Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

SC Holds Abrogation On Article 370::৩৭০ নং অনুচ্ছেদৰ বাতিলকৰণ বৈধ ঘোষণা সৰ্বোচ্চ ন্যায়ালয়ৰ

কেন্দ্ৰৰ সিদ্ধান্তক সাংবিধানিক আখ্যা পাঁচজনীয়া বিচাৰপীঠৰ, লাডাখক কেন্দ্রীয়শাসিত অঞ্চল হিচাপে বাহাল ৰখাৰ ৰায়, 'জম্মু-কাশ্মীৰৰ সংবিধান ভাৰতৰ সংবিধানৰ অধীন, ২০২৪ৰ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব

publisher by publisher
December 11, 2023
in India, News
Reading Time: 2 mins read
0
SC Holds Abrogation On Article 370::৩৭০ নং অনুচ্ছেদৰ বাতিলকৰণ বৈধ ঘোষণা সৰ্বোচ্চ ন্যায়ালয়ৰ
1
SHARES
11
VIEWS
ShareShareShareShare

SC Holds Abrogation On Article 370:

সকলো উৎকণ্ঠা অন্ত পেলাই জম্মু-কাশ্মীৰৰ সৈতে জড়িত সংবিধানৰ ৩৭০ অনুচ্ছেদ সন্দৰ্ভত আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অনুচ্ছেদ ৩৭০ বাতিলৰ সপক্ষে ৰায় প্ৰদান কৰে।

ADVERTISEMENT

উচ্চতম ন্যায়ালয়ে ৩৭০ অনুচ্ছেদ বাতিল বৈধ আৰু সাংবিধানিক বুলি অভিহিত কৰি উল্লেখ কৰে যে ৰাষ্ট্ৰপতিয়ে ৩৭০ অনুচ্ছেদ বাতিল কৰিব পাৰে ৷ আনহাতে ৩৭০ প্ৰত্যাহাৰ ৰাষ্ট্ৰপতিৰ উদ্দেশ্য প্রণোদিত নাছিল ৷ বৰং অনুচ্ছেদ ৩৭০ সাময়িক ব্যৱস্থা আছিল ৷

RelatedPosts

Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !

Pakistan violates ceasefire::কাশ্মীৰ সীমান্তত যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ

J&K  Doda Bus Accident:জম্মু- কাশ্মীৰৰ ড’দাত ভয়ংকৰ পথ দুৰ্ঘটনা

একেদৰে ন্যায়ালয়ৰ বিচাৰপীঠে আৰু উল্লেখ কৰে যে জম্মু-কাশ্মীৰৰ সুকীয়া সার্বভৌমত্ব নাছিল জম্মু-কাশ্মীৰৰ সংবিধান ভাৰতৰ সংবিধানৰ অধীন ৷
জম্মু-কাশ্মীৰৰ দ্বিখণ্ডিতকৰণক বৈধত ঘোষণা কৰে ৷ ন্যায়ালয়ে ৰায়টোত কয় যে,জম্মু-কাশ্মীৰত ২০২৪ৰ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব ৷

উল্লেখ্য যে,সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ এছ কে কৌল, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাৱৈ আৰু ন্যায়াধীশ সূৰ্য কান্ত পাঁচজনীয়া বিচাৰপীঠে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্ত বাহাল ৰখাৰ ৰায় ঘোষণা কৰে।

sc 1দীঘলীয়া শুনানিৰ অন্তত সোমবাৰে প্ৰদান কৰা চুড়ান্ত ৰায়টোত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত সম্পূৰ্ণ বৈধ আছিল ৷ ইয়াৰ লগে লগে ৩৭০ অনুচ্ছেদৰ সপক্ষে আবেদনকাৰীয়ে উপস্থাপন কৰা যুক্তিক নাকচ কৰা হয় ৰায়টোত ৷

স্মতব্য যে, ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ বাবে থকা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ নিষ্ক্ৰিয় কৰিছিল ৷ তাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে গৰজি উঠে জম্মু-কাশ্মীৰৰ বহু কেইটা দল- সংগঠন ৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয় সংশ্লিষ্ট সংগঠনবোৰে ৷ এই সম্পৰ্কত ন্যায়ালয়ে দীঘলীয়া শুনানী চলাই ৫ ছেপ্তেম্বৰত শুনানি সম্পন্ন কৰে ৷

scআনহাতে জম্মু-কাশ্মীৰৰ কোনো আভ্যন্তৰীণ সাৰ্বভৌমত্ব নাছিল। মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে দৈনন্দিন কাম-কাজৰ সৈতে জড়িত ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ন্যায়িক পৰ্যালোচনা হ’ব নোৱাৰে। সংবিধানৰ ৩৫৭ নং অনুচ্ছেদৰ অধীনত ৰাজ্য বিধানসভাৰ কোনো আইন বাতিল বা সংশোধনৰ ক্ষমতা সংবিধানৰ ৪২ সংখ্যক সংশোধনী আইনৰ প্ৰেক্ষাপটত পঢ়িব লাগিব।

মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচুড়ে ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ পূৰ্বে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে। ৰাষ্ট্ৰপতিৰ শাসনকালত কেন্দ্ৰই ৰাজ্য চৰকাৰৰ ঠাইত সিদ্ধান্ত ল’ব পাৰে। ৰাজ্য বিধানসভাৰ ঠাইত সংসদে কাম কৰিব পাৰে।

মনকৰিবলগীয়া যে,জম্মু-কাশ্মীৰ সন্দৰ্ভত সংবিধানৰ ৩৭০ নং অনুচ্ছেদ সপক্ষে অৱস্থান কৰি পুনৰ বাহাল ৰখাৰ দাবী জনোৱা আবেদনকাৰী সকল আছিল অধিবক্তা এম এল শৰ্মা, শ্বোৱেইব কুৰেশ্বী, মুজাফ্ফাৰ ইকবাল খান, ৰিফাত আৰা বুট, ছাকিৰ শ্বাব্বিৰ, ৰাষ্ট্ৰীয় সন্মিলনৰ সাংসদ মহম্মদ আকবৰ ল’ন, হাছনাইন মাছুদী, চি পি আই নেতা মহম্মদ ইউছুফ তাৰিগামি, ইন্দৰজিৎ টিক্কু, সাংবাদিক সতীশ জেকব, প্ৰাক্তন এয়াৰ ভাইচ মাৰ্শ্বাল কপিল কাক, প্ৰাক্তন আই এ এছ হিন্দল হায়দৰ ত্যবজী, অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল অশোক মেহতা, অমিতাভ পাণ্ডে, গোপাল পিল্লাইৰ লগতে পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ, জম্মু কাশ্মীৰ পিপলছ কনফাৰেন্স সহ বহু কেইটা সংগঠন ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Article 370 VerdictConstitutionally ValidJ&KSC Holds Abrogation On Article370
publisher

publisher

Related Posts

মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
India

May 12, 2025
‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d