৰোধিতাৰে আজি বিৰোধী ঐক্যমঞ্চৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহানগৰীত ৷ দীঘলীপুখুৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ১৫ টা বিৰোধী ঐক্যৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰী এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই ৷ প্ৰতিবাদী কাৰ্যসুচীত বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ,এপিচিচিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী,কমলাক্ষ্য দে পুৰুকায়স্থ, চিপিএম ৰ বৰ্ষীয়ান নেতা হেমেন দাস সহ আটাইকেইটা বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৰ্গ উপস্থিত থাকে ৷

https://dainikagradoot.in/wp-content/uploads/2023/11/apcc-video.mp4

ADVERTISEMENT

উল্লেখ্য যে,আর্থিক নাটনিত ভোগা চৰকাৰখনে এতিয়া বিভিন্ন ক্ষেত্ৰত বৃহৎ পৰিমাণৰ সেৱা মাচুল ধাৰ্য কৰি মূল্যবৃদ্ধিৰ বোজাত কব্বকাই থকা ৰাইজক অপ্রত্যাশও ব্যতিব্যস্ত কৰিব বিচাৰিছে বুলি বিৰোধী ৰাজনৈতিক দল তথা অন্যান্য সংগঠনে অভিযোগ তুলিছে।
উল্লেখ্য যে গৃহ বিভাগে জাৰি কৰা নির্দেশনা অনুসৰি, এতিয়াৰে পৰা ৰাজ্যৰ সৰ্বত্ৰ নতুনকৈ পেট্রল পাম্প বা গেছ এজেন্সী স্থাপনৰ বাবে আৰক্ষীৰ অনুমতি পত্র পাবলৈ ১০ হেজাৰ টকা মাচুল আদায় দিব লাগিব।

RelatedPosts

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী 

একেদৰে নতুনকৈ যিকোনো বাণিজ্যিক নির্মাণকার্য চলাবলৈ হ’লে তাৰ পূর্বে আৰক্ষী-প্ৰশাসনৰ পৰা আপত্তিবিহীন প্রমাণপত্র ল’ব লাগিব আৰু ইয়াৰ বাবে গুৱাহাটীত জিএমডিএৰ অধীনস্থ অঞ্চলত ৫০ হেজাৰ টকাকৈ আৰু আন সকলো স্থানতে ২৫ হেজাৰ টকাকৈ সেবা মাচুল আদায় দিব লাগিব

কেবল সেয়াই নহয়, এতিয়াৰে পৰা বিয়া-সবাহ, ৰাজহুৱা অনুষ্ঠান আদিব ভিডিঅ’ বেকর্ডিঙকে ধৰি আন কামত ড্র’ণ ব্যৱহাৰ কৰিলে ইয়াৰ বাবে আৰক্ষীৰ অনুমতি ল’ব লাগিব আৰু এই ক্ষেত্রত তিনি হেজাৰ টকা সেৱা মাচুল আদায় দিব লাগিব।

গৃহ  বিভাগৰ সচিবে জাৰি কৰা এই জাননী অনুসৰি, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাদে আন সাংস্কৃতিক অনুষ্ঠান, অ নৱবৰ্ষৰ আদৰণি অনুষ্ঠান, প্রদর্শনী, বাণিজ্য মেলা, মেলা, খাদ্য মহোৎসব, এক্সপ’ আদি অনুষ্ঠিত কৰিবলৈ হ’ল পাঁচ হেজাৰ টকা আদায় দি অনুমতি দিব লাগিব।

ইফালে, যিকোনো সজাগতা কার্যসূচী, সজাগতা সমদল, বাটৰ নাট আদিৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰৰ বাবদ পাঁচশ টকা আদায় দিব লাগিব। আকৌ দৌৰ প্ৰতিযোগিতা, মাৰাথন, মটৰ চাইকেল সমদল, গাড়ী সমদল, চাইকেল সমদলকে ধৰি সকলো প্ৰকাৰৰ ক্রীড়া অনুষ্ঠানৰ বাবে দুহেজাৰ টকাকৈ সেৱা মাচুল দি এনঅ’চি ল’ব লাগিব। ৰাজনৈতিক দলৰ সভা-সমিতি বা আন কাৰ্যসূচীৰ বাবে দুহেজাৰ টকা মাচুল ভৰিব লাগিব। দিব লাগিব কমিটীসমূহে।

আকৌ এতিয়াৰে পৰা বিহু পাতিবলৈও অনুমতিৰ নামত তিনিশ টকা মাচুল কেবল সেয়াই নহয়, সাংস্কৃতিক শোভাযাত্রা, সাংস্কৃতিক কার্যসূচী, যিকোনো সভা-সমিতিৰ বাবে আৰক্ষীৰ পৰা অনুমতি ল’ব লাগিব আৰু এই অনুমতিৰ নামত তিনিশ টকাকৈ মাচুল দিব লাগিব।

ৰাজকোষ টনকিয়াল কৰিবলৈ চৰকাৰে কোনো এটা ক্ষেত্রকে বাদ দিব বিচৰা নাই। ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানত নিয়োগৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ ভেৰিফিকেছনৰ বাবে এতিয়াৰে পৰা আৰক্ষীক তিনিশ টকাকৈ দিব লাগিব। আকৌ ভাড়াতীয়া বা পেয়িং গেষ্টৰ ভেৰিফিকেছনৰ বাবেও তিনিশ টকা, ঘৰুৱা কাম-বন কৰা সহায়কাৰীৰ ভেৰিফিকেছনৰ বাবে তিনিশ টকাকৈ মাচুল দিব লাগিব নাগৰিকে।

অস্থায়ীভাবে বাৰ লাইচেন্স ল’বলৈ আৰক্ষীৰ আপত্তিবিহীন প্রমাণপত্র ল’বলৈ গ’লে এতিয়াৰে পৰা পাঁচ হেজাৰ টকাকৈ সেৱা মাচুল দিব লাগিব ব্যৱসায়ীয়ে। আকৌ পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত যিসকল ক্ষুদ্র ব্যৱসায়ীয়ে অস্থায়ী ভিত্তিত ফটকা আদি বিক্ৰীৰ বাবে অনুমতি বিচাৰে, সেই অনুমতিৰ ক্ষেত্ৰত আৰক্ষীৰ পৰা আপত্তিবিহীন পত্র ল’বলৈ দুহেজাৰ টকাকৈ মাচুল আদায় দিব লাগিব।

আকৌ প্রজ্বলক সামগ্ৰীৰ সৰবৰাহ বা মজুতকৰণৰ বাবেও আৰক্ষীৰ অনুমতিৰ নামত পাঁচ হেজাৰ টকাকৈ মাচুল আদায় দিব লাগিব বুলি গৃহ বিভাগে নির্দেশ জাৰি কৰিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই নির্দেশনাক লৈ আজি ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

‘সামাজিক মাধ্যমতো বিভিন্ন পক্ষই চৰকাৰৰ এই সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰিছে। বিভিন্ন পক্ষই চৰকাৰক মুকলিকৈ সমালোচনা কৰাৰ পাছত  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে চৰকাৰৰ এই সিদ্ধান্তৰ সপক্ষে যুক্তি দর্শাই কয় যে ৰাজকোষ টনকিয়াল কৰাৰ বাবে সমালোচনা, কৰাসকলে এই কথাও অনুভৱ কৰক যে চৰকাৰে বিহু পাতিবলৈও ডেৰ লাখ টকাকৈ ধন দি আহিছে।

মুখ্যমন্ত্রীয়ে কয়, ‘এটা অনুমতি লোৱাৰ প্ৰক্ৰিয়াটোৰ বাবে আমি তিনিশ টকা ধার্য কৰিলেও এই কথাও মনত ৰখা ভাল যে এই বছৰ আমাৰ পৰম্পৰাগত সাংস্কৃতিক উৎসৱসমূহ অনুষ্ঠিত কৰাৰ বাবে প্রায় ৫০ কোটি টকা অনুমোদন দিছো।

উদাহৰণ স্বৰূপে যদি এখন বিহু কমিটীয়ে চৰকাৰৰ পৰা ডেৰ লাখ টকাকৈ ধন লাভ কৰে তেতিয়াহ’লে চৰকাৰে ৰাজকোষৰ বাবে ৩০০ টকা সংগ্ৰহ কৰোতে আমাক সমালোচনা কৰাটো অপ্রত্যাশিত।

‘ মুখ্যমন্ত্রীয়ে পুনৰ এটা পোষ্টযোগে ঘোষণা কৰে যে চৰকাৰে ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণক সর্বাধিক গুৰুত্ব দি আহিছে। চলিত বৰ্ষৰ পৰা চৰকাৰে প্রায় ৩,০০০ টা স্থানত অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱ উপলক্ষে সমিতিসমূহক ২৫ হেজাৰ টকাকৈদিয়াৰ সিদ্ধান্তও তেওঁ সদৰী কৰে। এই যুক্তিৰে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত সেৱা মাচুল আৰোপৰ সপক্ষে ব্যাখ্যা আগবঢ়ায়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtDighalipukhuriGuwahatiLakhidhar Bora KhetraMassive ProtestNew Updated Tax PolicyUnited Opposition Forum
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d