Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

New Updated Tax Policy Which Led To Massive Protest By The United Opposition Forum:ৰাজ্য চৰকাৰৰ কৰৰ বিৰোধিতাৰে বিৰোধী ঐক্যমঞ্চৰ উত্তাল প্ৰতিবাদ মহানগৰীত

দীঘলীপুখুৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ১৫ টা বিৰোধী ঐক্যৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ

publisher by publisher
November 23, 2023
in Assam, India, News
Reading Time: 3 mins read
0
New Updated Tax Policy Which Led To Massive Protest By The United Opposition Forum:ৰাজ্য চৰকাৰৰ কৰৰ বিৰোধিতাৰে বিৰোধী ঐক্যমঞ্চৰ উত্তাল প্ৰতিবাদ মহানগৰীত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

New Updated Tax Policy Which Led To Massive Protest By The United Opposition Forum:

ADVERTISEMENT

ৰাজনৈতিক-অৰাজনৈতিক দল- সংগঠনৰ সভা-সমিতি, মটৰ চাইকেল সমদল, চাইকেল সমদল, সকলো ধৰণৰ ক্রীড়া অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সজাগতা সভা, বাটৰ নাট আদি অনুষ্ঠিত কৰিবলৈ হ’লেও এতিয়াৰে পৰা চৰকাৰক মাচুল আদায় দিব লাগিব বুলি গৃহ বিভাগে জাৰি কৰা এক নির্দেশনাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে একাধিক বিৰোধী ৰাজনৈতিক দলে
প্রতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে।

সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰৰ বিৰোধিতাৰে আজি বিৰোধী ঐক্যমঞ্চৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহানগৰীত ৷ দীঘলীপুখুৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ১৫ টা বিৰোধী ঐক্যৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰী এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই ৷ প্ৰতিবাদী কাৰ্যসুচীত বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ,এপিচিচিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী,কমলাক্ষ্য দে পুৰুকায়স্থ, চিপিএম ৰ বৰ্ষীয়ান নেতা হেমেন দাস সহ আটাইকেইটা বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৰ্গ উপস্থিত থাকে ৷

https://dainikagradoot.in/wp-content/uploads/2023/11/apcc-video.mp4

উল্লেখ্য যে,আর্থিক নাটনিত ভোগা চৰকাৰখনে এতিয়া বিভিন্ন ক্ষেত্ৰত বৃহৎ পৰিমাণৰ সেৱা মাচুল ধাৰ্য কৰি মূল্যবৃদ্ধিৰ বোজাত কব্বকাই থকা ৰাইজক অপ্রত্যাশও ব্যতিব্যস্ত কৰিব বিচাৰিছে বুলি বিৰোধী ৰাজনৈতিক দল তথা অন্যান্য সংগঠনে অভিযোগ তুলিছে।
উল্লেখ্য যে গৃহ বিভাগে জাৰি কৰা নির্দেশনা অনুসৰি, এতিয়াৰে পৰা ৰাজ্যৰ সৰ্বত্ৰ নতুনকৈ পেট্রল পাম্প বা গেছ এজেন্সী স্থাপনৰ বাবে আৰক্ষীৰ অনুমতি পত্র পাবলৈ ১০ হেজাৰ টকা মাচুল আদায় দিব লাগিব।

একেদৰে নতুনকৈ যিকোনো বাণিজ্যিক নির্মাণকার্য চলাবলৈ হ’লে তাৰ পূর্বে আৰক্ষী-প্ৰশাসনৰ পৰা আপত্তিবিহীন প্রমাণপত্র ল’ব লাগিব আৰু ইয়াৰ বাবে গুৱাহাটীত জিএমডিএৰ অধীনস্থ অঞ্চলত ৫০ হেজাৰ টকাকৈ আৰু আন সকলো স্থানতে ২৫ হেজাৰ টকাকৈ সেবা মাচুল আদায় দিব লাগিব

কেবল সেয়াই নহয়, এতিয়াৰে পৰা বিয়া-সবাহ, ৰাজহুৱা অনুষ্ঠান আদিব ভিডিঅ’ বেকর্ডিঙকে ধৰি আন কামত ড্র’ণ ব্যৱহাৰ কৰিলে ইয়াৰ বাবে আৰক্ষীৰ অনুমতি ল’ব লাগিব আৰু এই ক্ষেত্রত তিনি হেজাৰ টকা সেৱা মাচুল আদায় দিব লাগিব।

গৃহ  বিভাগৰ সচিবে জাৰি কৰা এই জাননী অনুসৰি, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাদে আন সাংস্কৃতিক অনুষ্ঠান, অ নৱবৰ্ষৰ আদৰণি অনুষ্ঠান, প্রদর্শনী, বাণিজ্য মেলা, মেলা, খাদ্য মহোৎসব, এক্সপ’ আদি অনুষ্ঠিত কৰিবলৈ হ’ল পাঁচ হেজাৰ টকা আদায় দি অনুমতি দিব লাগিব।

ইফালে, যিকোনো সজাগতা কার্যসূচী, সজাগতা সমদল, বাটৰ নাট আদিৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰৰ বাবদ পাঁচশ টকা আদায় দিব লাগিব। আকৌ দৌৰ প্ৰতিযোগিতা, মাৰাথন, মটৰ চাইকেল সমদল, গাড়ী সমদল, চাইকেল সমদলকে ধৰি সকলো প্ৰকাৰৰ ক্রীড়া অনুষ্ঠানৰ বাবে দুহেজাৰ টকাকৈ সেৱা মাচুল দি এনঅ’চি ল’ব লাগিব। ৰাজনৈতিক দলৰ সভা-সমিতি বা আন কাৰ্যসূচীৰ বাবে দুহেজাৰ টকা মাচুল ভৰিব লাগিব। দিব লাগিব কমিটীসমূহে।

আকৌ এতিয়াৰে পৰা বিহু পাতিবলৈও অনুমতিৰ নামত তিনিশ টকা মাচুল কেবল সেয়াই নহয়, সাংস্কৃতিক শোভাযাত্রা, সাংস্কৃতিক কার্যসূচী, যিকোনো সভা-সমিতিৰ বাবে আৰক্ষীৰ পৰা অনুমতি ল’ব লাগিব আৰু এই অনুমতিৰ নামত তিনিশ টকাকৈ মাচুল দিব লাগিব।

ৰাজকোষ টনকিয়াল কৰিবলৈ চৰকাৰে কোনো এটা ক্ষেত্রকে বাদ দিব বিচৰা নাই। ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানত নিয়োগৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ ভেৰিফিকেছনৰ বাবে এতিয়াৰে পৰা আৰক্ষীক তিনিশ টকাকৈ দিব লাগিব। আকৌ ভাড়াতীয়া বা পেয়িং গেষ্টৰ ভেৰিফিকেছনৰ বাবেও তিনিশ টকা, ঘৰুৱা কাম-বন কৰা সহায়কাৰীৰ ভেৰিফিকেছনৰ বাবে তিনিশ টকাকৈ মাচুল দিব লাগিব নাগৰিকে।

অস্থায়ীভাবে বাৰ লাইচেন্স ল’বলৈ আৰক্ষীৰ আপত্তিবিহীন প্রমাণপত্র ল’বলৈ গ’লে এতিয়াৰে পৰা পাঁচ হেজাৰ টকাকৈ সেৱা মাচুল দিব লাগিব ব্যৱসায়ীয়ে। আকৌ পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত যিসকল ক্ষুদ্র ব্যৱসায়ীয়ে অস্থায়ী ভিত্তিত ফটকা আদি বিক্ৰীৰ বাবে অনুমতি বিচাৰে, সেই অনুমতিৰ ক্ষেত্ৰত আৰক্ষীৰ পৰা আপত্তিবিহীন পত্র ল’বলৈ দুহেজাৰ টকাকৈ মাচুল আদায় দিব লাগিব।

আকৌ প্রজ্বলক সামগ্ৰীৰ সৰবৰাহ বা মজুতকৰণৰ বাবেও আৰক্ষীৰ অনুমতিৰ নামত পাঁচ হেজাৰ টকাকৈ মাচুল আদায় দিব লাগিব বুলি গৃহ বিভাগে নির্দেশ জাৰি কৰিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই নির্দেশনাক লৈ আজি ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

‘সামাজিক মাধ্যমতো বিভিন্ন পক্ষই চৰকাৰৰ এই সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰিছে। বিভিন্ন পক্ষই চৰকাৰক মুকলিকৈ সমালোচনা কৰাৰ পাছত  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে চৰকাৰৰ এই সিদ্ধান্তৰ সপক্ষে যুক্তি দর্শাই কয় যে ৰাজকোষ টনকিয়াল কৰাৰ বাবে সমালোচনা, কৰাসকলে এই কথাও অনুভৱ কৰক যে চৰকাৰে বিহু পাতিবলৈও ডেৰ লাখ টকাকৈ ধন দি আহিছে।

মুখ্যমন্ত্রীয়ে কয়, ‘এটা অনুমতি লোৱাৰ প্ৰক্ৰিয়াটোৰ বাবে আমি তিনিশ টকা ধার্য কৰিলেও এই কথাও মনত ৰখা ভাল যে এই বছৰ আমাৰ পৰম্পৰাগত সাংস্কৃতিক উৎসৱসমূহ অনুষ্ঠিত কৰাৰ বাবে প্রায় ৫০ কোটি টকা অনুমোদন দিছো।

উদাহৰণ স্বৰূপে যদি এখন বিহু কমিটীয়ে চৰকাৰৰ পৰা ডেৰ লাখ টকাকৈ ধন লাভ কৰে তেতিয়াহ’লে চৰকাৰে ৰাজকোষৰ বাবে ৩০০ টকা সংগ্ৰহ কৰোতে আমাক সমালোচনা কৰাটো অপ্রত্যাশিত।

‘ মুখ্যমন্ত্রীয়ে পুনৰ এটা পোষ্টযোগে ঘোষণা কৰে যে চৰকাৰে ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণক সর্বাধিক গুৰুত্ব দি আহিছে। চলিত বৰ্ষৰ পৰা চৰকাৰে প্রায় ৩,০০০ টা স্থানত অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱ উপলক্ষে সমিতিসমূহক ২৫ হেজাৰ টকাকৈদিয়াৰ সিদ্ধান্তও তেওঁ সদৰী কৰে। এই যুক্তিৰে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত সেৱা মাচুল আৰোপৰ সপক্ষে ব্যাখ্যা আগবঢ়ায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtDighalipukhuriGuwahatiLakhidhar Bora KhetraMassive ProtestNew Updated Tax PolicyUnited Opposition Forum
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d