APSC Scam Update:নগাঁৱৰ কৰ অধীক্ষক ৱাহিদা বেগমক ডিফুৰ পৰা গ্ৰেপ্তাৰ এছ আই টিৰ

apsc scam

APSC Scam Update:

এপিএছ চি কেচ ফ’ৰ জৱ কেলেংকাৰীত জড়িত পুনৰ এগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ এছ আই টিৰ ৷

নগাঁৱৰ কৰ অধীক্ষক ৰূপে নিয়োজিত হৈ থকা ৱাহিদা বেগমক এছ আই টিয়ে গ্ৰেপ্তাৰ কৰে ডিফুৰ পৰা ৷

উল্লেখ্য যে,আটকাধীন ৰাজপত্ৰিত বিষয়া গৰাকীয়ে ২০১৩ ৰ এপিএছচি পৰীক্ষাত বক্ৰপথৰে পিছ দুৱাৰেদি চাকৰি লোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

Exit mobile version