Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

    শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে

    এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

    এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

    বহু গুৰুত্বপূৰ্ণ কথাই স্পষ্ট নকৰিলে ছিংগাপুৰ নিৱাসী জুবিনৰ ঘনিষ্ঠ বন্ধুৱে

    Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

President Election : ৰাষ্ট্রপতি নির্বাচনত বিৰোধী প্রার্থী যশৱন্ত সিন্‌হাক সমর্থন কেজৰীৱাল চৰকাৰৰ

publisher by publisher
July 16, 2022
in India, News, Politics
Reading Time: 1 min read
0
President Election : ৰাষ্ট্রপতি নির্বাচনত বিৰোধী প্রার্থী যশৱন্ত সিন্‌হাক সমর্থন কেজৰীৱাল চৰকাৰৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ৰাষ্ট্রপতি নির্বাচনত বিৰোধীসকলৰ প্রার্থী যশৱন্ত সিন্‌হাক সমর্থন কৰিব আম আদমি পার্টিয়ে (আপ) । শনিবাৰে জনাই দিলে দলৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে । তেওঁ কয়, ‘‘দ্রৌপদী মুর্মুৰ প্রতি আমাৰ শ্রদ্ধা আছে । কিন্তু আমি যশৱন্ত সিন্‌হাজিকেই সমর্থন কৰিম ।’’

ADVERTISEMENT

১৮ জুলাইত ৰাষ্ট্রপতি নির্বাচন । এই বিষয়ত শনিবাৰে আপৰ ৰাজনৈতিক বিষয়ক কমিটী বৈঠকত বহে । বৈঠকত আছিল দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱাল, দিল্লীৰ উপমুখ্যমন্ত্রী মণীশ ছিসৌদিয়া, সঞ্জয় সিং, পঞ্জাৱৰ সাংসদ ৰাঘৱ চড্ডা, দিল্লীৰ বিধায়ক অতীশীসহ কমিটীৰ সদস্যসকল । বৈঠকৰ পাছত এই সিদ্ধান্ত ঘোষণা কৰা হয় দলৰ তৰফৰ পৰা ।

বিজেপি আৰু কংগ্রেছৰ পাছত একমাত্র আপেই দেশত এটা কেন্দ্রশাসিত অঞ্চল আৰু এখন ৰাজ্যত চৰকাৰ গঠন কৰিছে । দিল্লী আৰু পঞ্জাৱত ক্ষমতাত আছে কেজৰীৱালৰ দল । দুটা স্থানৰ পৰা ১০ জন ৰাজ্যসভাৰ সাংসদ আছে দলৰ । তিনিজনেই দিল্লীৰ । দেশত আপৰ মুঠ বিধায়কৰ সংখ্যা ১৫৬ । ইয়াৰ ভিতৰত ৯২ জন পঞ্জাৱৰ, ৬২ জন দিল্লীৰ আৰু দুজন গোৱাৰ ।

সেয়ে ৰাষ্ট্রপতি নির্বাচনত আপৰ দৰে দলৰ বিজেপি-বিৰোধী প্রার্থীক সমর্থন যথেষ্ট গুৰুত্বপূর্ণ । আপৰ আগতে মমতা বন্দোপাধ্যায়ৰ তৃণমূল আৰু কেচিআৰৰ দল তেলংগানা ৰাষ্ট্র সমিতি (টিআৰএছ) যশৱন্ত সিন্‌হাক সমর্থনৰ কথা ঘোষণা কৰিছে ।

আনহাতে, বিজেপি নেতৃত্বাধীন এনডিএ-ৰ ৰাষ্ট্রপতি প্রার্থী দ্রৌপদী মুর্মুক সমর্থনৰ কথা ঘোষণা কৰিছে নবীন পট্টনায়কৰ বিজেডি, জগন্মোহনৰ ৱাইএছআৰ কংগ্রেছ, মায়াৱতীৰ বিএছপি, এআইএডিএমকে, টিডিপি, জেডিএছ, শিৰোমণি অকালি দল আৰু শিৱসেনা । সেয়ে ৬০ শতাংশ ভোট দখল কৰিছে দ্রৌপদীয়ে । মনোনয়ন জমা দিয়াৰ সময়তেই ৫০ শতাংশ ভোট আছিল তেওঁৰ দখলত । দ্রৌপদী জয়ী হ’লে তেঁৱেই হ’ব দেশৰ প্রথম আদিবাসী মহিলা ৰাষ্ট্রপতি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAPBJPPresidential Election 2022Yashwant Sinha
publisher

publisher

Related Posts

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ
Assam

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

September 29, 2026
শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে
Assam

শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে

September 29, 2026
এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান
India

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

September 29, 2026
বহু গুৰুত্বপূৰ্ণ কথাই স্পষ্ট নকৰিলে ছিংগাপুৰ নিৱাসী জুবিনৰ ঘনিষ্ঠ বন্ধুৱে
Assam

বহু গুৰুত্বপূৰ্ণ কথাই স্পষ্ট নকৰিলে ছিংগাপুৰ নিৱাসী জুবিনৰ ঘনিষ্ঠ বন্ধুৱে

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d