Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jonai koraibari Area:এশ এবুৰি সমস্যাৰে জৰ্জৰিত জোনাইৰ বৃহত্তৰ কৰৈবাৰি অঞ্চল

গঢ়াখহনীয়া প্ৰতিৰোধ, প্ৰাথমিক বিদ্যালয় স্থাপন, পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বিধায়ক ভূবন পেগুৰ

publisher by publisher
September 1, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Jonai koraibari Area:এশ এবুৰি সমস্যাৰে জৰ্জৰিত জোনাইৰ বৃহত্তৰ কৰৈবাৰি অঞ্চল
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Jonai Incident:ধেমাজিত ভয়ংকৰ অঘটন !

Jonai koraibari Area:

এশ এবুৰি সমস্যাৰে জৰ্জৰিত জোনাইৰ মহকুমাৰ তেলাম গাওঁ পঞ্চায়ত অন্তৰ্গত বৃহত্তৰ কৰৈবাৰি অঞ্চল। অৰুণাচল প্ৰদেশৰ সীমাতে লাগি থকা কৰৈবাৰি অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে।

ADVERTISEMENT

কৰৈবাৰি অঞ্চলত প্ৰায় আঠ শ পৰিয়ালে বসবাস কৰি আহিছে বছৰ বছৰ ধৰি। গোৰ্খা, বড়ো, ৰাজবংশী, মিচিং জনগোষ্ঠীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল বসবাস কৰি আহিছে এই বৃহত্তম কৰৈবাৰিত।

এই বৃহৎৰ কৰৈবাৰিৰ গোৰ্খা, বড়ো, মিচিং, বৰ্মন আৰু মাজগাওঁ চুবুৰীত বসবাস কৰা প্ৰায় আঠ শ পৰিয়াল কেৱল দিন হাজিৰা কৰি খাটি খোৱা লোক। কোনোয়ে হয়তো চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত দিন হাজিৰা কৰে, আন কোনোয়ে খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে।

এনে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে বসবাস কৰা বৃহত্তৰ কৰৈবাৰি শিশু, কিশোৰ কিশোৰী অধ্যনৰ ক্ষেত্ৰত বিশেষ সমস্যাত পৰে। প্ৰত্যেক দিনাই অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধ বনিতালৈ বিভিন্ন সমস্যাৰ যন্ত্ৰণাত ভূগি থাকে।

বিশেষকৈ গৰাখহনীয়া, বিদ্যালয়ৰ অভাৱ, বাট পথৰ পয়ালগা দৃশ্য, চিকিৎসাজনিত সমস্যা আদিত দৈনিক হাহাকাৰ কৰিবলগীয়াত পৰে অঞ্চলটোৰ গঞা।
জোনাই লখীপথাৰৰ ৫১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈত অৱস্থিত কৰৈবাৰি অঞ্চলৰ এশ এবোৰি সমস্যা বৰ্তমানেও চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰা নাই ।

সমস্যাৰে জৰ্জৰিত কৰৈবাৰি অঞ্চলৰ জনসাধাৰণে দৈনিক চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়াত পৰে। জৰুৰী অৱস্থাত পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ সোমাই আহিব নোৱাৰে এম্বুলেন্স, অগ্নিনির্বাপণ বাহিনীৰ গাড়ী। বিশেষকৈ লখীপথাৰৰ পৰা ৰেলৱে ট্ৰেক হৈ কৰৈবাৰিলৈ অহা পথত ৰেল গেট নথকাত জৰুৰীকালীন সময়ত বিশেষ অসুবিধাত পৰে লোকসকল।

বৃহত্তৰ অঞ্চলত নাই এখনো চৰকাৰী বিদ্যালয়, নাই অংগনবাডী কেন্দ্ৰ। প্ৰাথমিক বিদ্যালয়ৰ অভাৱত কণ কণ ছাত্ৰ ছাত্ৰীয়ে প্ৰায় তিনি কিলোমিটাৰ দূৰৈত থকা বিদ্যালয়ত খোজ কাঢ়ি যাবলগীয়াত পৰে।

আনহাতে চিকিৎসালয়ৰ অভাৱত দৈনিক হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ প্ৰসূতি মহিলা কিম্বা ৰোগীয়া ৰাইজে। ইপিনে পথৰ দুৰৱস্থাৰ বাবে আহিব নোৱাৰে এম্বুলেন্স, আনপিনে অঞ্চলটোত নাই এখন উপ- চিকিৎসালয়।

তদুপৰি অঞ্চলটোত নাই এটা পশু চিকিৎসালয়। দিন হাজিৰা আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল বৃহত্তৰ অঞ্চলত বহু সময়ত পশু ধন চিকিৎসাৰ অভাৱত মৃত্যু হয়। এনে এশ এবোৰি সমস্যাৰ মাজতে ভোতৰ ওপৰত দানৱ পৰাৰ দৰে অৰুণাচল প্ৰদেশত পৰা বৈ অহা ডিকাৰী নদীয়ে লৈছে ভয়ংকৰ ৰূপ।

শশ হেক্টৰ ভূমি ইতিমধ্যে গঢ়াখহনীয়াৰ ফলত ডিকাৰী নৈত বিলীন হৈছে। অঞ্চলটোৰ প্ৰায় ৩৫ টা পৰিয়ালৰ ঘৰ বাৰী সকলো ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। বিগত তিনি বছৰে ডিকাৰী নৈৰ ভয়ংকৰ ৰূপ দেখি চিন্তিত হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ গঞা।

এনে এশ এবুৰি সমস্যাৰ মাজতে আজি জোনাইৰ বিধায়ক ভূবন পেগুয়ে কৰৈবাৰি অঞ্চলৰ ডিকাৰী নৈৰ গঢ়াখহনীয়া পৰিদৰ্শন কৰে। গঢ়াখহনীয়া পৰিদৰ্শন কৰি ৰাইজক শীঘ্ৰে গঢ়াখহনীয়া প্ৰতিৰোধৰ আশ্বাস দিয়ে বিধায়ক পেগুয়ে।

তদুপৰি কণ কণ ছাত্ৰ ছাত্ৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত প্ৰাথমিক বিদ্যালয়, আৰু পকী পথ শীঘ্রই নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে ৰাইজক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jonai koraibari AreaMLA Bhuban PeguPlagued by various Problems
publisher

publisher

Related Posts

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d