Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dergaon Balijan Terrible Accident Update:হৃদয়বিদাৰক ঘটনাৰ পাছতেই বনভোজকাৰী দললৈ এছ অ পি জাৰি অসম আৰক্ষীৰ

সূৰ্যৰ পোহৰ পৰাৰ পিছত বনভোজলৈ যাওঁক, কুঁৱলীৰ মাজত পুৱা ৪.৩০ বজাতে পিকনিকলৈ যাব নালাগে: মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা

publisher by publisher
January 3, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Dergaon Balijan Terrible Accident Update:হৃদয়বিদাৰক ঘটনাৰ পাছতেই বনভোজকাৰী দললৈ এছ অ পি জাৰি অসম আৰক্ষীৰ
3
SHARES
28
VIEWS
ShareShareShareShare

Dergaon Balijan Terrible Accident Update:

বুধবাৰে কাহিলীপুৱাতে দেৰগাঁৱৰ বালিজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৃদয়বিদাৰক ঘটনাই ব্যথিত কৰিছে সমগ্ৰ ৰাজ্যবাসীক।

ADVERTISEMENT

শোকাৱহ দুৰ্ঘটনাটিত মৃত্যুক সাবটি লোৱা দুৰ্ভগীয়া লোকসকল হ’ল ,অনিমা শইকীয়া, দিপালী শইকীয়া, নৱজিৎ শইকীয়া, পিংকী শইকীয়া, ৰিংকি বৰা, ১০ বছৰীয়া নিহাৰিকা শইকীয়া, ১৩ বছৰীয়া শুভাংকৰ শইকীয়া, নিত্যানন্দ বৰা, প্ৰিন্সিপ্ৰিয়া বৰা, চিত্ৰা বৰা, মৃদুল বৰা(বাছৰ চালক) আৰু দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ চালক নুৰ আলম ।

RelatedPosts

Gaurav Gogoi:গৌৰৱ গগৈৰ সোমবাৰৰ সংবাদমেলৰ পাছতে অতিৰিক্ত নিৰাপত্তা প্ৰদান অসম আৰক্ষীৰ

HSLC Examination Started:আজিৰে পৰা আৰম্ভ হ’ল মেট্রিক পৰীক্ষা

Match fixing:সংকটত অসমৰ চাৰি ক্ৰিকেটাৰ !

accident update 2আনহাতে এই ঘটনাৰ পাছতেই এতিয়া গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁওখনত এতিয়া কেৱল কান্দোনৰ ৰোল ৷ সকলো গঞা কান্দি উঠিছে । নিকট আত্মীয়ক হেৰুৱাই গাঁওখনৰে কে’বাজনো গঞাই কয়,এইয়া এক মৰ্মান্তিক দুৰ্ঘটনা ৷ আমাৰ ভাষা হেৰাই গৈছে ৷ এটা পৰিয়ালৰ পাঁচজনৰে মৃত্যু হোৱাৰ বিপৰীতে আন এটা পৰিয়ালৰ পৰিয়ালৰ ছজন গৈছিল তাৰে চাৰিজনৰে প্ৰাণ গ’ল ৷

accident update 6ইপিনে অভিশপ্ত বাছখনত আৰোহী হিচাপে গৈ দৈব্যক্ৰমে ৰক্ষা পৰা লক্ষী বৰা নামৰ যুৱকজনে শিহৰণকাৰী বৰ্ণনা দাঙি ধৰি কয় ফুৰ্তিত যাত্ৰা কৰি আছিলো সকলো। হাঁহি-আনন্দেৰে উঠিছিলো বাছত । পিকনিক খাম টিলিঙা মন্দিৰলৈ যাম। কিন্তু নিষ্ঠুৰ নিয়তি পৰিহাস ৷পলকতে সকলো শেষ ৷ ভয়াৱহ দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পাছতে মই খিৰিকীৰ আইনা ভাঙি ওলাই আহিছিলোঁ।’ হঠাৎ এটা প্ৰচণ্ড শব্দ আৰু তাৰপিছতেই চূৰ্ণবিচূৰ্ণ হৈ পৰা বাছখনৰ ভিতৰত কেৱল কান্দোন আৰু কান্দোন।

accident update 3 1আনহাতে ভয়াৱহ দুৰ্ঘটনা সন্দৰ্ভত যোৰহাটৰ উপায়ুক্তই কয় , ইতিমধ্যে, দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। সেই অনুসৰি তদন্তকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপতাৰে আৰম্ভ কৰিছে তদন্ত । কি কাৰণে আৰু কাৰ গাফিলতিৰ বাবে এই হৃদয়বিদাৰক ঘটনা সংঘটিত হ’ল ৷ সকলো বিষয় তদন্তৰ পাছত পোহৰলৈ আহিব ৷

ইপিনে,একাংশ লোকে এই দুৰ্ঘটনাৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰিছে চাৰিলেন যুক্ত পথৰ নিৰ্মাণৰ দায়িত্বত থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটটোক ৷ চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণকাৰ্য চলি থকা এই সময়ছোৱাত সময়ে সময়ে সলনি হয় নিয়ম ।

আনকি পথ নিৰ্দেশনা ফলক সমূহো সলনি হয় সঘনাই ৷ এই ঘটনাৰ সময়ত ৱান ৱে কৰা সন্দৰ্ভত মাত্ৰ এখন টিনপাতত নামমাত্ৰ কাৰ চিনৰ চিহ্ন এডাল দিয়া দেখা গৈছিল ৷ইতিমধ্যে আৰক্ষী টিনপাতত লিখা এই ফলক খন জব্দ কৰিছে ৷ গুৱাহাটীত পৰিবহন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই চাৰিলেন যুক্ত পথৰ নিৰ্মাণৰ দায়িত্বত থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে গোচৰ তৰাৰ হুংকাৰ দিয়ে ৷

accident update 4 mainআনহাতে দেৰগাঁৱৰ মৰ্মান্তিক দুৰ্ঘটনাৰ পাছতেই বনভোজকাৰী দললৈ এছ অ পি(SOP) জাৰি কৰিলে অসম আৰক্ষীয়ে।

একেদৰে ডিমা হাচাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে পাহাৰীয়া জিলা খনলৈ যোৱা অৱস্থাত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বনভোজকাৰী দললৈ কাতৰ আহ্বান– কুঁৱলীৰ সময়ত গাড়ী নচলাব। সূৰ্যৰ পোহৰ পৰাৰ পিছত বনভোজলৈ যাওঁক ৷ কুঁৱলীৰ মাজত পুৱা ৪.৩০ বজাতে পিকনিকলৈ যাব নালাগে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam PoliceDergaon Balijan Terrible Accident UpdatepicnicSOP
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d