Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dergaon Accident Update : দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত চাৰিজনক জিএম চি এইছলৈ প্ৰেৰণ

পিতৃৰ মৃত্যুৰ খবৰ নাপায় সাতবছৰীয়া প্ৰীতিয়ে, চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে প্ৰীতিয়ে, প্ৰীতিৰ হ'ব প্লাষ্টিক চাৰ্জাৰী, মাতৃ কুলুমণি শইকীয়াৰ ভাঙিছে ছডালকৈ কামিহাড়, JMCH ত চিকিৎসাধীন ২৭জনৰ, তিনিজনক ভৰ্তি আই চি ইউত

publisher by publisher
January 4, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Dergaon Accident Update : দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত চাৰিজনক জিএম চি এইছলৈ প্ৰেৰণ
4
SHARES
37
VIEWS
ShareShareShareShare

Dergaon Accident Update :

বুধবাৰে নিচেই পুৱাতে দেৰগাঁৱৰ ৩৭ ন’ ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাই ইতিমধ্যে শোকস্তব্ধ কৰি তুলিছে অসমবাসীক। ভয়ংকৰ দুৰ্ঘটনাটিত কৰুণ মৃত্যুক সাবটি লোৱা ১২ জনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী ৰাজ্যবাসীৰ ৷

ADVERTISEMENT

ইতিমধ্যে যোৱাকালি সন্ধিয়াই গোলাঘাটৰ আঠখেলীয়াৰ বচা ভৰলুৱা গাঁৱত একেলগে জ্বলিল ১১খনকৈ চিতা। এতিয়া গাঁও খনত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ ৷ একেখন গাঁৱৰে বাৰজনক হেৰুৱাই গাঁওবাসী হৈ পৰিছে মিয়ম্ৰাণ ৷

RelatedPosts

Guwahati Fire: মহানগৰীৰ ফাঁচীবজাৰৰ এছএছ ৰোডত বিধ্বংসী অগ্নিকাণ্ড

Ganeshguri Incident:মহানগৰীৰ দিছপুৰ থানাৰ সমীপত ছুৰিকাঘাতৰ ঘটনা

Lahual Tragic Accident: শোকাৱহ দুৰ্ঘটনা

accident 4উল্লেখ্য যে, এই দুৰ্ঘটনাত আহত হোৱা ৩১জন লোকৰ চাৰিজনক বুধবাৰে নিশা এক বজাত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতালৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

সংকটজনক অৱস্থাত থকা কুলুমণি শইকীয়া, অৰূপ শইকীয়া, মৃদুল শইকীয়া আৰু প্ৰীতি শইকীয়াক নিশাই বিশেষজ্ঞ চিকিৎসকৰ দলে মাৰাথন চিকিৎসা আৰম্ভ কৰিছে ৷

accident 2জিএম চি এইছৰ অধীক্ষক ডা:অভিজিৎ শৰ্মাই জানিব দিয়া মতে,৭ বছৰীয়া প্ৰীতিক জৰুৰীভাৱে কৰা হ’ব প্লাষ্টিক চাৰ্জাৰীৰ ৷ আনহাতে প্ৰীতিৰ মাতৃ কুলুমণি শইকীয়াৰ বুকুৰ ছডালকৈ কামিহাড় ভঙাৰ লগলে , মৃদুল শইকীয়াৰ দুয়োটা ভৰি, বাওঁ হাত,বুকুৰ হাড় ভঙাৰ উপৰিও মুৰত আঘাত পাইছে ৷যাৰবাবে দুয়োকে নিউৰ’লজী, কার্ডিঅ’লর্জী বিভাগত ভর্তি কৰি আৰম্ভ কৰা হৈছে চিকিৎসা ৷

উল্লেখ্য যে,কুলুমণি শইকীয়াৰ স্বামী তথা সাতবছৰীয়া প্ৰীতিৰ পিতৃ নৱজিৎ শইকীয়াৰ ইতিমধ্যে দুৰ্ঘটনাটোত মৃত্যু হৈছে ৷

আনহাতে এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ২৭জনৰে ইতিমধ্যে চিকিৎসা চলি আছে যোৰহাট মেডিকেল কলেজ হাস্পতালত। ইয়াৰে তিনিজনৰ অৱস্থা অতি গুৰুত্বৰ হোৱা ভাৱে ভৰ্তি কৰা হৈছে আই চি ইউত ৷

মনকৰিবলগীয়া যে,ভয়ংকৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰে তদন্ত ঘোষণা কৰিছে ৷ সেই অনুসৰি প্ৰাৰম্ভিক পদক্ষেপ হিচাপে দেৰগাঁৱৰ বালিজানৰ অভিশপ্ত দুৰ্ঘটনাস্থলীলৈ আহিব কেন্দ্ৰৰ ক্রেছ ইনভেষ্টিগেচন টীম ৷ দিল্লী আৰু পুনেৰ পৰা আহিবলগীয়া দলটোৱে অসমত চাৰিদিন বাহৰ পাতি দুৰ্ঘটনাৰ অনুসন্ধান চলাব ৷

keshab mahantaআনহাতে আজি দুপৰীয়া ভাগত জেএম চি এইছত চিকিৎসাধীন হৈ থকা আহত লোকৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ আহত লোকৰ চিকিৎসাৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰী মহন্তই ইয়াৰ পাছত নিহত লোকসকলৰ বাসগৃহত উপস্থিত হৈ আত্মীয়ৰ স’তে মতবিনিময় কৰি চৰকাৰৰ ফালৰ পৰা সকলো সহায় কৰাৰ আশ্বাস দিয়ে ৷ ইয়াৰ পূৰ্বে মহন্তই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ উল্লেখ্য যে,মন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কে’বাজনো নেতাৰ প্ৰশ্নবানৰ সন্মুখীন হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Admitted GmchDergaon Accident Updatefour injuredHealth Minister Keshab Mahanta
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d