Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cultural Journalist Association:সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উদ্যোগত প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ দত্ত আৰু অৰুণলোচন দাসৰ সোঁৱৰণত স্মৃতিচাৰণ সভা

স্মৃতিগ্ৰন্থ ‘সোঁৱৰণ’ উন্মোচন

publisher by publisher
December 2, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Cultural Journalist Association:সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উদ্যোগত প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ দত্ত আৰু অৰুণলোচন দাসৰ সোঁৱৰণত স্মৃতিচাৰণ সভা
4
SHARES
35
VIEWS
ShareShareShareShare

Cultural Journalist Association:

অলপতে ইহসংসাৰৰ পৰা বিদায় লোৱা তিনিগৰাকী সাংবাদিক ক্ৰমে ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপদেষ্টা প্ৰফুল্ল কুমাৰ দত্ত, সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মৃত্যুৰ আগমুহূৰ্তলৈকে উপদেষ্টা হিচাপে আসন অলংকৃত কৰা অৰুণলোচন দাস আৰু জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ সোঁৱৰণত আজি গুৱাহাটী প্ৰেছ ক্লাবত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।

ADVERTISEMENT

‘আমাৰ অসম’ কাকতৰ কাৰ্য্যবাহী সম্পাদক তথা ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপ-সভাপতি গৌতম শৰ্মাই আঁত ধৰা অনুষ্ঠানটি প্ৰয়াত অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনৰ লগতে প্ৰয়াত তিনিগৰাকী সাংবাদিকৰ প্ৰতি ১ মিনিট সময় মৌন প্ৰাৰ্থনাৰে আৰম্ভ হয় ।

RelatedPosts

Puspadevi Jalan Award:পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান অনুষ্ঠান

GPC Election:আজি গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন

Guwahati Press Club election date announced:গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ দিন ঘোষণা

gpc 1অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰাই সাংস্কৃতিক সাংবাদিকদুগৰাকীক স্মৰণ কৰি তেওঁলোকৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অৰুণলোচন দাসৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্কৰ কথা সুঁৱৰি স্মৃতিগধুৰ হৈ পৰে । তেওঁ কয় যে প্ৰয়াত অৰুণলোচন দাসৰ সৃষ্টিৰাজি উত্তৰপুৰুষৰ বাবে অমূল্য সম্পদ ।

জীৱিত কালত বেলেগক কলমেৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগোৱা এইগৰাকী সাংবাদিকৰ পৰলোকপ্ৰাপ্তি সমাজৰ বাবে ক্ষতিকাৰক বুলি যশস্বী পৰিচালগৰাকীয়ে মন্তব্য কৰে । অনুষ্ঠানত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপদেষ্টা উৎপল দত্তই প্ৰয়াত প্ৰফুল্ল কুমাৰ দত্তৰ জীৱন পৰিক্ৰমা তথা ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰে।

এইগৰাকী সাংস্কৃতিক সাংবাদিকেৰে ঘটা বহু ঘটনা-পৰিঘটনা ৰসালভাবে ব্যক্ত কৰে দত্তই । উল্লেখ্য যে, একেটা অনুষ্ঠানতেৃ ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ তৰফৰ পৰা প্ৰয়াত অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্তৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা ‘সোঁৱৰণ’ শীৰ্ষক এখনি স্মৰণিকা সম্পাদনা সমিতিৰ দ্বাৰা প্ৰকাশ কৰি ওলোৱা হয় ।

সাংবাদিক মৃণাল কুমাৰ বৰা, মণ্টু শইকীয়া, হেমন্ত শৰ্মা আৰু পল্লভ দ্বীজেনে সম্পাদনা কৰি ওলোৱা আলোচনীখন উন্মোচন কৰে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান তথা ৰাজ্যিক তথ্য আয়োগৰ বৰ্তমানৰ মুখ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই । দুগৰাকী দ্বিগ্বজ সাংস্কৃতিক সাংবাদিকৰ জীৱন পৰিক্ৰমাক কম সময়ৰ ভিতৰত এনেকৈ আলোচনীৰ আকাৰত উলিয়াই তেওঁলোকৰ বাবে যি শ্ৰদ্ধা নিবেদন কৰিছে সেয়া প্ৰসংশনীয় বুলি উল্লেখ কৰি উন্মোচক ভাস্কৰজ্যোতি মহন্তই এই কামৰ শলাগ লয় ।

অনুষ্ঠানত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ সভাপতি বিতোপন বৰবৰাই দুয়োগৰাকী সাংস্কৃতিক সাংবাদিকৰ বিষয়ে বক্তব্য আগবঢঢ়োৱাৰ লগতে সদ্যপ্ৰয়াত ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ জীৱনাদৰ্শৰ বিষয়েও আলোকপাত কৰে । মঞ্চত উপস্থিত থকা অভিনেতা তথা পৰিচালক যতীন বৰাই অৰুণলোচন দাসৰ বিয়োগ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে ক্ষতিকাৰক বুলি দুঃখপ্ৰকাশ কৰি কয়, “আজিৰ তাৰিখত হয়তো যতীন বৰা এজন সফল অভিনেতা হিচাপে থিয় হোৱাৰ আঁৰৰ মানুহজন হ’ল প্ৰয়াত অৰুণলোচন দাস ।

মোৰ প্ৰথম ছবি ‘উত্তৰকাল’ৰ সময়ত অৰুণলোচন দাসৰ ঘৰৰ কাষতেই মই আছিলোঁ । মহানায়ক বিজু ফুকনৰ ঘৰলৈ এদিন লৈ গৈ প্ৰথম পৰিচয় কৰি দিয়া আৰু ‘দেউতা’ ছিৰিয়েলত কাষ্টিং কৰি দিয়াত সহায় কৰা মানুহজনেই আছিল অৰুণলোচন দাস, যিটো মোৰ বাবে আছিল এটা টাৰ্ণিং পইণ্ট ।“ অৰুণলোচন দাসৰ অনুপম সৃষ্টি লাইমলাইট ফিল্ম ডাইৰেক্টৰীৰ পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰাৰ বাবে সাংস্কৃতিক সাংবাদিক সন্থা, অসমক দায়িত্ব ল’বৰ বাবে আহ্বান জনোৱাৰ লগতে যতীন বৰাই ইয়াত ব্যক্তিগতভাবে সম্পূৰ্ণ সহযোগ কৰিব বুলিও আজিৰ অনুষ্ঠানতেই মন্তব্য কৰে ।

ইপিনে, অনুষ্ঠানত উপস্থিত হৈ একালৰ সাংবাদিক আৰু বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটায়ো আজিৰ স্মৃতিচাৰণ সভাত বক্তব্য প্ৰদান কৰে । অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্ত কায়িকভাবে আজি নাথাকিলেও তেওঁলোকৰ সৃষ্টিৰাজিৰ জৰিয়তেই দুয়ো চিৰদিনলৈ সকলোৰে মনত সজীৱ হৈ থাকিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত অসমৰ সংবাদ আৰু সাংস্কৃতিকজগতৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । উল্লিখিত ব্যক্তিসকলৰ উপৰি আজিৰ অনুষ্ঠানত উপস্থিত আছিল অশোক কুমাৰ বিষয়া, কমললোচন দাস, নয়ন প্ৰসাদ, মইনুল হক, ধীৰাজ কাশ্যপ, ৰাজেন ৰাজখোৱা, মাধুৰিমা চৌধুৰী, নিশিতা গোস্বামী, কৃপাল কলিতা, বীৰেন হাজৰিকা, হেমন্ত দেবনাথ, প্ৰদ্যুত কুমাৰ ডেকা, শুভেশ্বৰ দাসৰ লগতে অআন বহুকেইগৰাকী শিল্পী ।

সন্থাৰ দুয়োগৰাকী প্ৰয়াত উপদেষ্টাৰ পৰিয়ালৰ হৈ উপস্থিত থাকে কমললোচন দাস, যুগললোচন দাস, সোণালী দত্ত, উজ্বীৱন দত্ত, জোনালী দাস, তীতিক্ষা দাসৰ উপৰি কেবাজনো আত্মীয় । সভাৰ শেষত সন্থাৰ সাধাৰণ সম্পাদক শিবাণু বৰাই আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আজিও অটুট থকা শিল্পী-সাংবাদিকসকলৰ আত্মিক সম্পৰ্কৰ কথা নিজৰ বক্তব্যত উল্লেখ কৰে ।

‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা ‘সোঁৱৰণ’ শীৰ্ষক স্মৰণিকাখন ছপাৰ দায়িত্ব বহন কৰাৰ বাবে এ এম টেলিভিছনৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণকো সন্থাই বিশেষভাবে ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ।

স্মৰণিকাখনৰ বেটুপাতটি অংকণ কৰা সন্থাৰ সদস্য তথা সুদক্ষ চিত্ৰশিল্পী প্ৰদীপ নাথকো সন্থাই ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত উপস্থিত থকা ভালেকেইগৰাকী শিল্পী-সাংবাদিকেও তেওঁলোকৰ বক্তব্যত প্ৰয়াত সাংবাদিক দুগৰাকীৰ সৈতে থকা তেওঁলোকৰ ঘনিষ্ঠতা তথা তেওঁলোকৰ জীৱনৰ বহু নজনা কথা উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Anil BaruahArunluchan DasAssam Cultural Journalist AssociationGuwahati Press ClubMemorial MeetingPrafulla Kr.Dutta
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d