Body of a couple of Indian descent and their daughter in a Rs 41 crore palace:আমেৰিকাত ৪১ কোটিটকীয়া প্রাসাদত ভাৰতীয় বংশোদ্ভূত দম্পতী-কন্যাৰ মৃতদেহ

usa incident

Body of a couple of Indian descent and their daughter in a Rs 41 crore palace:

আমেৰিকা যুক্তৰাষ্ট্ৰৰৰ মেছাচুচেটছত থকা এটা প্রাসাদৰ পৰা উদ্ধাৰ হ’ল ভাৰতীয় বংশোদ্ভূত দম্পতী আৰু তেওঁলোকৰ একমাত্র কন্যাৰ মৃতদেহ। স্থানীয় সংবাদ মাধ্যমৰ দাবী অনুসৰি, পৰিয়ালটো হত্যাৰ বলি হোৱা নাই। বৰঞ্চ দিন জৰ্জৰিত হৈ পত্নী আৰু কন্যাক হত্যা কৰি প্রাসাদৰ মালিকে আত্মহত্যা কৰা বুলি দাবী কৰা হৈছে।

মেছাচুচেটছৰ ৰাজধানী বষ্টনৰ পৰা ৩২ কিলোমিটাৰ দূৰত অৱস্থিত ড’ভাত এটা ৪১ কোটি টকা মূল্যৰ প্রাসাদত বসবাস কৰিছিল ভাৰতীয় মূলৰ ৰাকেশ কমল, তেওঁৰ পত্নী টিনা আৰু কন্যা আৰিয়ানাই।

স্থানীয় সময় অনুসৰি সন্ধিয়া সাত বজাত উক্ত প্রাসাদৰ পৰা ৰাকেশ, টিনা আৰু আবিয়ানাৰ দেহ উদ্ধাৰ কৰা হৈছিল। ৰাকেশে বষ্টন আৰু ষ্টেনফ’র্ড বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্রহণ কৰিছিল।

Exit mobile version