Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

App Assam Pressmeet:ৰাজ্যত এতিয়া গণতন্ত্র নাই, ৰাজতন্ত্র চলিছে : আপ

দেশৰ সংবিধানে নাগৰিকক প্ৰদান কৰা মৌলিক অধিকাৰ খৰ্ব কৰিছে অসম চৰকাৰে : জিতুল ডেকা

publisher by publisher
November 22, 2023
in Assam, India, News
Reading Time: 2 mins read
0
App Assam Pressmeet:ৰাজ্যত এতিয়া গণতন্ত্র নাই, ৰাজতন্ত্র চলিছে : আপ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

App Assam Pressmeet:

হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন দেউলীয়া বিজেপি চৰকাৰখনে সাধাৰণ ৰাইজৰ ওপৰত পুনৰ কৰৰ বোজা জাপি দি মাধমাৰ শোধাবলৈ ওলোৱা কাৰ্যৰ তীব্র প্রতিবাদ কৰিছে আম আদমি পার্টিয়ে।

ADVERTISEMENT

এই সন্দর্ভত আজি আয়োজন কৰা এখন সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে – জনসাধাৰণক হতবাক কৰি চৰকাৰখনে ৰাজ্যত নিতৌ কৰ সংগ্ৰহৰ নতুন নতুন ফর্মূলা, পেটার্ন’ আৱিষ্কাৰ কৰাত নামি পৰিছে। ৰাজ্যত এতিয়া গণতন্ত্র নাই ৰাজতন্ত্র চলিছে।

তাহানিৰ ৰজা মহাৰজাই কৰ-কাটল সংগ্ৰহ কৰিবলৈ সৈন্য, চিপাহী-চন্তৰি নমাই দিছিল। সেই একে ফর্মূলাৰ এতিয়া অসমত পুনৰাবৃত্তি ঘটিছে। শান্তিৰ ৰক্ষক, আইন-শৃংখলাৰ ৰক্ষক আৰক্ষীয়ে এতিয়া দেউলীয়া চৰকাৰৰ বাবে কৰ সংগ্ৰহ কৰিব লাগিব। দেশৰ সংবিধানৰ ১৯ নং অনুচ্ছেদত ধাৰ্য কৰা নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে অসম চৰকাৰৰ নতুন কৰৰ নিৰ্দেশটোৱে।

Commercial building নিৰ্মাণ কৰিলে পুলিচৰ NOC ৰ প্ৰয়োজন কত ? ধাৰ লৈ বিহু নৃত্য, অমৃত কলহ আদি কাৰ্যসূচী ৰূপায়ন কৰা চৰকাৰ খনৰ এনে অৱস্থা হৈছে যে এতিয়া ৰাইজে বিহু, খেল, সাংস্কৃতিক শোভাযাত্রা, সভা-সমিতি, প্রদর্শণী আয়োজন কৰিলেও চৰকাৰক দিব লাগিব কৰ।

কৰৰ বোজা জাপি দিয়া উৎপাদন বিমুখ দেউলীয়া চৰকাৰ খনে ইতিমধ্যে ভূমিকৰ, সম্পত্তি কৰ, যান-বাহন কৰ জাপি দি ৰাইজক টেতু চেপি ধৰিছে। এতিয়া নতুনকৈ আৰক্ষীৰ দ্বাৰা পুনৰ যি সমূহ শিতানত কৰ সংগ্ৰহ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে সেয়া চৰম অগণতান্ত্ৰিক আৰু ৰাজতন্ত্ৰৰ বহি:প্রকাশ।

কিয়নো এতিয়া গুৱাহাটীত সৰু সুৰা ব্যৱসায় কৰি কোনো নিবনুৱা স্বাৱলম্বী হব বিচাৰিলেও ব্যৱসায়ৰ মূলধনৰ সৈতে আৰক্ষীক দিবলৈ পঞ্চাছ হাজাৰ টকা অতিৰিক্ত বোজা লব লাগিব।

আনহাতে এজন নিবনুৱাই ব্যক্তিগত প্রতিষ্ঠানত আঠ দহ হাজাৰ টকাৰ এটা কাম কৰাৰ বাবে ভেৰিফিকেচন কৰিবলৈ আৰক্ষীক দিব লাগিব তিনিশ টকা। তাতোকৈ ডাঙৰ কথা যে এতিয়া গাঁৱে- ভুঞে যুৱকসকলে খেল অনুষ্ঠিত কৰিবলৈও ভৰিব লাগিব দুই হাজাৰ টকা।

মুঠতে এই চৰকাৰৰ দিনত ঘৰৰ পৰা বাহিৰ ওলাই আহিলেই ভৰিব লাগিব কৰ। আমি দেখি আহিছোঁ যে যি কোনোধৰণৰ জন সমাগম হোৱা সভা সমিতি, অনুষ্ঠান আয়োজন কৰোতে আইন শৃংখলা ৰক্ষাৰ বাবে প্ৰশাসনে কিছু নীতি নিয়মৰ মাজেৰে অনুমতি প্রদান কৰি আহিছে।

কিন্তু এতিয়া সেই একে কামৰ বাবে টকাৰ প্ৰয়োজন কিয় বুলি সংবাদ মেলত আপ নেতা জিতুল ডেকাই প্রশ্ন তোলে। চৰকাৰৰ এনে জনবিৰোধী কার্য তথা শোষণ নীতিৰ বিৰুদ্ধে গণতন্ত্রত বিশ্বাসী প্ৰতি গৰাকী ব্যক্তি, অনুষ্ঠানক এই কৰ ব্যৱস্থাৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।

আজিৰ সংবাদ মেলত আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক দীপাংকৰ কলিতা আৰু যুটীয়া সম্পাদক অম্লান জ্যোতি হাতী বৰুৱাও উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAp AssamJitul DekaPressmeet
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d