Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

National Green Tribunal Takes Notice:২৮ হেজাৰ গছ কটাৰ বিৰুদ্ধে গোচৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ

অসম চৰকাৰ-ঘাইপথ কর্তৃপক্ষক পক্ষ কৰিলে, এদিনত কাটিলে ২,৩০০ জোপা শালগছ

publisher by publisher
November 24, 2023
in Assam, India, News
Reading Time: 2 mins read
0
National Green Tribunal Takes Notice:২৮ হেজাৰ গছ কটাৰ বিৰুদ্ধে গোচৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

National Green Tribunal Takes Notice:

জালুকবাৰীৰ পৰা গোৱালপাৰালৈ ১২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণ আৰু পুৰৰ নিৰ্মাণৰ নামত ২৮ হেজাৰ জোপা গছ কাটি খাস্তাং কৰাৰ অভিযানক লৈ অৱশেষত গা লৰিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ।

ADVERTISEMENT

পথ নিৰ্মাণৰ নামত বৃহৎ হাৰত এনেদৰে গছ কাটি তহিলং কৰিবলৈ পৰিকল্পনা বাস্তবায়িত কৰাক লৈ ৰাজ্যত অব্যাহত থকা প্ৰতিক্ৰিয়াৰ সময়তে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে অসম চৰকাৰ আৰু ‘ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড’ (এনএইছআইডিচিএল)ক পক্ষ কৰি এটা নিজাববীয়া গোচৰ পঞ্জীয়ন কৰিছে।

উল্লেখ্য যে সংবাদ মাধ্যমত প্রকাশিত , বাতৰিৰ আধাৰতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এই গোচৰটো ৰুজু কৰিছে। সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্রকাশ শ্রীবাস্তৱ আৰু বিশেষজ্ঞ সদস্য এ ৰি চেছিল ভেলৰ বিচাৰপীঠে এই গোচৰটো ৰুজু কৰিছে। সেউজ ন্যায়াধিকৰণে সদৰী কৰা তথ্য মতে, পৰিৱেশ ৰক্ষা আৰু এই সম্পৰ্কীয় বিভিন্ন আইনৰ আধাৰত ব্যাপক হাৰত গছ কটাৰ বিষয়টো এক প্রাথমিক বিষয়ৰূপে লৈ অসম চৰকাৰৰ মুখ্য সচিব আৰু এনএইছআইডিচিএলৰ অধ্যক্ষক পক্ষ কৰি এই গোচৰটো ৰুজু কৰা হৈছে।

উল্লেখ্য যে গুৱাহাটীৰ পৰা গোৱালপাৰালৈ যোৱা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বহু পুৰণি শাল তথা চেগুন গছে পথটোৰে যাত্ৰা কৰা প্রতিজন যাত্রীকে এক সতেজ পৰিৱেশ প্ৰদান কৰি আহিছে। শাৰী শাৰী শাল গছ, চেগুন গছে এই পথটোক প্রদান কৰিছে এক নয়নাভিৰাম দৃশ্যৰ উৎস।

পথটোৰে অহা-যোৱা কৰা যাত্ৰীয়ে এবাৰলৈ হ’লেও পথৰ কাষত ৰৈ শাৰী শাৰী গছৰ মাজত ফটো উঠাটো এক পৰিচিত দৃশ্য; কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে থকা বহু বছৰ পুৰণি এই গছসমূহে সৃষ্টি কৰা নৈসর্গিক দৃশ্যক অতীত কৰি ব এনএইছআইডিচিএলে প্রায় ২৮ হেজাৰ জোপা গছ কাটিবলৈ লক্ষ্য লোৱাৰ কথা স্বীকাৰ কৰিছে।

আনকি এই পৰিকল্পনাৰ অংশৰূপে ইতিমধ্যে বৃহৎ সংখ্যক গছ কাটি পেলোৱাৰ তথ্যও সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাটোরে। চাৰিশাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত এনেদৰে গছ কটাক লৈ সৃষ্টি হৈছে ব্যাপক প্রতিক্ৰিয়াৰ।

চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে যোৱা ১৯ নৱেম্বৰত এই সম্পৰ্কত সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰি পথটোৰ সেউজ পৰিৱেশক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰসংগ উত্থাপন কৰিছিল। ভিডিঅ’টোত এজাক শিশুৱে পুৰণি গছসমূহক আৱৰি মানৱ শৃংখল প্ৰদৰ্শনৰ লগতে গছসমূহক সাবটি ধৰি শিশুসকলে গছৰ সুৰক্ষাৰ দাবী কৰিছিল।

চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে আনকি এই ক্ষেত্ৰত প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি গছসমূহ কাটি তহিলং কৰাৰ বিৰোধিতা কৰিছিল। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে পথটোৰ দুয়োকাষে থকা গছসমূহ কটাক কেন্দ্র কৰি শেহতীয়াকৈ নিজাববীয়া গোচৰটো ৰুজু কৰিছে।

উল্লেখ্য যে ইতিমধ্যে নৰনাৰায়ণ সেতুলৈ থকা এই পথছোৱাত মাথোঁ এটা দিনতে এনএইছআইডিচিএলে কাটি বগৰাইছিল ২,৩০০ জোপা বহু বছৰ পুৰণি শালগছ। ইয়াৰ উপৰি হিচাপ নোহোৱাকৈ কাটিছে পথৰ দুয়োকাষে থকা কৃষ্ণচূড়া, ৰাধাচূড়া আৰু বকুল গছ।

যিখন ৰাজ্যত চৰকাৰী উদ্যোগত দুই কোটি গছ ৰোপণৰ দৰে ব্যবস্থা গ্রহণৰে পৰিৱেশ ৰক্ষাৰ চেষ্টা চলোৱা হৈছে, সেই সময়তে চাৰিশাৰীযুক্ত পথ নিৰ্মাণৰ স্বাৰ্থত ২৮ হেজাৰ জোপা শাল-চেগুন গছ কাটিবলৈ তৎপৰ হোৱাটো আশ্চর্যজনকৰূপে চিহ্নিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jalukbari-Goalpara StretchNational Green Tribunal Takes NoticeNH Road ExtensionTree Fellings
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d