Up Former Dgp Enters Politics:উত্তৰ প্ৰদেশত প্রাক্তন ডিজিপিৰ ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা

ex dgp in up

Up Former Dgp Enters Politics:

উত্তৰ প্ৰদেশৰ প্রাক্তন ডিজিপি চুলখান সিঙে এটা নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিলে। সিঙে বুন্দেলখণ্ডক পৃথক ৰাজ্য ঘোষণাৰো দাবী উত্থাপন কৰিছে।

নিজা ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰি সিঙে কয় যে তেওঁৰ দলটোৱে লোকসভা আৰু বিধানসভাৰ নির্বাচনত প্রার্থী প্রক্ষেপ কৰিব।

সিঙে ঘোষণা কৰা অনুসৰি, তেওঁৰ নেতৃত্বত গঠিত ৰাজনৈতিক দলৰ নাম বুণ্ডেলখণ্ড গণতান্ত্রিক পার্টি ৰখা হৈছে ৷

Exit mobile version