Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dergaon Terrible Accident :নতুনবৰ্ষৰ প্ৰথম সপ্তাহটোতে মৰ্মান্তিক ঘটনা

দেৰগাঁৱৰ ৰাজপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত নিঃশেষ হ'ল পাঁচজনীয়া আৰু চাৰিজনীয়া দুটা পৰিয়াল, থিতাতে কৰুণ মৃত্যু তিনি শিশু সহ ১২জনৰ,আহত ৩৩

publisher by publisher
January 3, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Dergaon Terrible Accident :নতুনবৰ্ষৰ প্ৰথম সপ্তাহটোতে মৰ্মান্তিক ঘটনা
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

Dergaon Terrible Accident :

ইংৰাজী নতুনবৰ্ষটোৰ প্ৰথম সপ্তাহতে সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম ৷ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ দৰ্শন কৰাৰ উদ্দেশ্যেৰে গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা গৈছিল শিশু সহ ৪৫ জনীয়া এটা দল।

ADVERTISEMENT

কিন্তু গন্তব্যস্থান গৈ পোৱাৰ পূৰ্বেই আদবাটতে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত তীৰ্থযাত্ৰী যোৱা আল্টা বাছ খনৰ তিনি শিশু সহ ১২ জনৰ কৰুণ মৃত্যু ঘটে ৷

বুধবাৰে কাহিলীপুৱাতে দেৰগাঁৱৰ বালিজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই ব্যথিত কৰিছে সমগ্ৰ ৰাজ্যবাসীক। ৪৫ যাত্ৰী কঢ়িয়াই নিয়া বাছ খনৰ ৰ স’তে যোৰহাটৰ পৰা আহি থকা এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে
সংঘটিত হয় মৰ্মান্তিক দুৰ্ঘটনাটো ৷

ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হৈ আহত সকলক দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বাছখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ইতিমধ্যে ঘটনাস্থলীতে কৰুণ মৃত্যুক সাবটি লোৱা দুৰ্ভগীয়া লোকসকলৰ মৃতদেহ গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীত এক কৰুণ পৰিবেশৰ সৃষ্টি হয় ৷ সন্দেহ কৰা মতে ডাঠ কুঁৱলীৰ বাবেই এই শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হৈছে ৷

উল্লেখ্য যে,আঠখেলীয়া ভৰলুৱা গাঁৱত এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিবেশ ৷দেৰগাঁৱৰ ৰাজপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত নিঃশেষ হ’ল ভৰলুৱা গাঁৱৰ একেটা চুবুৰীৰে পাঁচজনীয়া আৰু চাৰিজনীয়া দুটা পৰিয়াল ৷

আনহাতে স্থানীয় লোকে উল্লেখ কৰা মতে কয়লাভৰ্তি ট্ৰাক খনে তীব্ৰগতিত আহি নিয়ন্ত্ৰণ হেৰুৱাই বাছখনক সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মাৰি ৰাজপথৰ কাষৰ খাৱৈত বাগৰি পৰে । আনহাতে ট্ৰাকৰ খুন্দাত অভিশপ্ত বাছখনৰ এটাফাল সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ৷

পুৱাতে সংঘটিত ঘটনাটোত থিতাতে দহজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজনক যোৰহাট মেডিকেল কলেজলৈ নিয়াৰ পথতে মৃত্যু ঘটে ৷  জেএমচিএইছত বৰ্তমান চিকিৎসাধীন হৈ আছে ৩০ জন ৷ আংশিকভাবে আঘাত পোৱা তিনিজনক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাব দিয়া হৈছে ৷

আনহাতে চিকিৎসালয়ত মৃত আৰু আহতৰ আত্মীয় ভীৰ কৰাত পৰিবেশ অতি শোকাকুল হৈ পৰিছে ৷ গোলাঘাট আৰু যোৰহাটৰ জিলা আয়ুক্তই জেএমচিএইছত উপস্থিত হৈ আহত সকলৰ অৱস্থাৰ বুজ লৈ তদাৰক কৰিছে ৷

আনপিনে আহত সকলৰ বহুতৰে আঘাত গুৰুত্বৰ হোৱাত জৰুৰীকালীন অক্সোপ্ৰচাৰ কৰিব লগা হোৱাৰ বাবে যথেষ্ট পৰিমাণৰ তেজৰ প্ৰয়োজন হৈছে ৷ এই প্ৰয়োজন পূৰ কৰিবৰ বাবে যোৰহাট জিলা ছাত্ৰ সন্থাৰ বহু সদস্যই তেজদান কৰিবৰ বাবে ভীৰ কৰিছে জেএমচিএইছত ৷

দুৰ্ঘটনাত মৃত্যু হোৱা লোক সকলৰ একাংশৰ নাম আহি পৰিছে ৷ মৃত লোকসকলৰ নাম ক্ৰমে পিংকী শইকীয়া, ৰিংকী বৰা, অনিমা শইকীয়া, ১৩ বছৰীয়া শুভংকৰ শইকীয়া, ১০ বছৰীয়া নিহাৰিকা বৰা, দীপালী শইকীয়া, নৱজিৎ শইকীয়া, ট্ৰাক চালক নুৰ আলম।

উল্লেখ্য যে,দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু হোৱা সদস্য সকল হ’ল অনিমা শইকীয়া (৬০), দীপালী শইকীয়া (৩৭),পিংকী শইকীয়া (৪৮), শুভংকৰ শইকীয়া (১৩) আৰু ৷নীহাৰিকা শইকীয়া (১০)

আনহাতে দুৰ্ঘটনাত আহত সকল হ’ল ক্ৰমে নৱনীতা শইকীয়া (৩৪), ধ্ৰুৱজ্যোতি বৰা (১৮), প্রাচুর্য শইকীয়া (৭), জোনালী বৰা শইকীয়া (৪৩),কৌশিক শইকীয়া (১৭), চিন্ময় বৰা (১২), বুলু শইকীয়া (৪৭), ৰুলী শইকীয়া বৰা (৩৫), দীপ্তি শইকীয়া (১৭), মৃদুল শইকীয়া (৪০), মাধুর্য শইকীয়া (২৫), ধ্ৰুৱজ্যোতি বৰা (২৭),কুলুমণি শইকীয়া (৩৪), চিত্রলেখা বৰা (২৬),বিজিত শইকীয়া (২৮), অৰূপ শইকীয়া (৩৭) , বিতোপন বৰা (২৪), অর্চনা শইকীয়া (৪১), প্রীতি শইকীয়া (৭), অভিজিৎ বৰা (৬) ৷

দেৰগাঁওত সংঘটিত শোকাৱহ দুৰ্ঘটনাত দুখ প্ৰকাশ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে | প্ৰধানমন্ত্ৰীয়ে টুইট কৰি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ এক শোকবাৰ্তাত দুৰ্ঘটনাত নিহত সকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই আৰু আহত সকলৰ আশু আৰোগ্য কামনা কৰে ৷

আনহাতে প্ৰধানমন্ত্ৰীয়ে নিহত সকলৰ নিকট আত্মীয়লৈ দুই লাখ টকা আৰু আহত সকলৰ বাবে ৫০ হেজাৰ টকাৰ এককালীন সাহায্য আগবঢ়াই ৷ ইপিনে,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ভয়াৱহ দুৰ্ঘটনা সংঘটিতস্থলীলৈ যায় পৰিস্থিতি তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ৷

আনহাতে গুৱাহাটীত পৰিবহন মন্ত্ৰী পৰিমল শুল্ক বৈদ্যই সাংবিদকৰ আগতে দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,এই কৰুণ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছো ৷

এই ভয়ংকৰ দুৰ্ঘটনাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে তদন্ত ঘোষণা কৰিছে ৷ আৰু ঘটনাস্থলী পৰিদৰ্শন কৰিবৰ বাবে পৰিবহন আয়ুক্তক নিৰ্দেশ দিয়া হৈছে ৷ মন্ত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে ৰাষ্ট্ৰীয় ঘাই পথটো নিৰ্মাণত অথথা পলম কৰাৰ বাবে নিৰ্মাণৰ দায়িত্বত থকা কনষ্ট্ৰাকশ্বন প্ৰতিষ্ঠানটিৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে গোচৰ তৰাৰ হুংকাৰ দিয়ে ৷

শেহতীয়া খবৰ অনুসৰি নিহত সকলৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত ইটোৰ পাছত সিটোকৈ মৃত লোকৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱাৰ পাছত এক শোকাকুল পৰিবেশ বিৰাজ কৰিছে ৷

আঠখেলীয়া ভৰলুৱা গাঁৱৰ বচাগাঁৱৰ চৰণীয়া পথাৰত ৰাজহুৱাভাবে মৃত লোকসকলৰ নশ্বৰদেহ ৰাজহুৱাকৈ সৎকাৰ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গোলাঘাট জিলা প্ৰশাসনে ৷ ইতিমধ্যে জিলা আয়ুক্ত ড: পি উদয় প্রবীণ আৰু গোলাঘাট জিলা প্রশাসনৰ এটা দলে স্থান পৰিদৰ্শন কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷

মনকৰিবলগীয়া যে,দুৰ্ঘটনা পতিত অভিশপ্ত বাছখনৰ বীমাৰ ম্যাদ যোৱাবৰ্ষৰ ১ এপ্ৰিলতে ম্যাদ উকলিছে বুলি জানিব পৰা গৈছে ৷ একেদৰে বাছখনৰ ফিটনেছৰ বিসংগতি পূৰ্ণ আছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 12 Person Dead32 InjuredBliJan NH37Bus-TrackDergaonTerrible Accident
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d