Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Opposition Coalition’s Lok Sabha Constituency Division is Almost Final:ৰাজ্যৰ বিৰোধী মিত্রজোঁটৰ লোকসভা সমষ্টি ভাগ-বাটোৱাৰা প্ৰায় চূড়ান্ত

ভোগালী বিহুৰ পূৰ্বেই প্রক্রিয়া সম্পূর্ণ কৰিবলৈ ব্যাপক তৎপৰতা, ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ প্ৰতিদ্বন্দ্বিতাৰ পূৰ্ণ সম্ভাৱনা, চৰ্ত সাপেক্ষে বৰপেটা চিপিএমক এৰি দিব পাৰে কংগ্ৰেছে, আপৰ সম্ভাৱনা তেজপুৰত প্ৰতিদ্বন্দ্ব্বিতাৰ, কৰিমগঞ্জ- ধুবুৰীত শক্তিশালী দাবীদাৰ তৃণমু কংগ্ৰেছৰ

publisher by publisher
January 2, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Opposition Coalition’s Lok Sabha Constituency Division is Almost Final:ৰাজ্যৰ বিৰোধী মিত্রজোঁটৰ লোকসভা সমষ্টি ভাগ-বাটোৱাৰা প্ৰায় চূড়ান্ত
3
SHARES
33
VIEWS
ShareShareShareShare

Opposition Coalition’s Lok Sabha Constituency Division is Almost Final:

লোকসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি আৰু ইয়াৰ মিত্র দলে অব্যাহত ৰখা তৎপৰতাৰ সমান্তৰালকৈ বিৰোধীও সক্রিয় হৈছে।

ADVERTISEMENT

অসমত কংগ্রেছৰ নেতৃত্বত ১৫ টা বিৰোধী দলে ঐক্যমঞ্চ গঠন কৰিছে। এই মঞ্চই তৎপৰতাৰ অংশৰূপে ইতিমধ্যে সমষ্টি ভাগ-বাটোৱাৰাৰ এটা পর্যায় প্রায় সম্পূর্ণ কৰিছে। সমাগত ভোগালী বিহুৰ পূর্বে এই প্রক্রিয়াটো সম্পূৰ্ণ কৰাৰ তৎপৰতাও অব্যাহত ৰখা হৈছে।

RelatedPosts

AJP:১২টা সমষ্টি প্ৰাৰ্থীত্ব আগবঢ়াব অসম জাতীয় পৰিষদে

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Asom Jatiya Parishad:দিল্লীৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠকত কংগ্ৰেছ-অজাপৰ আসন ভাগ বাটোৱাৰা চূড়ান্ত !

শেহতীয়াকৈ বিৰোধী মিত্ৰজোঁটে চাপৰত এখন সাংগঠনিক বৈঠকৰ লগতে এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰে। এই সাংগঠনিক বৈঠকতে দলবোৰৰ মাজত সমষ্টি ভগোৱাৰ এটা পর্যায়ক প্রায় চূড়ান্ত ৰূপ দিয়া হয়।

কংগ্রেছে প্রথমতে সহযোগী দলবোৰৰ লগত সমষ্টি ভগোৱাৰ প্রক্রিয়াটো আগবঢ়াইছে। তাৰ বাবে প্রার্থিত্বৰ দাবীদাৰ প্ৰতিটো দলৰ লগত পৃথকে পৃথকে আলোচনা অব্যাহত ৰাখিছে।

মিত্র দলৰ আটাইকেইটাই প্রার্থিত্ব দাবী কৰা নাই। কমেও ছটা দলেহে প্রতিদ্বন্দ্বিতাৰ বাবে ভৰি দাঙিছে। অবশ্যে এই ছটাৰ আটাইকেইটাই প্রতিদ্বন্দ্বিতাৰ সুযোগ পোৱাৰ সম্ভাৱনা একেবাৰে নাই। প্রার্থিত্বৰ দাবীদাৰ দলকেইটা হ’ল চিপিআই(এম), চিপিআই, চিপিআই (এম এল), অসম জাতীয় পৰিষদ (এজেপি), আম আদমি পার্টি আৰু অসম তৃণমূল কংগ্রেছ। বিৰোধী মিত্রজোঁটৰ শীর্ষ সূত্রই সদৰী কৰা অনুসৰি, এই পর্যন্ত প্রায় চূড়ান্ত হোৱা সিদ্ধান্ত অনুসৰি অসম জাতীয় পৰিষদক ডিব্ৰুগড় সমষ্টি এৰি দিয়াৰ পূর্ণ সম্ভাৱনা আছে।

ডিব্ৰুগড়ত দলৰ প্রার্থী হ’ব সভাপতি লুৰীণজ্যোতি গগৈ। দলটোরে দ্বিতীয়টো সমষ্টি হিচাপে বৰপেটা অথবা গুৱাহাটী বিচাৰিছে। ইয়াৰে যিকোনো এটা দিলে প্রার্থী হোৱাৰ সম্ভাৱনা আছে প্রাক্তন মহাধিবক্তা কমল নয়ন চৌধুৰী। কংগ্রেছে জাতীয় পৰিষদৰ প্রস্তাৱটোক নাকচ নকৰি অধিক আলোচনাৰ প্রয়োজন আছে বুলি আশ্বাস দিছে।

বিশেষকৈ বৰপেটাৰ ক্ষেত্রত কংগ্রেছ নেতৃত্বই জাতীয় পৰিষদক জনাইছে যে সমষ্টি পুনৰ নির্ধাৰণৰ ফলত লোকসভা সমষ্টিটোৰ জনগাঁথনিত সম্পূর্ণ পৰিৱৰ্তন আহিছে। ইয়াৰ ফলত সমষ্টিটোৰ পৰা কংগ্রেছৰ প্রার্থিত্বৰ দাবীদাৰ আটাইতকৈ বেছি।

গুৱাহাটী লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীয়েও এইবাৰ বৰপেটাৰ পৰা টিকট বিচাৰিছে। তদুপৰি সমষ্টিটো চিপিএমক এৰি দিয়াৰ সম্ভাৱনাও আছে। সেই কাৰণে বৰপেটাক লৈ আলোচনাৰ প্রয়োজন আছে বুলি কংগ্ৰেছৰ পৰা জাতীয় পৰিষদক জনোৱা হৈছে।

একেদৰে ৰাজ্যৰ ৰাজধানীক সামৰি গঠিত গুৱাহাটী সমষ্টিক লৈ আলোচনাৰ অৱকাশ আছে। গুৱাহাটীত কোনটো দলে প্রতিদ্বন্দিতা কৰিছে, প্রার্থী কোন আদি বিষয়বোৰে অন্য ১৩ টা সমষ্টিতো প্রভাৱ পেলায় বুলি কংগ্রেছ নেতৃত্বই অনুভব কবে।

বৰপেটা সমষ্টিটোৰ চিপিআই (এম) হ’ল শক্তিশালী দাবীদাৰ। কাৰণ সামগ্রিকভাবে গোটেই সমষ্টিটোত দলটোৰ এক প্রভাৱ বাহাল আছে। বর্তমান বিধানসভাত সৰভোগ সমষ্টিক চিপিএমৰ বিধায়কে প্রতিনিধিত্ব কৰি আছে।

বৰপেটা লোকসভা সমষ্টিত এটা সময়ত দলটোৰ সাংসদো আছিল। বৰপেটা দাবী কৰি বাওঁদলটোৱে সমষ্টিটোত সাংগঠনিক তৎপৰতাক্রমে ত্বৰাম্বিত কৰিছে। দলৰ সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ উপৰি ৰাজহুৱা সভাৰো আয়োজন কৰিছে।

কংগ্রেছে চিপিএমক জনাইছে যে যদিহে সমষ্টিটোৰ প্রার্থী বিধায়ক মনোৰঞ্জন তালুকদাৰ হয় তেনেহ’লে বৰপেটা দলটোক এৰি দিয়াৰ সম্ভাৱনা অধিক। কংগ্রেছৰ এই চর্তক দলটোৱে মানি লোৱা নাই। বিধায়ক তালুকদাৰো লোকসভাৰ প্রার্থী হ’বলৈ ইচ্ছুক নহয়।
আনহাতে, আম আদমী পার্টিকো এটি সমষ্টি এৰি দিয়াৰ সম্ভাৱনা আছে। দলটোক তেজপুৰ সমষ্টিটো এৰি দিব পৰা সন্দৰ্ভত সিদ্ধান্ত গ্রহণ প্রক্রিয়া বহুখিনি আগবাঢ়িছে। এনেদৰে প্রক্রিয়া আগবঢ়াত আপৰ পৰা সমষ্টিটোৰ প্রার্থী কোন হ’ব সেয়াও প্রায় চূড়ান্ত হৈছে।

সেই অনুসৰি, আপৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি মনোজ ধানোৱাৰ আপৰ প্রার্থী হ’ব। কংগ্রেছৰ প্রাক্তন মন্ত্রী প্রয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্র মনোজ ধানোৱাৰক প্রার্থী কৰিব বিচৰাৰ মূল কাৰণটো হ’ল তেজপুৰ লোকসভা সমষ্টিত নির্ণায়ক ভূমিকা লোৱা চাহ বাগিচাৰ ভোটাৰ।

ইপিনে, দলৰ সংগঠন বিশেষ নাথাকিলেও অসম তৃণমূল কংগ্ৰেছ দুটা সমষ্টিৰ দাবীদাৰ হৈ উঠিছে। সমষ্টি দুটা হ’ল ধুবুৰী আৰু কৰিমগঞ্জ। ধুবুৰী বিচৰাৰ কাৰণ হ’ল দলটোৰ  নেতৃত্বৰ দাবী অনুসৰি সমষ্টিটোত সংগঠন শক্তিশালী হৈ উঠিছে।

তদুপৰি তৃণমূল কংগ্রেছৰ চৰকাৰ থকা পশ্চিমবংগব গাতে সমষ্টিটো লাগি আছে। পশ্চিমবংগৰ প্রভাৱ ধুবুৰীতো পৰিব বুলি দলটোৰ নেতৃত্ব যথেষ্ট আশাবাদী। একেদৰে কৰিমগঞ্জ বিচৰাৰ কাৰণ হ’ল গাতে লাগি থকা ত্ৰিপুৰা। অসম তৃণমূল কাগ্রেছৰ নেতৃবৃন্দই হিচাপ কৰা অনুসৰি তেওঁলোকৰ দলটোৰ প্ৰতি বাঙালী ভোটাৰৰ দুৰ্বলতা আছে।

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বাংলাভাষী লোকৰ মাজত তৃণমূল কংগ্রেছৰ প্রভাৱ আছে। সেই প্রভাৱে কৰিমগঞ্জত অসম তৃণমূল কংগ্রেছক সহায় কৰিব বুলি তেওঁলোকে ভাবে।

সমষ্টি দাবী কৰা আন দলকেইটাৰ ভিতৰত চিপিআয়ে যোৰহাট অথবা কাজিৰঙা বিচাৰিছে। দলটোৰ প্রথম পছন্দ হ’ল যোৰহাট। যদিহে যোৰহাটৰ প্রার্থী গৌৰৱ গগৈ হয়, তেনেহ’লে কোনো প্রশ্ন উত্থাপন নকৰাকৈ দলটোৱে সমষ্টিটো এৰি দিব।

তেতিয়া তেওঁলোকক লাগিব কাজিৰঙা সমষ্টি। কংগ্ৰেছৰ শীৰ্ষ সূত্রই সদৰী কৰা অনুসৰি চিপিআইক সমষ্টি এৰি দিয়াৰ স্থিতিত বর্তমান মিত্রজোটৰ নেতৃত্ব নাই। একেদৰে চিপিআই (এমএল)-এ দাবী কৰা সমষ্টিটো হ’ল ডিফু। পূর্বে ডিফুত দলটোৰ সাংসদ আছিল।

সেই সূত্রে সমষ্টিটোত এতিয়াও দলৰ প্রভাৱ থকা বুলি তেওঁলোকে ভাবে। অৱশ্যে দলটোক ডিফু এৰি দিয়াৰ সন্দৰ্ভত কংগ্রেছৰ মনোভাৱ যোগাত্মক নহয়। গতিকে শেষ মুহূর্তত বিৰোধী মিত্রজোঁটৰ পৰা কংগ্ৰেছৰ লগতে অসম জাতীয় পৰিষদ, চিপিএম, অসম তৃণমূল কংগ্রেছ আৰু আপেহে প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bhupen BoraConstituency Division is Almost FinalLurinjyoti GogoiOpposition Coalition's Lok Sabha
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d