Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পৃথক ৰাজ্যৰ দাবী লাডাখত, ৩৭০ প্ৰত্যাহাৰক লৈ কেন্দ্ৰৰ বিৰোধী বিজেপি নেতাসকল

publisher by publisher
August 8, 2021
in India, News, Politics
Reading Time: 1 min read
0
পৃথক ৰাজ্যৰ দাবী লাডাখত, ৩৭০ প্ৰত্যাহাৰক লৈ কেন্দ্ৰৰ বিৰোধী বিজেপি নেতাসকল
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

 Sonam Wangchuk:লাডাখৰ লেহত সোনম ৱাংচুকৰ মমবাতি সমদল

লাডাখৰ জোজিলাত হিমস্খলনত সাতজনৰ মৃত্যু!

উত্তপ্ত লাডাখ: পৰিৱেশ কৰ্মী ৱাংচুকক এনএছএত গ্ৰেপ্তাৰ কৰি লৈ গ’ল অজ্ঞাত স্থানলৈ

কাশ্মীৰৰ পৰা পৃথক হৈ উচ্ছাস লৈছিলহে মাত্ৰ; কিন্তু দুবছৰ পূৰ্ণ নৌহওঁতেই অৱস্থান পৰিৱৰ্তনৰ ইংগিত পোৱা গ’ল লাডাখত । এইবাৰ তেওঁলোকৰ দাবী পৃথক ৰাজ্যৰ । এই বিষয়ত চাপ বৃদ্ধি কৰিবৰ বাবে মুছলিম অধ্যুষিত কাৰ্গিলৰ স’তে একজোঁট হয় তেওঁলোক । এই বিষয়ত এক আগষ্টত জৰুৰী বৈঠক কৰে দুই অঞ্চলৰ ৰাজনৈতিক নেতাসকলে ।

ADVERTISEMENT

উক্ত বৈঠকত কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা সৰ্বসন্মতভাৱে খাৰিজ কৰে তেওঁলোকে । ইয়াৰ পৰিৱৰ্তে পৃথক পূৰ্ণ ৰাজ্যৰ মৰ্যদাসহ অন্যান্য দাবীৰে দিল্লীত দৰবাৰৰ বাবে একমত হয় সকলোৱে । তৎপৰ্যপূৰ্ণভাৱে এই বেঠকত উপস্থিত আছিল বিজেপি নেতাসকলো । তেওঁলোকেও পৃথক ৰাজ্যৰ দাবী সমৰ্থন কৰিছে ।

২০১৯ৰ চাৰি আগষ্ট পৰ্যন্ত লাডাখ জম্মু-কাশ্মীৰৰ অংশ আছিল । কিন্তু পাঁচ আগষ্টত সংবিধানত সংৰক্ষিত জম্মু-কাশ্মীৰৰ মৰ্যাদা খাৰিজ কৰে কেন্দ্ৰ‌ই । জম্মু-কাশ্মীৰ আৰু লাডাখক ভাঙি পৃথক দুখন কেন্দ্ৰশাসিত অঞ্চলৰ ঘোষণা কৰা হয় ।

বিষয়টোক লৈ সমগ্ৰ উপত্যকা উত্তাল হৈ থকাৰ সময়ত সম্পূৰ্ণ বিপৰীতধৰ্মী ছবি দেখা গৈছিল লাডাখত । লেহ-ৰ পথত উৎসৱমুখী পৰিৱেশ দেখা গৈছিল আৰু কাৰ্গিলত শ্মশানৰ নিৰৱতা । পৰৱৰ্তী সময়ত চৰকাৰ বিৰোধী বিক্ষোভো আৰম্ভ হয় । কিন্তু বিগত দুবছৰৰ নানান ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি সম্প্ৰতি ৰাজ্যৰ মৰ্যদাত একজোঁট লেহ আৰু কাৰ্গিল ।

ইয়াৰ পূৰ্বে, লেহ-ত বসবাসকাৰী সংখ্যাগৰিষ্ঠ বৌদ্ধসকলে কেন্দ্ৰশাসিত অঞ্চলৰ তকমা মানি লৈছিল । কেৱল পৃথক সংবিধানৰ দাবী জনাইছিল তেওঁলোকে । সম্প্ৰতি পৃথক ৰাজ্যৰ দাবীত সৰৱ হৈছে লাডাখ । তদুপৰি, ৰাজ্যৰ মৰ্যদাৰ লগতে চাকৰিৰ সুৰক্ষাও বিচাৰে লাডাখে, যাতে কোনো আহি ভূমি ক্ৰয় কৰি বসবাস আৰু চাকৰি কৰিব নোৱাৰে । বিশেষ মৰ্যাদা থকাকালীন এই ব্যৱস্থা বাহাল আছিল ।

বিগত বৰ্ষত লাডাখত স্বায়ত্বশাসনৰ দাবী কৰা হৈছিল । ইয়াত উপস্থিত আছিল বিজেপি সাংসদ থুপস্তান ছেৱাং, নেচনেল কনফাৰেন্স (এনচি)ৰ প্ৰাক্তন ৰাজ্যসভা সাংসদ টিকছে ৰিনোপচি, লাডাখ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱাং ৰিগজিন জোৰা আৰু লাডাখৰ বিজেপি নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মন্ত্ৰী চেৰিং দোৰজে । এক আগষ্টৰ বৈঠকৰ পাছত বিজেপিৰ থুপস্তান ছেৱাঙে জনায়, লেহ-ৰ অন্য বিজেপি নেতাসকলেও পৃথক ৰাজ্যৰ মৰ্যদা দাবীক সমৰ্থন কৰিছে ।

লাডাখৰ ৯৭ শতাংশ জনসংখ্যাই তফছিলি সম্প্ৰদায়ৰ । সেয়ে তাত সংবিধানৰ অনুসূচি অনুসৰি লাডাখৰ উপজাতি অঞ্চলবোৰক বিশেষ সংৰক্ষণ আৰু স্বায়ত্বশাসন দিয়াৰ অনুৰোধ কৰিছে ৰাষ্ট্ৰীয় তফছিলি উপজাতি কমিছনে । এই দাবী পূৰণৰ দাবীত বিগত বৰ্ষৰ ছেপ্টেম্বৰত লাডাখ স্বতন্ত্ৰ পাৰ্বত্য উন্নয়ন পৰিষদকো বয়কট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তাত বিজেপি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ নেতাসকলে স্বাক্ষৰ কৰে । লাডাখত দলৰ নেতাসকলৰ এনে কাৰ্যত অস্বস্তিত পৰে দিল্লীৰ বিজেপি নেতাসকল । আকৌ পৃথক ৰাজ্যৰ দাবীয়ে তেওঁলোকৰ চিন্তা বৃদ্ধি কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chering DorjayLadakhNawang Rigzin Jora
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d