Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Incident Update:হিংসাত্মক ঘটনাত দগ্ধ মণিপুৰত উগ্ৰপন্থীৰ গুলিত নিহত কমেও তিনি

বিজেপি বিধায়কৰ বাসগৃহলৈ বোমা নিক্ষেপ সেনাৰ পোছাকত, উগ্ৰপন্থী হিংসাৰ আঁৰৰ কাৰক অনুসন্ধান কৰিবলৈ সাজু চিবিআই, মণিপুৰলৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

publisher by publisher
June 10, 2023
in India, News
Reading Time: 3 mins read
0
Manipur Incident Update:হিংসাত্মক ঘটনাত দগ্ধ মণিপুৰত উগ্ৰপন্থীৰ গুলিত নিহত কমেও তিনি
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

মণিপুৰত নগা-কুকিৰ সংঘৰ্ষৰ পৰিণতিত সেনাসহ ২০ অপহৃত

মণিপুৰ-ম্যানমাৰ সীমান্তত পুনৰ উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰিছে যুটীয়া বাহিনীয়ে

মণিপুৰৰ মেইটেইত কৃষকক সুৰক্ষা দিয়াৰ দায়িত্ব দুটা কেন্দ্ৰীয় বাহিনী

Manipur Incident Update:

পাৰ্বত্য ৰাজ্য মণিপুৰত পুনৰ হিংসাত্মক ঘটনাত কমেও তিনিজন লোকে প্রাণ হেৰুৱাইছে। ইয়াৰে এগৰাকী মহিলা। সেনাৰ সূত্ৰত প্ৰকাশ যে  খ’কেন গাঁৱত সন্দেহজনক উগ্ৰপন্থীৰ আক্ৰমণৰ এই ঘটনাত এই তিনিজন লোক নিহত হয়। ইম্ফল বেষ্ট জিলা আৰু কাংপ কপি জিলাৰ সীমাত অৱস্থিত এই গাঁওখন।

ADVERTISEMENT

সন্দেহজনক উগ্ৰপন্থী আৰু ঘটনাৰ ভুক্তভোগীসকল দুটা পৃথক সম্প্ৰদায়ৰ লোক বুলি সেনাৰ সূত্ৰত প্রকাশ। ইপিনে, আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰীৰ পৰিধানত আছিল সেনাৰ পোছাক ।

সেনাৰ পোছাকত ভেশছন ধৰি অহা উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা বাহনৰ স’তে সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা বাহনৰ মিল আছে বুলিও আৰক্ষীয়ে কয়।  কাহিলি পুৱাতে উগ্ৰপন্থীৰ দলটোৱে ফ্ৰকেন গাঁৱত প্ৰৱেশ কৰে আৰু স্বয়ংক্রিয় ৰাইফলেৰে গাঁওৱাসীলৈ উদ্দেশ্যি গুলিচালনা কৰে।

ইপিনে, ইণ্ডিজেনাছ ট্রাইবেল লিডাৰ্ছ ফ’ৰাম (আইএলটিএফ) নামৰ সংগঠনটোৱে কয় যে এই ঘটনাটোৱে পুনৰবাৰ প্ৰতীয়মান কৰিলে শান্তি চুক্তিৰ প্ৰতি উগ্ৰপন্থীসকলৰ চূড়ান্ত অসম্মান। এই সংগঠনটোৱে ঘটনাৰ স’তে জড়িত থকাসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা ল’বলৈ দাবী জনায়।

এক বিবৃতিত আইএটিএফে কয়, “এই ঘটনাটোৱে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আহ্বান জনোৱা শান্তি প্রক্রিয়া উলংঘা কৰিছে। উগ্ৰপন্থীসকলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্তমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ আমি দাবী জনাওঁ।”

ভুক্তভোগী গাঁওবাসীৰ দাবী অনুসৰি ঘটনাৰ সময়ত তেওঁলোক উপস্থিত থকাৰ বাবে অধিক ৰক্তাক্তৰ সৃষ্টি নহ’ল। গাঁওখনত বহু পৰিমাণে মহিলা আৰু শিশু আছে।

ইপিনে, আইএলটিএফে বিবৃতিত কয় যে কাহিলিপুৱাতে গির্জা ঘৰলৈ প্ৰাৰ্থনাৰ বাবে যোৱা ড’মখহয় নামৰ মহিলাগৰাকীক গির্জাৰ ভিতৰতে গুলীয়াইছিল উগ্ৰপন্থীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু অৰ্ধসামৰিক অতিৰিক্ত বাহিনী অঞ্চলটোত নিয়োগ কৰা হৈছে।

মণিপুৰৰ অন্যান্য কিছুমান অঞ্চলত ঘৰ জ্বলোৱাৰ ঘটনাও সংঘটিত হৈছে বুলি সূত্ৰত প্ৰকাশ। আৰক্ষী সূত্ৰই জনোৱা মতে আন কমেও দুখন জিলাৰ পৰা এনে বাতৰি আহিছে ।

ইপিনে, বৃহস্পতিবাৰে নিশা মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই বিজেপিৰ এজন বিধায়কৰ বাসগৃহলৈ হস্তনির্মিত বোমা নিক্ষেপ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উগ্ৰপন্থীয়ে নিক্ষেপ কৰা আইডি বিধায়কৰ বাসগৃহৰ গেটত বিস্ফোৰিত হয়।

এই ঘটনাৰ ফলত গেটৰ সুৰক্ষাৰ বাবে লগাই থোৱা টিনপাতত কে’বাটাও ফুটাৰ সৃষ্টি হয়। মণিপুৰৰ নাওৰীয়া পাখাংগলাকপা সমষ্টিৰ বিজেপিৰ বিধায়ক কেবি দেৱী সেই সময়ত ঘৰতে আছিল। এই সমষ্টিটো ইম্ফল ৱেষ্ট জিলাত অৱস্থিত। বিধায়ক আৱাসৰ কৰ্মচাৰীয়ে জনোৱা মতে, তেওঁলোকে অগ্নিদগ্ধ তাঁৰৰ টোপোলাৰ দৰে এটা পেকেট উদ্ধাৰ কৰে।

ইয়াত পানী ঢলাত বিস্ফোৰকৰ দৰে গোন্ধায়। আমি ভাবিছিলো যে পানীয়ে বোধহয় কাম দিব, কিন্তু চুই চাই দেখিলো যে ফিউজ তাঁৰডাল বহু দীঘল আৰু গৰম হৈয়ে আছে।

প্রায় এক মিনিট মান পাছত বিস্ফোৰিত হয়। দেৱালীত ব্যৱহৃত বৃহৎ ফটকাৰ দৰে বিস্ফোৰণৰ শব্দ হৈছিল। আমি ভাবো সত্তর ভয় খুৱাবলৈ এনে কৰা হৈছে।” যোৱা তিনি মে’ৰ পৰা মণিপুৰত হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটে।

ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেসকলে জনজাতি মর্যাদা প্ৰদানৰ বাবে থকা প্ৰস্তাৱ বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পাছতে জনজাতীয় সংগঠনে উলিওৱা সমদলক কেন্দ্ৰ কৰিয়ে হিংসা আৰম্ভ হয় আৰু আজি পৰ্যন্ত পৰিস্থিতি শান্ত হোৱা নাই। মণিপুৰৰ বিভিন্ন জিলাৰ পৰা নিৰাপত্তা বাহিনীয়ে কমেও দুশ সক্ৰিয় বোমা উদ্ধাৰ কৰে ।

যোৱা এমাহে হিংসা কমা নাই ৰাজ্যখনত। বেচৰকাৰী তথ্য অনুসৰি মৃতকৰ সংখ্যা এশৰ অধিক হ’ব। চৰকাৰীভাৱেই আহতৰ সংখ্যা হ’ব পাঁচশৰ অধিক। এই গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হৈছে ২৫ হেজাৰৰো অধিক লোক। অভিযোগ অনসুৰি চুবুৰীয়া ম্যানমাৰ সীমাত্ত পাৰ হৈ কুকী উগ্ৰপন্থীয়ে মেইটেসকলৰ ওপৰত আক্ৰমণ কৰিছে।

মেইটে সাম্প্ৰদয়ৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ চৰকাৰে পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপন কৰিছে কুকীসকলে। এই অভিযোগ অনুসৰি কুকীসকলে অনুসূচিত জনজাতিৰ মৰ্যাদা লাভ কৰিলে ইম্ফল উপত্যকাৰ চৌপাশে ঘেৰি থকা পাহাৰীয়া অঞ্চলসমূহো মেইটেসকলৰ দখললৈ যাব।

উল্লেখ্য যে মণিপুৰত সংখ্যাগৰিষ্ঠ মেইটেই জনসংখ্যা প্রায় ৫৩ শতাংশ হ’ব। এইসকলে মূলতঃ ইম্ফল উপত্যকাত বাস কৰে। মণিপুৰৰ প্ৰায় ৯০ শতাংশ পাহাৰীয়া অঞ্চলত কুকী, নগাসহ বিভিন্ন জনজাতীয় লোকসকল বাস কৰে। শেহতীয়া অভিযোগ অনুসৰি ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ অৰণ্যত নতুনকৈ জনবসতি গঢ়ি তুলিছে কুকীসকলে।

ফলত আগন্তুক দিনত তেওঁলোকৰ ভূমি বেদখল হোৱাৰ আশংকা প্ৰকাশ কৰিছে মেইটেসকলে। এই অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে ম্যানমাৰৰ ড্ৰাগছ সৰৱৰাহকাৰী চোৰাংচক্ৰক কেঁচা সামগ্ৰী যোগানৰ অভিযোগ আছে।

আনহাত ধাৰাবাহিক হিংসাত্মক ঘটনাৰ আঁৰৰ কাৰকসমূহ চিনাক্ত কৰিবলৈ চিবিআই- এ ইতিমধ্যে দাখিল কৰিছে এজাহাৰ ৷উল্লেখ্য যে,মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰত থকা কাৰকসমূহ চিনাক্তৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইক দায়িত্ব অর্পণ কৰিছে। এশৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া এক গোষ্ঠী সংঘৰ্ষৰ আঁৰত কোন জড়িত আছে এই তদন্ত কৰিব চিবিআয়ে।

চিবিআইৰ তদন্তৰ বাবে মণিপুৰ চৰকাৰে ছটা গোচৰ চিনাক্ত কৰে। এইসমূহৰ ভিতৰত আছে গোষ্ঠীগত সংঘর্ষ পূর্ব পৰিকল্পিত আছিল নে নাই সেয়া নিশ্চিত কৰিবলৈ উমৈহতীয়া ষড়যন্ত্ৰৰ গোচৰ। ইপিনে, নগা বিধায়কৰ স’তে বৈঠক সম্পন্ন কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে তেওঁলোকক কুকী আৰু মেইটেসকলৰ মাজত সম্পৰ্কৰ সেঁতু নিৰ্মাণ কৰিবলৈ তথা শান্তি ওভতাই অনাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

কুকী বিধায়কসকলে গৃহমন্ত্রী শ্বাহক পৃথক প্ৰশাসনৰ বাবে দাবী জনোৱাৰ পাছতে এই আলোচনা সম্পন্ন হয়। আনহাতে, নগা বিধায়কসকলে এই দাবীৰ পৰা নিজকে আঁতৰাই ৰাখিছে। মণিপুৰত যি ছখন পাহাৰীয়া জিলাত এই পর্যন্ত কোনো সান্ধ্য আইন জাৰি কৰিবলগীয়া হোৱা নাই সেইসমূহৰ অধিকাংশই নগা অধ্যুষিত।

আনহাতে এনে অগ্নিগৰ্ভ পৰিস্থিতিৰ মাজতে আজি মণিপুৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ইম্ফলত সাক্ষাৎ কৰিব মণিপুৰৰ মুখ্যমন্ত্ৰী বিৰেন সিঙক৷একেদৰে মতবিনিময় কৰিব মণিপুৰৰ বিজেপি বিধায়কৰ লগতে সহযোগি দলৰ বিধায়ক সকলৰ স’তে ৷

প্ৰাপ্ত খবৰ অনুসৰি নেডাৰ মুখ্য আহ্বায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰামৰ্শ অনুসৰি মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ দিল্লীক জনাব সবিশেষ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Cm VisitCbi Files FirManipur Violence
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d