Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Hair: যেনিয়ে চাই তেনিয়ে চুলি ! কিয় সৰিছে চুলি ? জানিবলৈ পঢ়ক 

samimsultana by samimsultana
November 4, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
Hair: যেনিয়ে চাই তেনিয়ে চুলি ! কিয় সৰিছে চুলি ? জানিবলৈ পঢ়ক 
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই স্থগিত ৰাখিলে লোকসভা

Chandramohan Patwari:ড্ৰাগছ বিৰোধী অভিযান সন্দৰ্ভত সদনত চন্দ্রমোহন পাটোৱাৰীৰ তথ্য

Winter Sessions of the Assam Legislative Assembly begins:আজিৰ পৰা আৰম্ভ অসম বিধানসভাৰ পাঁচদিনীয়া অধিবেশন

Hair :
বিশেষকৈ শীতকাল অহা মানেই বহুতৰে সাংঘাটিক ধৰণে চুলি সৰে । চুলি সৰাক লৈ দুশ্চিন্তাত ভুগে বহু মহিলা । অৰ্থাৎ শীতকালৰ অন্য এক সমস্যা হৈছে চুলি সৰা ।

স্বাভাৱিকতে মানুহৰ প্ৰতিদিনে ৫০ ৰ পৰা ১০০ ডাল চুলি সৰে । কিন্তু বহুতৰে আকৌ শীতকালতেই বেছিকৈ চুলি সৰা দেখা যায় । এই ঋতুত তাপমাত্ৰা আৰু আৰ্দ্ৰাতাৰ পৰিমাণ কমি যাই কাৰণে চুলিৰ বাবে প্ৰয়োজনীয় ময়শ্চাৰ নষ্ট হয় , যাৰবাবে চুলি ক্ৰমাৎ শুকান আৰু ৰোক্ষ হৈ পৰে আৰু চুলি সৰিবলৈ আৰম্ভ কৰে ।

ADVERTISEMENT

ইয়াৰ লগতে ঠাণ্ডাৰ পৰা ৰক্ষা পৰিবলৈ বহুতে গৰম পানীৰে মূৰ ধোৱাৰ ফলতো চুলি দুৰ্বল হৈ সৰি পৰা পৰিলক্ষিত হয় ।
আনহাতে বিভিন্ন বিজ্ঞাপনৰ মোহত পৰি বহুতে না-না উৎপাদনৰ চেম্পু, চাবোন , হেয়াৰ ক্ৰিম আদি ব্যৱহাৰ কৰাৰ ফলতো চুলি ৰোক্ষ হৈ সৰিবলৈ আৰম্ভ কৰে ।

বিশেষজ্ঞৰ দাবী অনুসৰি দৈনিক খাদ্য  তালিকাত সুষম আহাৰ নাথাকিলে ছাল আৰু চুলি সৰাটো খাটাং । একেদৰে অতিমাত্ৰা নিচা কৰিলেও চুলি সৰে । পাৰিলে দৈনিক খাদ্যত আমলখি খোৱাৰ অভ্যাস কৰিব লাগে । আমলখি চুলিৰ কাৰণে খুবেই উপকাৰী ।

আমলখি কেঁচাকৈ খোৱাৰ লগতে সিদ্ধ কৰি ভাতৰ লগত খাব পাৰে লগতে আমলখিৰ ৰস উলিয়াই চুলিত ঘঁহিব পাৰিলে চুলি মসৃণ হোৱাৰ লগতে উজ্জ্বলতা বৃদ্ধি পায় । ইয়াৰ লগতে এল’ভেৰাৰ ৰসো চুলিত লগাব লাগে । এল’ভেৰাৰ ভিতৰত থকা জেলখিনি উলিয়াই মূৰত লগাই গোটেই নিশা ৰাখি পিছদিনা চেম্পুৰে মূৰটো ধুই পেলাব লাগে ।

সপ্তাহত অন্তত: দুবাৰকৈ এল’ভেৰাৰ জেল লগাব লাগে । ই চুলি মসৃণ কৰাৰ লগতে চুলি দীঘল হোৱাত সহায় কৰে ।
ইয়াৰোপৰি,শুকুৱাই থোৱা জৱা ফুলৰ লগত নাৰিকল তেল গৰম কৰি , ঠাণ্ডা হোৱাৰ পিছত মূৰত লগাই এদিন ৰাখি পিছত চেম্পু দি মূৰটো ধুই পেলাব লাগে ।

সপ্তাহত অন্তত: চাৰিদিন হ’লেও এই মিশ্ৰণ ব্যৱহাৰ কৰিলে চুলি সৰা ৰোধ হোৱাৰ লগতে চুলিৰ গঠন ভাল হয় ।

বি:দ্ৰ: ওপৰোক্ত লিখনীটো তথ্যৰ ওপৰত আধাৰিত যদিও চুলি সৰা কোনো ৰোগৰ লক্ষণো হ’ব পাৰে । তেনেক্ষেত্ৰত অধিক সৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hair CareHair ProblemWinter Session
samimsultana

samimsultana

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d