Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cultural Journalist Association:সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উদ্যোগত প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ দত্ত আৰু অৰুণলোচন দাসৰ সোঁৱৰণত স্মৃতিচাৰণ সভা

স্মৃতিগ্ৰন্থ ‘সোঁৱৰণ’ উন্মোচন

publisher by publisher
December 2, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Cultural Journalist Association:সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উদ্যোগত প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ দত্ত আৰু অৰুণলোচন দাসৰ সোঁৱৰণত স্মৃতিচাৰণ সভা
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

Guwahati:গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি

Puspadevi Jalan Award:পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান অনুষ্ঠান

Cultural Journalist Association:

অলপতে ইহসংসাৰৰ পৰা বিদায় লোৱা তিনিগৰাকী সাংবাদিক ক্ৰমে ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপদেষ্টা প্ৰফুল্ল কুমাৰ দত্ত, সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মৃত্যুৰ আগমুহূৰ্তলৈকে উপদেষ্টা হিচাপে আসন অলংকৃত কৰা অৰুণলোচন দাস আৰু জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ সোঁৱৰণত আজি গুৱাহাটী প্ৰেছ ক্লাবত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।

ADVERTISEMENT

‘আমাৰ অসম’ কাকতৰ কাৰ্য্যবাহী সম্পাদক তথা ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপ-সভাপতি গৌতম শৰ্মাই আঁত ধৰা অনুষ্ঠানটি প্ৰয়াত অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনৰ লগতে প্ৰয়াত তিনিগৰাকী সাংবাদিকৰ প্ৰতি ১ মিনিট সময় মৌন প্ৰাৰ্থনাৰে আৰম্ভ হয় ।

অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰাই সাংস্কৃতিক সাংবাদিকদুগৰাকীক স্মৰণ কৰি তেওঁলোকৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অৰুণলোচন দাসৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্কৰ কথা সুঁৱৰি স্মৃতিগধুৰ হৈ পৰে । তেওঁ কয় যে প্ৰয়াত অৰুণলোচন দাসৰ সৃষ্টিৰাজি উত্তৰপুৰুষৰ বাবে অমূল্য সম্পদ ।

জীৱিত কালত বেলেগক কলমেৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগোৱা এইগৰাকী সাংবাদিকৰ পৰলোকপ্ৰাপ্তি সমাজৰ বাবে ক্ষতিকাৰক বুলি যশস্বী পৰিচালগৰাকীয়ে মন্তব্য কৰে । অনুষ্ঠানত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপদেষ্টা উৎপল দত্তই প্ৰয়াত প্ৰফুল্ল কুমাৰ দত্তৰ জীৱন পৰিক্ৰমা তথা ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰে।

এইগৰাকী সাংস্কৃতিক সাংবাদিকেৰে ঘটা বহু ঘটনা-পৰিঘটনা ৰসালভাবে ব্যক্ত কৰে দত্তই । উল্লেখ্য যে, একেটা অনুষ্ঠানতেৃ ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ তৰফৰ পৰা প্ৰয়াত অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্তৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা ‘সোঁৱৰণ’ শীৰ্ষক এখনি স্মৰণিকা সম্পাদনা সমিতিৰ দ্বাৰা প্ৰকাশ কৰি ওলোৱা হয় ।

সাংবাদিক মৃণাল কুমাৰ বৰা, মণ্টু শইকীয়া, হেমন্ত শৰ্মা আৰু পল্লভ দ্বীজেনে সম্পাদনা কৰি ওলোৱা আলোচনীখন উন্মোচন কৰে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান তথা ৰাজ্যিক তথ্য আয়োগৰ বৰ্তমানৰ মুখ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই । দুগৰাকী দ্বিগ্বজ সাংস্কৃতিক সাংবাদিকৰ জীৱন পৰিক্ৰমাক কম সময়ৰ ভিতৰত এনেকৈ আলোচনীৰ আকাৰত উলিয়াই তেওঁলোকৰ বাবে যি শ্ৰদ্ধা নিবেদন কৰিছে সেয়া প্ৰসংশনীয় বুলি উল্লেখ কৰি উন্মোচক ভাস্কৰজ্যোতি মহন্তই এই কামৰ শলাগ লয় ।

অনুষ্ঠানত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ সভাপতি বিতোপন বৰবৰাই দুয়োগৰাকী সাংস্কৃতিক সাংবাদিকৰ বিষয়ে বক্তব্য আগবঢঢ়োৱাৰ লগতে সদ্যপ্ৰয়াত ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ জীৱনাদৰ্শৰ বিষয়েও আলোকপাত কৰে । মঞ্চত উপস্থিত থকা অভিনেতা তথা পৰিচালক যতীন বৰাই অৰুণলোচন দাসৰ বিয়োগ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে ক্ষতিকাৰক বুলি দুঃখপ্ৰকাশ কৰি কয়, “আজিৰ তাৰিখত হয়তো যতীন বৰা এজন সফল অভিনেতা হিচাপে থিয় হোৱাৰ আঁৰৰ মানুহজন হ’ল প্ৰয়াত অৰুণলোচন দাস ।

মোৰ প্ৰথম ছবি ‘উত্তৰকাল’ৰ সময়ত অৰুণলোচন দাসৰ ঘৰৰ কাষতেই মই আছিলোঁ । মহানায়ক বিজু ফুকনৰ ঘৰলৈ এদিন লৈ গৈ প্ৰথম পৰিচয় কৰি দিয়া আৰু ‘দেউতা’ ছিৰিয়েলত কাষ্টিং কৰি দিয়াত সহায় কৰা মানুহজনেই আছিল অৰুণলোচন দাস, যিটো মোৰ বাবে আছিল এটা টাৰ্ণিং পইণ্ট ।“ অৰুণলোচন দাসৰ অনুপম সৃষ্টি লাইমলাইট ফিল্ম ডাইৰেক্টৰীৰ পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰাৰ বাবে সাংস্কৃতিক সাংবাদিক সন্থা, অসমক দায়িত্ব ল’বৰ বাবে আহ্বান জনোৱাৰ লগতে যতীন বৰাই ইয়াত ব্যক্তিগতভাবে সম্পূৰ্ণ সহযোগ কৰিব বুলিও আজিৰ অনুষ্ঠানতেই মন্তব্য কৰে ।

ইপিনে, অনুষ্ঠানত উপস্থিত হৈ একালৰ সাংবাদিক আৰু বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটায়ো আজিৰ স্মৃতিচাৰণ সভাত বক্তব্য প্ৰদান কৰে । অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্ত কায়িকভাবে আজি নাথাকিলেও তেওঁলোকৰ সৃষ্টিৰাজিৰ জৰিয়তেই দুয়ো চিৰদিনলৈ সকলোৰে মনত সজীৱ হৈ থাকিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত অসমৰ সংবাদ আৰু সাংস্কৃতিকজগতৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । উল্লিখিত ব্যক্তিসকলৰ উপৰি আজিৰ অনুষ্ঠানত উপস্থিত আছিল অশোক কুমাৰ বিষয়া, কমললোচন দাস, নয়ন প্ৰসাদ, মইনুল হক, ধীৰাজ কাশ্যপ, ৰাজেন ৰাজখোৱা, মাধুৰিমা চৌধুৰী, নিশিতা গোস্বামী, কৃপাল কলিতা, বীৰেন হাজৰিকা, হেমন্ত দেবনাথ, প্ৰদ্যুত কুমাৰ ডেকা, শুভেশ্বৰ দাসৰ লগতে অআন বহুকেইগৰাকী শিল্পী ।

সন্থাৰ দুয়োগৰাকী প্ৰয়াত উপদেষ্টাৰ পৰিয়ালৰ হৈ উপস্থিত থাকে কমললোচন দাস, যুগললোচন দাস, সোণালী দত্ত, উজ্বীৱন দত্ত, জোনালী দাস, তীতিক্ষা দাসৰ উপৰি কেবাজনো আত্মীয় । সভাৰ শেষত সন্থাৰ সাধাৰণ সম্পাদক শিবাণু বৰাই আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আজিও অটুট থকা শিল্পী-সাংবাদিকসকলৰ আত্মিক সম্পৰ্কৰ কথা নিজৰ বক্তব্যত উল্লেখ কৰে ।

‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা ‘সোঁৱৰণ’ শীৰ্ষক স্মৰণিকাখন ছপাৰ দায়িত্ব বহন কৰাৰ বাবে এ এম টেলিভিছনৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণকো সন্থাই বিশেষভাবে ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ।

স্মৰণিকাখনৰ বেটুপাতটি অংকণ কৰা সন্থাৰ সদস্য তথা সুদক্ষ চিত্ৰশিল্পী প্ৰদীপ নাথকো সন্থাই ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত উপস্থিত থকা ভালেকেইগৰাকী শিল্পী-সাংবাদিকেও তেওঁলোকৰ বক্তব্যত প্ৰয়াত সাংবাদিক দুগৰাকীৰ সৈতে থকা তেওঁলোকৰ ঘনিষ্ঠতা তথা তেওঁলোকৰ জীৱনৰ বহু নজনা কথা উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anil BaruahArunluchan DasAssam Cultural Journalist AssociationGuwahati Press ClubMemorial MeetingPrafulla Kr.Dutta
publisher

publisher

Related Posts

ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু
International

October 22, 2026
‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d