Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Jammu and Kashmir : পাকিস্তানৰ জয়ত দেশবিৰোধী শ্ল’গান, শ্রীনগৰৰ মেডিকেল কলেজত ইউএপিএ-ৰ অধীনত গোচৰ

publisher by publisher
October 27, 2021
in India, News
Reading Time: 1 min read
0
Jammu and Kashmir : পাকিস্তানৰ জয়ত দেশবিৰোধী শ্ল’গান, শ্রীনগৰৰ মেডিকেল কলেজত ইউএপিএ-ৰ অধীনত গোচৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Illegal Parking Tax:পার্কিঙক লৈ মহানগৰীৰ পাণবজাৰত নিশা উত্তপ্ত পৰিস্থিতি

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

দেওবাৰে টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ জয়ৰ পাছত দেশবিৰোধী শ্ল’গান দিয়াত শ্রীনগৰৰ দুখন মেডিকেল কলেজৰ ছাত্র-ছাত্রী, পৰিচালক মণ্ডলীৰ সদস্য আৰু হোষ্টেল ৱার্ডেনৰ বিৰুদ্ধে ইউএপিএ-ৰ অধীনত (বেআইনী কার্যকলাপ বিৰোধী) দুটা এফআইআৰ কৰিলে জম্মু-কাশ্মীৰ আৰক্ষীয়ে । সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পাছত এনে ধৰণৰ ঘটনা জম্মু-কাশ্মীৰত এয়ে প্রথম । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাশ্মীৰত উপস্থিত থকাৰ সময়তে এই ঘটনাই চৰকাৰৰ উদ্বেগ বৃদ্ধি কৰিছে ।

ADVERTISEMENT

শ্রীনগৰত ‘গভার্নমেন্ট মেডিকেল কলেজ (জিএমচি) আৰু শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ (এছকেআইএমএছ)-ত এই ঘটনা সংঘটিত হয় । এনে ধৰণৰ একাধিক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভিডিঅ’ত দেখা গৈছে, পাকিস্তানৰ সমর্থনত শ্ল’গান দিছে অভিযুক্তসকলে । ইয়াৰ উপৰি ভাৰত-বিৰোধী মন্তব্য‌ও শোনিবলৈ পোৱা গৈছে । চৌৰা আৰু কৰণ নগৰ থানাত এই এফআইআৰ দুটা দাখিল কৰা হৈছে । জম্মু-কাশ্মীৰৰ এজন উচ্চ পদস্থ আৰক্ষী বিষয়াই কয়, ‘‘তদন্ত অব্যাহত আছে । এই গোচৰৰ মাধ্যমত আমি উদাহৰণ তৈয়াৰ কৰিম ।’’ এই ঘটনাবোৰত এতিয়াও অৱশ্যে কাকো গ্রেপ্তাৰ কৰা নাই ।

তদন্তকাৰীসকলে জনাইছে, ভিডিঅ’বোৰ পৰ্যৱেক্ষণ কৰি পদক্ষেপ গ্ৰহণ কৰা হ’ব । সংশ্লিষ্ট সূত্রৰ খবৰ, সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ’বোৰৰ ভিতৰত বহুকেইটা ২০১৭ৰ বুলিও ধাৰণা কৰা হৈছে । তেওঁলোকৰ আশ্বাস, ‘‘তদন্তত সম্পূৰ্ণ বিষয়টো স্পষ্ট হ’ব ।’’ অনেকে ভিডিঅ’বোৰক লৈ ক্ষোভ উজাৰিছে সামাজিক মাধ্যমত ।

জিএমচি-ৰ এগৰাকী ছাত্রীয়ে কয়, ‘‘এনে চিকিৎসকসকল মানৱীয়তাৰ বাবে সংশয় । কাশ্মীৰত কর্মৰত সেনাসকলক তেওঁলোকে কেনেদৰে চিকিৎসা কৰিব ঈশ্বৰেই জানে !’’

আৰক্ষীৰ অৱস্থানৰ বিৰোধিতা কৰি জম্মু-কাশ্মীৰ ‘পিপলছ কনফাৰেন্স’-ৰ নেতা ছাজাদ লোনেৰ টুইট, ‘‘ম‌ই ইয়াৰ বিৰোধিতা কৰিছো । অন্য এটা দলক সমৰ্থন কৰোতেই যদি আপোনালোকে তেওঁলোকক (অভিযুক্তসকল) সম্পূৰ্ণ দেশপ্রেমী নহয় বুলি মানি লৈছে, তেনেহ’লে তেনে অভ্যাস ঘূৰাই অনাৰ সাহস থাশকা উচিত । শাস্তি দি কোনো লাভ নাই ।’’ এছকেআইএমএছ সূত্রৰ খবৰ, বিষয়টো পৰ্যৱেক্ষণ কৰিবলৈ কমিটী গঠন কৰা হৈছে । ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন বিচৰা হৈছে ।

ইপিনে, ২০১৯ত পুলৱামাত যি চিআৰপি কেম্পত সন্ত্ৰাসবাদীসকলে আত্মঘাতী আক্ৰমণ চলাইছিল, ফলত ৪০ জন অৰ্ধসেনা নিহত হৈছিল কালি তাতেই নিশা কটাইছে অমিত শ্বাহে । তাত তেওঁ নিৰাপত্তা বাহিনীক উদ্দেশ্যি বার্তা দিয়ে, ‘‘সম্পূর্ণ শান্তি ঘূৰি নহা পর্যন্ত স্বস্তি নাই‌ ।’’

তেনে সময়তে মঙলবাৰে পুনৰ বিস্ফোৰণত কঁপি উঠিল জম্মু-কাশ্মীৰৰ বান্দিপোৰা অঞ্চল । পুৱা ১০বাজি ২০মিনিটত এটা সেনা কনভয়ত গ্রেনেড আক্ৰমণত ছজন আহত হৈছে বুলি আৰক্ষী সূত্রে খবৰ । গ্রেনেডটো লক্ষ্যভ্রষ্ট হৈ পথৰ দাঁতিত বিস্ফোৰণ হয় । আহতসকল সাধাৰণ নাগৰিক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GMCIndian ArmykASHMIRSher E Kashmir Institute of Medical Sciences Srinagar
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d