Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dergaon Terrible Accident :নতুনবৰ্ষৰ প্ৰথম সপ্তাহটোতে মৰ্মান্তিক ঘটনা

দেৰগাঁৱৰ ৰাজপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত নিঃশেষ হ'ল পাঁচজনীয়া আৰু চাৰিজনীয়া দুটা পৰিয়াল, থিতাতে কৰুণ মৃত্যু তিনি শিশু সহ ১২জনৰ,আহত ৩৩

publisher by publisher
January 3, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Dergaon Terrible Accident :নতুনবৰ্ষৰ প্ৰথম সপ্তাহটোতে মৰ্মান্তিক ঘটনা
4
SHARES
40
VIEWS
ShareShareShareShare

Dergaon Terrible Accident :

ইংৰাজী নতুনবৰ্ষটোৰ প্ৰথম সপ্তাহতে সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম ৷ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ দৰ্শন কৰাৰ উদ্দেশ্যেৰে গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা গৈছিল শিশু সহ ৪৫ জনীয়া এটা দল।

ADVERTISEMENT

কিন্তু গন্তব্যস্থান গৈ পোৱাৰ পূৰ্বেই আদবাটতে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত তীৰ্থযাত্ৰী যোৱা আল্টা বাছ খনৰ তিনি শিশু সহ ১২ জনৰ কৰুণ মৃত্যু ঘটে ৷

RelatedPosts

Four Storey Building Collapses In Delhi :দিল্লীত চাৰিমহলীয়া অট্টালিকা ভাঙি মৃত্যু দুজনৰ, ধ্বংসস্তূপৰ মাজত আবদ্ধ ২২জন !

Terrible accident in Karimganj:কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু শিশুসহ পাঁচজনৰ

Son kills his Mother:ৰাজ্যৰ দুই স্থানত মৰ্মান্তিক ঘটনা

বুধবাৰে কাহিলীপুৱাতে দেৰগাঁৱৰ বালিজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই ব্যথিত কৰিছে সমগ্ৰ ৰাজ্যবাসীক। ৪৫ যাত্ৰী কঢ়িয়াই নিয়া বাছ খনৰ ৰ স’তে যোৰহাটৰ পৰা আহি থকা এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে
সংঘটিত হয় মৰ্মান্তিক দুৰ্ঘটনাটো ৷

dergaon accident 2ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হৈ আহত সকলক দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বাছখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ইতিমধ্যে ঘটনাস্থলীতে কৰুণ মৃত্যুক সাবটি লোৱা দুৰ্ভগীয়া লোকসকলৰ মৃতদেহ গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীত এক কৰুণ পৰিবেশৰ সৃষ্টি হয় ৷ সন্দেহ কৰা মতে ডাঠ কুঁৱলীৰ বাবেই এই শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হৈছে ৷

উল্লেখ্য যে,আঠখেলীয়া ভৰলুৱা গাঁৱত এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিবেশ ৷দেৰগাঁৱৰ ৰাজপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত নিঃশেষ হ’ল ভৰলুৱা গাঁৱৰ একেটা চুবুৰীৰে পাঁচজনীয়া আৰু চাৰিজনীয়া দুটা পৰিয়াল ৷

dergaon accident 3আনহাতে স্থানীয় লোকে উল্লেখ কৰা মতে কয়লাভৰ্তি ট্ৰাক খনে তীব্ৰগতিত আহি নিয়ন্ত্ৰণ হেৰুৱাই বাছখনক সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মাৰি ৰাজপথৰ কাষৰ খাৱৈত বাগৰি পৰে । আনহাতে ট্ৰাকৰ খুন্দাত অভিশপ্ত বাছখনৰ এটাফাল সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ৷

পুৱাতে সংঘটিত ঘটনাটোত থিতাতে দহজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজনক যোৰহাট মেডিকেল কলেজলৈ নিয়াৰ পথতে মৃত্যু ঘটে ৷  জেএমচিএইছত বৰ্তমান চিকিৎসাধীন হৈ আছে ৩০ জন ৷ আংশিকভাবে আঘাত পোৱা তিনিজনক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাব দিয়া হৈছে ৷

আনহাতে চিকিৎসালয়ত মৃত আৰু আহতৰ আত্মীয় ভীৰ কৰাত পৰিবেশ অতি শোকাকুল হৈ পৰিছে ৷ গোলাঘাট আৰু যোৰহাটৰ জিলা আয়ুক্তই জেএমচিএইছত উপস্থিত হৈ আহত সকলৰ অৱস্থাৰ বুজ লৈ তদাৰক কৰিছে ৷

আনপিনে আহত সকলৰ বহুতৰে আঘাত গুৰুত্বৰ হোৱাত জৰুৰীকালীন অক্সোপ্ৰচাৰ কৰিব লগা হোৱাৰ বাবে যথেষ্ট পৰিমাণৰ তেজৰ প্ৰয়োজন হৈছে ৷ এই প্ৰয়োজন পূৰ কৰিবৰ বাবে যোৰহাট জিলা ছাত্ৰ সন্থাৰ বহু সদস্যই তেজদান কৰিবৰ বাবে ভীৰ কৰিছে জেএমচিএইছত ৷

দুৰ্ঘটনাত মৃত্যু হোৱা লোক সকলৰ একাংশৰ নাম আহি পৰিছে ৷ মৃত লোকসকলৰ নাম ক্ৰমে পিংকী শইকীয়া, ৰিংকী বৰা, অনিমা শইকীয়া, ১৩ বছৰীয়া শুভংকৰ শইকীয়া, ১০ বছৰীয়া নিহাৰিকা বৰা, দীপালী শইকীয়া, নৱজিৎ শইকীয়া, ট্ৰাক চালক নুৰ আলম।

উল্লেখ্য যে,দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু হোৱা সদস্য সকল হ’ল অনিমা শইকীয়া (৬০), দীপালী শইকীয়া (৩৭),পিংকী শইকীয়া (৪৮), শুভংকৰ শইকীয়া (১৩) আৰু ৷নীহাৰিকা শইকীয়া (১০)

আনহাতে দুৰ্ঘটনাত আহত সকল হ’ল ক্ৰমে নৱনীতা শইকীয়া (৩৪), ধ্ৰুৱজ্যোতি বৰা (১৮), প্রাচুর্য শইকীয়া (৭), জোনালী বৰা শইকীয়া (৪৩),কৌশিক শইকীয়া (১৭), চিন্ময় বৰা (১২), বুলু শইকীয়া (৪৭), ৰুলী শইকীয়া বৰা (৩৫), দীপ্তি শইকীয়া (১৭), মৃদুল শইকীয়া (৪০), মাধুর্য শইকীয়া (২৫), ধ্ৰুৱজ্যোতি বৰা (২৭),কুলুমণি শইকীয়া (৩৪), চিত্রলেখা বৰা (২৬),বিজিত শইকীয়া (২৮), অৰূপ শইকীয়া (৩৭) , বিতোপন বৰা (২৪), অর্চনা শইকীয়া (৪১), প্রীতি শইকীয়া (৭), অভিজিৎ বৰা (৬) ৷

দেৰগাঁওত সংঘটিত শোকাৱহ দুৰ্ঘটনাত দুখ প্ৰকাশ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে | প্ৰধানমন্ত্ৰীয়ে টুইট কৰি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ এক শোকবাৰ্তাত দুৰ্ঘটনাত নিহত সকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই আৰু আহত সকলৰ আশু আৰোগ্য কামনা কৰে ৷

আনহাতে প্ৰধানমন্ত্ৰীয়ে নিহত সকলৰ নিকট আত্মীয়লৈ দুই লাখ টকা আৰু আহত সকলৰ বাবে ৫০ হেজাৰ টকাৰ এককালীন সাহায্য আগবঢ়াই ৷ ইপিনে,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ভয়াৱহ দুৰ্ঘটনা সংঘটিতস্থলীলৈ যায় পৰিস্থিতি তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ৷

আনহাতে গুৱাহাটীত পৰিবহন মন্ত্ৰী পৰিমল শুল্ক বৈদ্যই সাংবিদকৰ আগতে দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,এই কৰুণ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছো ৷

এই ভয়ংকৰ দুৰ্ঘটনাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে তদন্ত ঘোষণা কৰিছে ৷ আৰু ঘটনাস্থলী পৰিদৰ্শন কৰিবৰ বাবে পৰিবহন আয়ুক্তক নিৰ্দেশ দিয়া হৈছে ৷ মন্ত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে ৰাষ্ট্ৰীয় ঘাই পথটো নিৰ্মাণত অথথা পলম কৰাৰ বাবে নিৰ্মাণৰ দায়িত্বত থকা কনষ্ট্ৰাকশ্বন প্ৰতিষ্ঠানটিৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে গোচৰ তৰাৰ হুংকাৰ দিয়ে ৷

dergaon accident 4শেহতীয়া খবৰ অনুসৰি নিহত সকলৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত ইটোৰ পাছত সিটোকৈ মৃত লোকৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱাৰ পাছত এক শোকাকুল পৰিবেশ বিৰাজ কৰিছে ৷

আঠখেলীয়া ভৰলুৱা গাঁৱৰ বচাগাঁৱৰ চৰণীয়া পথাৰত ৰাজহুৱাভাবে মৃত লোকসকলৰ নশ্বৰদেহ ৰাজহুৱাকৈ সৎকাৰ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গোলাঘাট জিলা প্ৰশাসনে ৷ ইতিমধ্যে জিলা আয়ুক্ত ড: পি উদয় প্রবীণ আৰু গোলাঘাট জিলা প্রশাসনৰ এটা দলে স্থান পৰিদৰ্শন কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷

মনকৰিবলগীয়া যে,দুৰ্ঘটনা পতিত অভিশপ্ত বাছখনৰ বীমাৰ ম্যাদ যোৱাবৰ্ষৰ ১ এপ্ৰিলতে ম্যাদ উকলিছে বুলি জানিব পৰা গৈছে ৷ একেদৰে বাছখনৰ ফিটনেছৰ বিসংগতি পূৰ্ণ আছিল ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 12 Person Dead32 InjuredBliJan NH37Bus-TrackDergaonTerrible Accident
publisher

publisher

Related Posts

কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !
India

ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

May 10, 2025
আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d