Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Asom Gramya Puthibharal Santha : ২৭ , ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হ’ব সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা পূৰ্ণাংগ ৰাজ্যিক অধিবেশন

publisher by publisher
October 26, 2022
in India, Assam, News
Reading Time: 2 mins read
0
asom gramya puthibharal santha
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Asom Gramya Puthibharal Santha :

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ অহা ২৭ , ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পূৰ্ণাংগ ৰাজ্যিক অধিবেশন আৰু ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আদৰণি সমিতিৰ কৰ্ণধাৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাৰ ২৪ অক্টোবৰত সন্থাৰ সভা কক্ষত অনুষ্ঠিত হৈ যায় ।

ADVERTISEMENT

দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে বিদ্যালয় সমূহৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক প্ৰেমেশ্বৰ দাসে । আগন্তুক সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ পূৰ্ণাংগ অধিবেশনৰ বিষয়ে উক্ত কৰ্ণধাৰ সমিতিৰ সভাত বিশদভাৱে আলোচনা কৰা হয় ।

আনহাতে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ পূৰ্ণাংগ অধিবেশন উপলক্ষে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে পুথিভঁৰাল আন্দোলনক অধিক গতিশীল কৰাৰ বাবে জনমত সৃষ্টি কৰাৰ উদ্দেশ্যৰে ২৪ অক্টোবৰৰ পৰাই আৰম্ভ কৰিছে সাংগঠনিক অভিযান ।

উক্ত সাংগঠনিক অভিযানৰ শুভাৰম্ভ কৰি সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই কয় যে, সম্প্ৰতি ৰাজ্যখনত অপ-সংস্কৃতিৰ অশুভ পৰম্পৰা আদিয়ে গা কৰি উঠিছে । এই অপসংস্কৃতি সমূহ ৰাইজেই প্ৰতিৰোধ কৰিব লাগিব । আমাৰ সমাজত ৰঘূমলাৰ দৰে ছানি ধৰা অপসংস্কৃতিৰ পৰম্পৰাবোৰক চৰকাৰ বা প্ৰসাশনলৈ বাট নাচায় পুথিভঁৰাল সন্থাৰ দৰে স্বেচ্ছাসেৱী অনুষ্ঠান সমূহে নিৰ্মূল কৰিব লাগিব ।

নগাঁৱৰ পৰা আৰম্ভ হোৱা এই সাংগঠনিক অভিযান অহা ২৭ অক্টোবৰৰ পৰা কলিয়াবৰ, বোকাখাট , যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰ হৈ তিনিচুকীয়াত সামৰণি পৰাৰ বিপৰীতে নামনি অসমত সাংগাঠনিক অভিযান আৰম্ভ হ’ব অহা নবেম্বৰ মাহৰ পৰা ।

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আঁত ধৰা সভাখনত লেখিকা ড৹ থুনু কলিতা , ড৹ ৰৌজলীন জাহান , শিক্ষাবিদ ফজলুল হক মৰল , ভূপেন নাথ , কলংপাৰ কাকতৰ সম্পাদক ভবেন বৰা , সন্থাৰ সহকাৰী সম্পাদক খগেন নাথ , বিশিষ্ট ক্ৰীড়া সংগঠক শশীন্দ্ৰ মহন্ত , শিক্ষাবিদ ভাৰত চন্দ্ৰ নাথ , সন্থাৰ সাংস্কৃতিক সম্পাদিকা অনিমা বৰুৱা শৰ্মা ,জেষ্ঠ সাংবাদিক ক্ৰমে কনক হাজৰিকা , দেৱজিত হাজৰিকা , ধেনুৰাম নাথ আদি ব্যক্তি সকল উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Annual SessionAssamNagaonSAGPS
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d