Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Lahual Tragic Accident: শোকাৱহ দুৰ্ঘটনা

বায়েকক দৰা ঘৰত থৈ গৃহাভিমুখী হোৱাৰ পথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা, দুৰ্ঘটনাত প্ৰাণ গ'ল কইনাৰ ভাতৃ ঈশান গগৈ

publisher by publisher
December 16, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Lahual Tragic Accident: শোকাৱহ দুৰ্ঘটনা
6
SHARES
62
VIEWS
ShareShareShareShare

মৰ্মান্তিক দুৰ্ঘটনা ৷ ডিব্ৰুগড়ৰ লাহোৱালত পুৱতি নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজন যুৱকৰ ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত চাৰিজন ৷

ADVERTISEMENT

প্ৰাপ্ত খবৰ অনুসৰি পুৱতি নিশা লাহোৱালৰ বকুল মাজগাঁৱত দৰাঘৰত কইনা থৈ টেঙাখাতৰ তামুলীখাটলৈ এখন ব্ৰেজা বাহনত গৃহাভিমুখী হৈছিল পাঁচ যুৱক। কিন্ত নিয়ন্ত্ৰণ হেৰুৱাই চেঁচা দলঙৰ পৰা নৈত পৰিল বিলাসী বাহন। চাৰিঘণ্টা ধৰি পানীত পৰি আছিল ঈশান গগৈ নামৰ এজন যুৱক ৷ ফলত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় যুৱকজন। অৱশ্যে কোনোমতে বাহন খনৰ আন চাৰে আৰোহী ওলাই আহি পাৰত উপস্থিত হয় ৷ পিছত স্থানীয় গঞাৰ সহযোগত ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় চাৰি আহত যুৱক ক্ৰমে লাটুৰাজ গগৈ, ত্ৰিদীপ গগৈ,বিপ্লৱ গগৈ আৰু অখিৰাজ গগৈ ৷

RelatedPosts

১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

AJP Pressmeet in Dibrugarh:নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে: চিত্তৰঞ্জন বসুমতাৰী

Sarbananda Pressmeet in Dibrugarh :ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল সম্বোধন

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু এছডিআৰএফ ঘটনাস্থলীত উপস্থিত হৈ বাহন খনৰ ভিতৰৰ পৰা ঈশান গগৈৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে এএমচিএইছলৈ প্ৰেৰণ কৰে ৷

ইপিনে,এই ঘটনাৰ খৱৰ বিয়পি পৰাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় দুৰ্ঘটনাস্থলী ৷ ঘৰৰ জীয়ৰীক বিয়া দি উলিয়াই দিয়াৰ দুখ মাৰ নৌযাওঁতেই পুত্ৰৰ দুৰ্ঘটনাত মৃত্যুৰ খবৰ লাভ কৰি শোকত মিয়ম্ৰান হৈ পৰিছে টেঙাখাতৰ তামুলীখাটৰ দুৰ্ভগীয়া পৰিয়ালটি ৷ দুৰ্ঘটনাস্থলীত মাতৃ আৰু আত্মীয়ৰ হিয়াভগা কান্দোনে পৰিবেশ শোকাকুল কৰি তোলে ৷

উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱা চেঁচা নৈ দুয়োপাৰ পথচোৱা বহল কৰাৰ নামত বিগত এবছৰ ধৰি ঠিকাদাৰে নিৰ্মাণত হৈ আছে ব্যস্ত ৷ কিন্ত পথছোৱাৰ নিৰ্মাণত নাই কোনো সাংকেতিক চিহ্ন। যাৰবাবে ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবে অকালতে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হ’ল এজন তৰুণ ৷ স্থানীয় লোকে অভিযোগ কৰা মতে পথছোৱাৰ নিৰ্মাণত সাংকেতিক চিহ্ন নথকাৰ বাবে ইয়াৰ পূৰ্বে আন ছটা পথ দুৰ্ঘটনা সংঘটিত হয় চেঁচা দলঙত সমীপত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DIBRUGARHfour injuredLahualOnE youth DeadTragic Accident
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d