Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

How To Stop Hair Loss:চুলি সৰা বন্ধ কেনেকৈ কৰিব !

publisher by publisher
December 24, 2023
in India, Assam, News
Reading Time: 2 mins read
0
How To Stop Hair Loss:চুলি সৰা বন্ধ কেনেকৈ কৰিব !
3
SHARES
34
VIEWS
ShareShareShareShare

How To Stop Hair Loss:

কিছুমান লোকৰ মূৰৰ ছালখন অনবৰতে তিতি থাকে। আচলতে তৈলাক্ত হোৱা বাবে এনে হয়। ফলত ধূলি-বালি আদি তাৰ ওপৰত পৰি সঘনাই মলিয়ন হয়। তৈলাক্ত ছালৰ বাবে বেছিকৈ চুলি সৰে। সাধাৰণতে পুৰুষসকলৰ এনে সমস্যাই সঘনাই হোৱা দেখা যায়।

ADVERTISEMENT

প্ৰায়ভাগ লোকৰ চুলি সৰাৰ সমস্যা থাকে। কাৰোবাৰ কম আৰু কাৰোবাৰ বেছি চুলি সবে। নাৰী-পুৰুষৰ উভয়ৰে এনে ধৰণৰ সমস্যা থাকে। চুলি সৰিলে শৰীৰৰ বিশেষ ক্ষতি নহয় যদিও সৌন্দর্য ৰক্ষাত ব্যাঘাত জন্মে। সাধাৰণতে যিসকল লোকে দিনৰ দিনটো ঘৰৰ বাহিবতে কটায় তেওঁলোকৰ বেছিকৈ চুলি সৰে।

RelatedPosts

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

চুলি সৰাৰ সমস্যাই দেখা দিছে নেকি ?

খোজ কাঢ়িলে ভৰিত বিষ অনুভৱ হয়?

অৱশ্যে এটা কথা ঠিক যে বেছিকৈ চুলি সৰাৰ লগে লগে কিছুমান ইয়াকে লৈ মানসিক সমস্যাই গা কৰি উঠিব পাৰে। চুলি সৰা বন্ধ কৰিব পাৰি যদিহে কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰা হয়। সাধাৰণতে কিছুমান কথাত গুৰুত্ব দিলেই চুলি সৰা বন্ধ হোৱাৰ উপৰি আন সমস্যাৰ পৰাও হাত সাৰিব পাৰিব।

+ চুলিৰ গুৰিত যদি ভিটামিন ‘ই’ ব্যৱহাৰ কৰা হয় তেতিয়াহ’লে মূৰৰ ছালখনত ৰক্ত সঞ্চালন স্বাভাবিক হ’ব। কিছুদিন এইবিধ ভিটামিন ব্যৱহাৰ কৰিলে লাহে লাহে চুলি সৰা বন্ধ হ’বলৈ ধৰে।

+ কিছুমান লোকৰ প্ৰ’টিনৰ অভাৱতো চুলি সৰিবলৈ ধৰে। সেই বাবে খাদ্য তালিকাত প্ৰ’টিন সমৃদ্ধ মাছ, মাংস, চয়াবিন আদি অন্তর্ভুক্ত কৰা উচিত। এনে ধৰণৰ খাদ্যই চুলি সৰা বন্ধ কৰাৰ উপৰি স্বাস্থ্য ৰক্ষাতো সহায় কৰে।

+ চুলিখিনি সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিলে উফি আদিয়ে গা কৰি উঠিব নোৱাৰে। যিমানেই উফি আদিৰ সৃষ্টি হয় সিমানেই বেছিকৈ চুলি সৰে। তাৰ উপৰি কিছুমানৰ মূৰৰ পৰা দুর্গন্ধ ওলায়। এনে ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ চুলিখিনি চেম্পু কৰা উচিত।

+ কেতিয়াও তিতি থকা চুলি আঁচুৰিব নালাগে। এই ক্ষেত্রত মহিলাসকল বেছ সতর্ক যদিও পুৰুষসকলে বিশেষ গুৰুত্ব প্রদান নকৰে। তিতা চুলি কোমল হৈ থাকে। চুলিৰ গুৰিও কোমল হৈ থাকে বাবে বেছিকৈ আঁচুৰিব নালাগে। চুলি ভালদৰে শুকোৱাৰ পাছত আঁচুৰিলে বেছিকৈ নসৰে।

+ ঘৰুৱা উপাদান কিছুমান ব্যৱহাৰ কৰিও সুফল লাভ কৰাটো সম্ভব। নিয়মীয়াকৈ আদা, নহৰু আৰু পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিলে সুফল পোৱাটো সম্ভব।

+ আজিকালি কিছুমান লোকৰ শৰীৰত পানীৰ অভাৱ বা ডিহাইড্ৰেচন হ’লে এনে সমস্যাই গা কৰি উঠিব পাৰে। দৰাচলতে জলশূনা আদি সমস্যাই গা কৰি উঠিলে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰা উচিত।

+ মদ্যপান, ধূমপানৰ বাবেও সোনকালে চুলি সৰিবলৈ আৰম্ভ কৰে। সেইবাবে এনে ধৰণৰ অভ্যাসৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব।

+ গৱেষকসকলে শেহতীয়াভাবে এই বুলি মন্তব্য কৰিছে যে গ্রীণ টি ব্যৱহাৰ কৰিলে সুফল পোৱাটো সম্ভৱ। একাপ পানীত গ্রীণ টি দুই বেগ মিহলি কৰিব লাগে। সেয়া ভালদৰে উতলাই ঠাণ্ডা কৰি পাছত চুলিৰ আগৰ পৰা গুৰিলৈকে ব্যৱহাৰ কৰা উচিত।’

এঘণ্টামান পাছত ভালদৰে ধুলেও সুফল পোৱা যায়। ১০-১৫ দিনমান এনেদৰে ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হ’বলৈ ধৰে।

+ কিছুমান লোকৰ মূৰৰ ছালখন অনবৰতে তিতি থাকে। আচলতে তৈলাক্ত হোৱা বাবে এনে হয়। ফলত ধূলি-বালি আদি তাৰ ওপৰত পৰি সঘনাই মলিয়ন হয়। তৈলাক্ত ছালৰ বাবে বেছিকৈ চুলি সৰে। সাধাৰণতে পুৰুষসকলৰ এনে সমস্যাই সঘনাই হোৱা দেখা যায়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Hair CareHealthStop Hair Loss
publisher

publisher

Related Posts

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d