Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Result HS 2026

    Result HS 2026

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

National Crime Record Bureau Report In Assam:ৰাজ্যত ৩,৪৬৬টা মহিলা অপহৰণ, ১৪,১৪৮টা মহিলাৰ বিৰুদ্ধে অপৰাধ

publisher by publisher
December 5, 2023
in India, Assam, News
Reading Time: 2 mins read
0
National Crime Record Bureau Report In Assam:ৰাজ্যত ৩,৪৬৬টা মহিলা অপহৰণ, ১৪,১৪৮টা মহিলাৰ বিৰুদ্ধে অপৰাধ
2
SHARES
20
VIEWS
ShareShareShareShare

National Crime Record Bureau Report In Assam:

২০২২ত ৰাজ্যত সংঘটিত হয় ১৪,১৪৮ টা নাৰীজনিত অপৰাধ। এই অপৰাধৰ ১,২১৭টা ঘটনাৰে শীৰ্ষত আছে কামৰূপ জিলা। ৰাজ্যত সংঘটিত হোৱা নাৰীজনিত অপৰাধৰ ভিতৰত ৩,৪৬৬ টা অপহৰণ আৰু ৪,৭০৪ টা স্বামী তথা আত্মীয়ৰ দ্বাৰা অত্যাচাৰৰ ঘটনা বুলি নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ (এনচিআৰবি)ৰ প্ৰতিবেদনত প্রকাশ পাইছে।

ADVERTISEMENT

প্রকাশিত তথ্য অনুসৰি, উল্লিখিত মুঠ নাৰীজনিত অপৰাধৰ ভিতৰত অসমত ১৪টা ধর্ষণ আৰু দলবদ্ধ ধর্ষণ কৰি হত্যা, ১৭৫টা যৌতুকজনিত হত্যা, ৭৫টা মহিলাক আত্মহত্যা কৰিবলৈ দিয়া হেঁচা ঘটনা, দুটা গর্ভপাত, তিনিটা এছিড আক্ৰমণৰ ঘটনা সংঘটিত হয়। একেদৰে ৩,৪৬৬টা অপহৰণৰ ঘটনাৰ ভিতৰত ২৮৫টা কিশোৰী অপহৰণ ঘটনা বুলি তথ্য প্রকাশ পাইছে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

সমান্তৰালভাবে তিনিটা কিশোৰী বিক্রীৰ উপৰি ১,১১৩টা মহিলা ধর্ষণৰ ঘটনা উল্লিখিত বৰ্ষত সংঘটিত হয়। ইয়াৰে ১,১০৯টা ধৰ্ষণৰ ঘটনাৰ ভুক্তভোগী ১৮ বছৰৰ ওপৰৰ যুৱতী-মহিলা আৰু চাৰিটাৰ ভুক্তভোগী ১৮ বছৰৰ তলৰ।

ইয়াৰ উপবি ২৫৩টা ধর্ষণৰ অপচেষ্টা, ১,৯৮৪টা অসৎ উপায়ে মহিলাক আক্রমণ, ১৫২টা মহিলাজনিত চাইবাৰ অপৰাধ, ১,৭০৩টা কিশোৰী যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হয়।

উল্লিখিত কিশোৰী যৌন নির্যাতনৰ মুঠ ঘটনাৰ ভিতৰত ১,২৫৭টা ধর্ষণ আৰু ৩২২টা যৌন উৎপীড়নৰ ঘটনা সংঘটিত হয় ২০২২ত।

আনহাতে, উল্লিখিত বৰ্ষত কামৰূপ গ্রাম্যত সর্বাধিক মহিলাজনিত অপৰাধ সংঘটিত হোৱাৰ বিপৰীতে কাছাৰত দ্বিতীয় সর্বাধিক ১,০১৪টা এই অপৰাধ সংঘটিত হয়। একেদৰে কামৰূপ মহানগৰত ৯৭৯টা, শোণিতপুৰত ৮১২টা, নগাঁৱত ৭৮০টা, দৰঙত ৭৪৯টা, গোৱালপাৰাত ৬৭৩টা, বৰপেটাত ৫৯১টা, মৰিগাঁৱত ৫৪৮টা, কৰিমগঞ্জত ৪৭৬টা, তিনিচুকীয়াত ৪৫২টা, ডিব্রুগড়ত ৩৯৫টা, বঙাইগাঁৱত ২৮২টা, গোলাঘাট আক ধেমাজিত দুশটা হাইলাকান্দিত ৩০২টা, যোৰহাটত ৩৪২টা, কোকৰাঝাৰত ৩৪৭টা, লখিমপুৰত ৩৯৯টা, নলবাৰীত ৩৬৪টা, শিৱসাগৰত ২২৬টা, বাগ্সাত ১২৪টা, চিৰাঙত ১৬২টা নাৰীজনিত অপৰাধ সংঘটিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamNational Crime Record Bureau Reportwomen-crime
publisher

publisher

Related Posts

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
News

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

April 28, 2026
Result HS 2026
News

Result HS 2026

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d