Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 APSC Scam :এপিএছচিৰ ভয়ংকৰ কেলেংকাৰীত জড়িত ১১ বিষয়াক নিলম্বন

কেলেংকাৰীৰে জড়িত সকলো বিষয়াক নিলম্বনৰ প্ৰস্তুতি দিছপুৰৰ, এছ আই টিৰ তদন্তত বহু দিশ উন্মোচিত

publisher by publisher
December 1, 2023
in Uncategorized
Reading Time: 2 mins read
0
APSC Scam: এপিচিত বক্ৰপথেৰে নিযুক্তি লাভ কৰা দুজনক গ্ৰেপ্তাৰ এছআইটিৰ
3
SHARES
32
VIEWS
ShareShareShareShare

 APSC Scam :

বহুচৰ্চিত এপিএছচি কেলেংকাৰীৰে জড়িত সকলো বিষয়াক নিলম্বন কৰাৰ
প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে দিছপুৰে ৷ ৩৭ জন ৰাজপত্ৰিত বিষয়াক দুই -এদিনৰ ভিতৰক নিলম্বন কৰিব ৰাজ্য চৰকাৰে ৷

ADVERTISEMENT

উল্লেখ্য যে,এপিএছচি কেলেংকাৰী সন্দৰ্ভত এছ আই টিয়ে তদন্ত কৰাৰ পাছত সকলো তথ্য উন্মোচিত হোৱাত তদন্তকাৰী গোটে নিকা তদন্তৰ খাতিৰত অভিযুক্ত বিষয়া সকলক তৎকালেই নিলম্বন কৰাৰ যাবতীয় প্ৰস্তাৱ প্ৰেৰণ কৰিছিল ৰাজ্য চৰকাৰলৈ ৷

RelatedPosts

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

ADRE Results 2025:ঘোষণা কৰা হল ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল

Supreme Court:এইবোৰৰ পাছত দৌৰি ফুৰাতকৈ চৰকাৰে ভাল কিবা কাম কৰক :উচ্চতম ন্যায়ালয়

শেহতীয়াকৈ এছ আই টিৰ প্ৰস্তাৱ চৰকাৰে গুৰুত্ব সহকাৰে লৈ সকলো অভিযুক্ত বিষয়াক শীৰ্ঘেই নিলম্বন কৰাৰ যো- জা চলাইছে ৷

সেই অনুসৰি ১৫ জনক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশনা জাৰি কৰে দিছপুৰে ৷ নিলম্বিত অভিযুক্ত ৰাজপত্ৰিত বিষয়া সকল হ’ল হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দিপাংকৰ দত্ত লহকৰ ,বঙাইগাঁৱৰ অতিৰিক্তআৰক্ষী অধীক্ষক (ক্ৰাইম বাঞ্চ) নিতুমণি দাস, অসম আৰক্ষী হেডকোৱাৰ্টাৰত কৰ্মৰত অতিৰিক্তআৰক্ষী অধীক্ষক ৰুমী তিমুংপী,দক্ষিণ শালমাৰাৰঅতিৰিক্ত আৰক্ষী অধীক্ষক(মুখ্য কাৰ্যালয়)ফাৰুক আহমেদ,কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম বাঞ্চ)কল্যাণ কুমাৰ দাস,চিএম ভিজিলেঞ্চ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুল প্রদীপ হাজৰিকা,

apsc 2apsc1

কাহিলীপাৰাস্থ অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নীলাঞ্জল গগৈ, গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনস্থ মধ্যম আৰক্ষী জিলাৰ অতিৰিক্ত উপায়ুক্ত নন্দিনী কাকতি,ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক( মুখ্য কাৰ্যালয়)অনল জ্যোতি দাস, যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম বাঞ্চ)শ্বাহজাহান সৰকাৰ,ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা ৷

apsc scam 4ইয়াৰ পূৰ্বে চাৰিজন এচিএছ বিষয়াক চৰকাৰে নিলম্বন কৰিছিল ৷ তেওঁলোক হ’ল যোৰহাটৰ এডিচি আকাশী দুৱৰা,ধিঙৰ এডিচি হীতেশ মজুমদাৰ,এচিএছ বিষয়াদ্বয় ধ্ৰুৱজ্যোতি হাতীবৰুৱা আৰু ধীৰাজ কুমাৰ জৈন ৷

উল্লেখ্য যে,ইতিমধ্যে এছ আইচি আই ডি য়ে তলৱ কৰা যোৰহাটৰ এডিচি আকাশী দুৱৰাক মাৰাথন জেৰা অব্যাহত ৰাখিছে বিশেষ তদন্তকাৰী গোটটোৱে ৷ শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি আজিয়ে গ্ৰেপ্তাৰ কৰিব পাৰে আকাশী দুৱৰাক ৷

apsc scam 5 ইপিনে চি আই ডিয়ে তলৱ কৰা এএছচি ধীৰাজ কুমাৰ জৈনো আজি উপস্থিত নহ’ল তদন্তকাৰী গোটৰ সন্মুখত ৷ জানিব পৰা মতে, অসুস্থতাৰ দোহাই দি হাজিৰ নহল ৰাজপত্ৰিত বিষয়াগৰাকী ৷

apsc

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APSC ScamAssam Govtsuspension Order 0F 11APS 0FFICERSuspention Order of 4 Acs Officer
publisher

publisher

Related Posts

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
Uncategorized

মাজ আকাশতে দুৰ্যোগ!

April 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d