Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জি এম চিৰ নিৰ্ধাৰিত মাচুল আদায় কৰিব পাৰিব লেছীয়ে

publisher by publisher
September 26, 2020
in Assam, News
Reading Time: 1 min read
0
উৎসত নাটনিৰ অজুহাতত বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি অসাধু বেপাৰীৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Illegal Parking Tax:পার্কিঙক লৈ মহানগৰীৰ পাণবজাৰত নিশা উত্তপ্ত পৰিস্থিতি

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

মহানগৰীত এতিয়াৰে পৰা গুৱাহাটী পৌৰ নিগমে ধাৰ্য কৰি দিয়া পৰিমাণতহে লেছীয়ে ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহ কৰিব পাৰিব ৷ জি এম চিয়েও সেই পৰিমাণতহে কৰ সংগ্ৰহ কৰিব লাগিব কৰ। শেহতীয়াকৈ দিছপুৰৰ গাতে লাগি থকা ছয়মাইলৰ উৰণীয়া সেতুৰ তলৰ বজাৰত লেছীৰ নামত গুণ্ডাকৰ আদায়ক লৈ অব্যাহত থকা অচলাৱস্থাৰ ফলত আৰক্ষীয়ে এই নিৰ্দেশ দিয়ে ৷

ADVERTISEMENT

সেই অনুসৰি দৈনিক শাক পাচলিৰ দোকানৰ পৰা ২০ টকা,ফলমূলৰ দোকানৰ পৰা ২১টকা, মাছৰ দোকানীৰ পৰা ২০ টকা, চাউলৰ দোকানীৰ পৰা ৫০ টকা, সুৰা বিপণীৰ পৰা ৫০, ছাগলী মাংসৰ দোকানৰ পৰা ৫০, কণীৰ দোকানৰ পৰা ২০, ক্ষুদ্ৰ কাপোৰৰ দোকানৰ পৰা ১০, চাহ দোকানৰ পৰা ৩০, গেলামালৰ দোকানৰ পৰা ৫০, পাণ দোকানৰ পৰা ২০, ঠেলাত কুঁহিয়াৰৰ ৰস আৰু চানা বিক্ৰী কৰা দোকানৰ পৰা ২০, মিঠাইৰ দোকানৰ পৰা ২০, ষ্টেছনাৰী দোকানৰ পৰা ২০ টকা মাচুল আদায় কৰিব পাৰিব ।

এই পৰিমাণতকৈ অধিক মাচুল আদায় কৰাৰ বিৰুদ্ধে জামিনবিহীন গোচৰ পঞ্জীয়ন হ’ব বুলি আৰক্ষীয়ে ছয়মাইলৰ বজাৰখনৰ ব্যৱসায়ীসকলক জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে বজাৰখনক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দিছপুৰৰ উপ আৰক্ষী আয়ুক্তৰ নেতৃত্বত ব্যৱসায়ীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। তাত ব্যৱসায়সকলে বজাৰখনত চলা অনিয়ম তথা গুণ্ডাৰাজৰ বিষয়ে তথ্য দাঙি ধৰে ৷

এই সন্দৰ্ভত বজাৰখনৰ ব্যৱসায়ী ৰাজীৱ ডেকাই কয় “আমি কোনোপধ্যে নীতি নিয়মৰ বাহিৰলৈ গৈ কাকো মাচুল আদায় দিব নোৱাৰো । নিয়মৰ ভিতৰত মাচুল দিম ৷ লেছী বুলি দাবী কৰাসকলে আমাৰ পৰা বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰি আছে ৷ আমি ইয়াৰ বিৰুদ্ধে উপায়ুক্ত, আৰক্ষী আয়ুক্ত আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক স্মাৰকপত্ৰ দিছো ৷ সেইবাবে দিছপুৰৰ উপ আৰক্ষীৰ লগত আমাৰ এখন বৈঠক অনুষ্ঠিত হয়৷ তাত জি এম চিৰ বজাৰ শাখাই চৰকাৰীভাৱে যি মাচুল ধাৰ্য কৰি দিছে সেই পৰিমাণতে আমাক আদায় দিবলৈ নিৰ্দেশ দিছে ৷ গতিকে এতিয়াৰ পৰা আমি নিৰ্ধাৰিত পৰিমাণতহে মাচুল দিম।” ছয় মাইলৰ উক্ত বজাৰখনত গ্ৰহণ কৰা এই সিদ্ধান্ত গুৱাহাটীৰ সকলো বজাৰতে উপলব্ধ হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamGMCSixmile
publisher

publisher

Related Posts

শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও
India

October 2, 2026
অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d