Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam State Zoo:দৰ্শনাৰ্থীৰ ভিৰৰ সময়ত চলিছে নির্মাণ কার্য

বন্ধ কৰি ৰখা হৈছে ৰাষ্ট্ৰীয় পক্ষী ম'ৰা চৰাই গৃহ, অসুৰক্ষিতভাবে কণ কণ শিশুৱে দেৱালত উঠি জুমি চাবলগীয়া হৈছে, বিশৃংখল পৰিবেশত অভিভাৱকে ক্ষোভ উজাৰিলে

publisher by publisher
December 25, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Assam State Zoo:দৰ্শনাৰ্থীৰ ভিৰৰ সময়ত চলিছে নির্মাণ কার্য
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Assam State Zoo:মহানগৰীৰ সদাব্যস্ত ৰাজপথত শৰপহুৰ বিচৰণ

Youth Missing In Assam State Zoo:চিৰিয়াখানাত নিৰুদ্দিষ্ট হোৱা যুৱকজনৰ পৰিচয় উদ্ধাৰ

Assam State Zoo:

বছৰৰ শেষ আৰু প্ৰথম মাহ দুটা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে এক ভৰপক সময়। বনভোজৰ সমান্তৰালভাৱে এই সময়ছোৱাত বিশেষকৈ গুৱাহাটী মহানগৰীলৈ দৈনিক হেজাৰ হেজাৰ পৰ্যটকৰ আগমন ঘটে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই।

ADVERTISEMENT

ইংৰাজী বৰ্ষ শেষ হ’বলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত আজি দেওবাৰ উপলক্ষে মহানগৰীৰ পৰ্যটনস্থলীসমূহত ব্যাপক সমাগমৰ সৃষ্টি হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, আঞ্চলিক বিজ্ঞান কেন্দ্র, অসম ৰাজ্যিক সংগ্ৰহালয়, তাৰকাগৃহ আদিত ভৰি পৰা বিদেশী, বহিঃৰাজ্যৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ পৰ্যটকৰ ভিতৰত গৰিষ্ঠ সংখ্যকেই বিদ্যালয়ৰ ছাত্র-ছাত্রী তথা কিশোৰ-কিশোৰী।

উল্লিখিত স্থানসমূহৰ ভিতৰত কিশোৰ-কিশোৰীসকলৰ অন্যতম পছন্দৰ স্থান হ’ল অসম ৰাজ্যিক চিবিয়াখানা। আজিও ৰাজ্যিক চিৰিয়াখানালৈ কে’বা হেজাৰ লোকৰ আগমন ঘটে। বিভাগীয় তথ্য অনুসৰি, কালি দেওবাৰৰ দিনটোত ৰাজ্যিক চিৰিয়াখানালৈ অহা মুঠ পর্যটকৰ সংখ্যা হ’ল ৭,৮৫২ জন।

এইসকলৰ ভিতৰত গবিষ্ঠ সংখ্যকে বিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু পিতৃ- মাতৃৰ লগত অহা কণ কণ শিশু; কিন্তু এই শিশু তথা ছাত্র-ছাত্রীসকলে মনত যি উদ্দেশ্য তথা উছাহ লৈ ৰাজ্যিক চিৰিয়াখানালৈ আহে, সেয়া পূৰণ কৰাত চূড়ান্ত ব্যর্থ হৈছে চিবিয়াখানা কর্তৃপক্ষ।

উল্লেখ্য যে শিশু বা ছাত্র-ছাত্রীসকলে তেওঁলোকে কিতাপত পঢ়িবলৈ পোৱা বাষ্ট্রীয় পক্ষী, ৰাষ্ট্রীয় জন্তু, বিশ্ববিখ্যাত এশিঙীয়া গড় আদি ওচৰৰ পৰা স্বচক্ষুৰে চোৱাৰ দীর্ঘদিনীয়া এক হেঁপাহ লৈ ৰাজ্যিক চিৰিয়াখানালৈ আহে। সকলোৰে মনত মাথোঁ এটাই আশা থাকে যে ওচৰৰ পৰা বাঘ, ভালুক, সিংহ, জিৰাফ, ম’ৰা চৰাই, পহু, এশিঙীয়া গড়, সোণালী বান্দৰ আদি চাবলৈ পাব; কিন্তু ছাত্র- ছাত্রীসকলৰ সেই আশা যেন পুৰণ কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যিক চিবিয়াখানা কর্তৃপক্ষ। কিয়নো এই ভৰপক সময়ত চিৰিয়াখানা কর্তৃপক্ষই চলাইছে নির্মাণ কার্য।

ফলত ছাত্র-ছাত্রীসকলে ৰাষ্ট্রীয় পক্ষী ম’ৰ চৰাই স্বচক্ষুৰে প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। ম’ৰা, ভাটোকে ধৰি অন্যান্য আপুৰুগীয়া পক্ষী থকা পক্ষীঘৰটো বন্ধ কৰি ৰখা হৈছে।

উল্লেখ্য যে এই পক্ষীঘৰটোৰ ভিতৰত এবাৰত ১০ মিনিটৰ বাবে ১০ জন লোকৰহে প্ৰৱেশৰ অনুমতি থাকে। অতি সংবেদনশীল তথা নীৰৱতা অৱলম্বন কৰি সংশ্লিষ্ট পক্ষীঘবত প্ৰৱেশ কৰি ওচৰৰ পৰা ৰাষ্ট্রীয় পক্ষীক প্রত্যক্ষ কৰাৰ এক সুকীয়া মাদকতা আছে। সেয়ে ৰাজ্যিক চিৰিয়াখানালৈ অহা প্রতিজনৰ বাবে ই এক মুখ্য কেন্দ্রস্থলৰূপে পৰিগণিত হৈ আহিছে;

কিন্তু শেহতীয়াকৈ এই পক্ষীঘৰৰ কাষতে চিৰিয়াখানা কর্তৃপক্ষই অব্যাহত ৰাখিছে এক নির্মাণ কার্য। যাৰ কাৰণে পক্ষীঘৰটো বন্ধ কৰি ৰখা হৈছে আৰু ৰাষ্ট্রীয় পক্ষীক প্রত্যক্ষ কৰিবলৈ নাপায় ছাত্র-ছাত্রীসকল বিমর্ষ হৈ উভতি যাবলগীয়া হৈছে।

অৱশ্যে একাংশ কণ কণ শিশুবে পক্ষীগৃহৰ চাৰিবেৰাৰ কাষত থকা দেৱালত অসুৰক্ষিত অৱস্থাত উঠি ৰাষ্ট্রীয় পক্ষীক জুমি চাবলৈ চেষ্টা কৰে যদিও দুই-এজনহে সফল হয়। ফলত ছাত্র-ছাত্রী তথা শিশুসকলৰ লগত অহা শিক্ষক-শিক্ষয়িত্রী, অভিভাৱকসকলে এই ভৰপক সময়ত নির্মাণ কার্য চলাই নেকি বুলি নিজৰ মাজতে ক্ষোভ প্রকাশ কৰি আঁতৰি গৈছে।

উল্লেখ্য যে ১২ মাহে ৰাজ্যিক চিৰিয়াখানাত পর্যটক থাকে যদিও বছৰৰ শেষ আৰু প্ৰথমার্ধত ইয়াৰ সংখ্যা বৃদ্ধি হয়; কিন্তু এই পর্যটকসকলে কিহৰ আশাত ৰাজ্যিক চিৰিয়াখানালৈ আহে এই ক্ষেত্রত যেন চিন্তিত নহয় কর্তৃপক্ষ। কিয়নো ৰাজ্যিক চিৰিয়াখানাখনত ১১২ প্রজাতিৰো অধিক মুঠ ১,২৩১ টা জীৱ-জন্তু, পক্ষী থকাৰ তথ্য চিৰিয়াখানা কর্তৃপক্ষই সদৰী কৰি আহিছে যদিও এই প্রাণীসমূহ পর্যটকে প্রত্যক্ষ কৰিব পৰাকৈ যিদৰে সুব্যৱস্থা থাকিব লাগিছিল, সেই ব্যৱস্থা দিয়াত ব্যর্থ হোৱাৰ অভিযোগ উঠিছে।

নাম প্রকাশত অনিচ্ছুক কে’বাগৰাকী অভিভাবকে এই সন্দর্ভত চিৰিয়াখানা কর্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে চিৰিয়াখানাখনত পর্যাপ্ত পৰিমাণৰ জীৱ-জন্তু, পক্ষী আছে যদিও ইয়াক প্রত্যক্ষ কৰাৰ যি ব্যৱস্থা থাকিব লাগিছিল সেয়া নাই।

উদাহৰণস্বৰূপে ইয়াত দুটাকৈ জিৰাফ আছে যদিও তেওঁলোকক ৰখা ঠাইখিনি যথেষ্ট ডাঙৰ হোৱাত ইটো মূৰত জিৰাফ কেইটা থাকিলে এই মূৰৰ পৰা শিশুসকলে দেখি নাপায়। একেদৰে এশিঙীয়া গঁড়ৰ ক্ষেত্ৰতো একে ব্যবস্থা আৰু এদিনৰ যদি বেলেগ এটা স্থানত গড় দেখিবলৈ পোৱা যায় আকৌ কেতিয়াবা পছৰ লগত দেখা যায়। একপ্ৰকাৰ এক বিশৃংখল পৰিৱেশ।

আনহাতে, ম’ৰা চৰাই থকা পক্ষীগৃহটো বন্ধ কৰি ৰাখিছে আৰু ক’ৰবাত জীৱ-জন্তু নামফলক আছে যদিও গড়াল শূন্য। বিশেষকৈ এই সময়ছোৱাত বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্রীসকল আহে আৰু এই সময়ত ৰাষ্ট্রীয় পক্ষী থকা গড়ালটো বন্ধ কৰি ৰখাটো উচিত হোৱা নাই বুলি অভিভাৱকসকলে মন্তব্য কৰে।

ইয়াৰ উপৰি তেওঁলোকে চিৰিয়াখানাখনত পৰিস্কাৰ-পৰিচ্ছন্নতাত গুৰুত্ব দিবলৈ কর্তৃপক্ষক আহ্বান জনাই অ’ত-ত’ত গছ উভালি পৰি থকা কথাও দৃষ্টি নিক্ষেপ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam State Zoo cum Botanical GardenAudienceBird HouseContraception WorkDifficult To Sea
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d