Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Violence Update:মণিপুৰত দুই কিশোৰ- কিশোৰীৰ হত্যাৰ গোচৰত চিবিআইৰ অভিযোগনামা

publisher by publisher
January 3, 2024
in India, News
Reading Time: 3 mins read
0
Manipur Violence Update:মণিপুৰত দুই কিশোৰ- কিশোৰীৰ হত্যাৰ গোচৰত চিবিআইৰ অভিযোগনামা
4
SHARES
42
VIEWS
ShareShareShareShare

Manipur Violence Update:

মণিপুৰত বিগত বৰ্ষত সংঘটিত নাৰকীয় কাণ্ডবোৰৰ ভিতৰৰ এটা উল্লেখযোগ্য যে ঘটনাৰ অভিযোগনামা কেন্দ্রীয় অনুসন্ধান সংস্থা (চিবিআই)ই দাখিল কৰে।

ADVERTISEMENT

কামৰূপ মহানগৰৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ  আদালতত দাখিল কৰা দুখন পৃথক অভিযোগনামাৰ জৰিয়তে এহাল কিশোৰ-কিশোৰীক হত্যা কৰা ঘটনাটোও জড়িত বুলি পাঁচজনক অভিযুক্ত কৰা হৈছে।

RelatedPosts

মধ্যপ্ৰদেশত নৃশংস হত্যাকাণ্ড: কিশোৰক হত্যা কৰি ৰক্ত পান

পুনৰ ভয়ংকৰ প্রেম-হত্যা! আগ্ৰাত প্রেমিকৰ হাততে নৃশংসভাৱে হত্যা যুৱতী

ঝাৰখণ্ডত জামুগুৰিহাটৰ যুৱকৰ নৃশংস হত্যা 

উল্লেখ্য যে যোৱা আঠ আৰু ১৯ জুলাইত দুখন বিশেষ এজাহাৰ মণিপুৰ আৰক্ষীৰ ওচৰত দাখিল হৈছিল। আঠ জুলাইত ইম্ফল আৰক্ষী থানাত দাখিল হোবা এজাহাৰখনত এগৰাকী কিশোৰীৰ পিতৃয়ে এটি কিশোৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল।

অভিযোগ কৰা হৈছিল যে তেওঁৰ কিশোৰী জীয়ৰী জুলাইৰ পৰা সন্ধানহীন হৈ আছে আৰু এটি কিশোৰে বলপূর্বকভাবে বিয়া কৰোৱাৰ বাবে তেওঁৰ জীয়ৰীক অপহৰণ কৰি নিছিল। আকৌ কিশোৰটিৰ পিতৃয়ে ১৯ জুলাইত লাম্মেল আৰক্ষী থানাত এই ঘটনাটোক লৈয়ে এখন এজাহাৰ দাখিল কৰিছিল।

এজাহাৰত উল্লেখ কৰা হৈছিল যে তেওঁৰ ১৭ বছৰীয়া পুত্রই ছয় জুলাইৰ পুৱা নিজৰ মটৰ চাইকেলখন লৈ ঘৰৰ পৰা ওলাই গৈছিল যদিও উভতি নাহিল। বহু চেষ্টা কৰিও পুত্রৰ কোনো সন্ধান উলিয়াব পৰা নাই। গতিকে কোনো লোকে তেওঁৰ পুত্রক অপহৰণ কৰিব পাৰে বুলি এজাহাৰখনত সন্দেহ প্রকাশ কৰিছিল।

এই ঘটনাৰ তদন্ত মণিপুৰ আৰক্ষীয়ে কৰিলেও ৰাজ্যখনত সংঘটিত ধাৰাবাহিক হিংসাত্মক ঘটনাত কিশোৰ-কিশোৰী হাল সন্ধানহীন হোৱা বিষয়টোৱে সাৰ -পানী যোগোৱা বুলি ৰাজ্যখনৰ আৰক্ষী নিশ্চিত হয়।

কাৰণ কিশোৰ-কিশোৰীহালৰ যি পৰিণতি পাছত পোহৰলৈ আহে, সেয়াই বহু লোকক উত্তেজিত কৰি তুলিছিল। এনে পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে এই ঘটনাটো তদন্তৰ বাবে চিবিআইক অর্পণ কৰে।

চিবিআই-এ যোৱা ২৩ আগষ্টত ঘটনাটো নিজৰ আৰক্ষী থানাত ৰুজু কৰি ক্ষিপ্র গতিত তদন্ত আগবঢ়ায়। তদন্তত পোহৰলৈ আহে যে ছয় জুলাইৰ পুৱা টিউচনৰ বাবে ওলাই যোৱা কিশোৰটিয়ে কিশোৰীগৰাকীক বাটত উঠাই টিউচনৰ পৰিৱৰ্তে বিষ্ণুপুৰ অঞ্চলৰ দিশে গৈছিল।

তাৰ পাছত দুয়ো গৈছিল পুৰণি কাছাৰ ৰোডৰ থাচ ভিউ পইন্ট অঞ্চললৈ। সেই স্থানত দুয়োকে কেইজনমান লোকে কৰায়ত্ত কৰে আৰু বলপূর্বক এখন গাড়ীত উঠায়। তাৰ পাছত দুয়োকে কোনো অজ্ঞাত স্থানলৈ নিয়ে আৰু তাত হত্যা কৰে। তদন্ত কালতে আৰক্ষীয়ে এই ঘটনাত জড়িত চাৰিজনক গ্ৰেপ্তাৰ কৰে।

এই চাৰিজনকে ধৰি মুঠ পাঁচজন অভিযুক্তৰ নাম চিবিআইয়ে অভিযোগনামাত উল্লেখ কৰিছে। অভিযুক্তসকলৰ ভিতৰৰ পাওলুনমাং নামৰ লোকজনক পুনেত গ্রেপ্তাৰ কৰা হৈছিল। ধৃত আন তিনিজন হ’ল পাওমিনলুন হাওকিব, স্মালছন হাওকিব আৰু লিংনেইচং বাইটেকুকি। এই তিনিজনক চূড়াচান্দপুৰৰ পৰা গ্রেপ্তাৰ কৰা হৈছিল।

পলাতক আনজন অভিযুক্ত হ’ল নহগিন বাইটেকুকি। উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি, যোৱা মে’ৰ পৰা সূত্রপাত হোৱা মণিপুৰৰ হিংসাত্মক ঘটনাত ১৮০ জনতকৈ অধিক লোকে প্রাণ হেৰুৱাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cbi InquiryGuwahati CJM CourtManipur ViolenceMurderSubmit CdTeenagers Missing
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d