Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

48 hr Transport Strike Begins Today In Assam:বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰাজ্যৰ সৰ্বত্ৰে

ঠায়ে ঠায়ে ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ মটৰ শ্ৰমিকৰ, হিট এণ্ড ৰাণ' নতুন আইনত দুৰ্ঘটনাৰ পাছত পলায়ন কৰিলে চালকৰ ১০ বছৰ পৰ্যন্ত কাৰাবাস, সাত লাখ পর্যন্ত জৰিমনা বাতিলৰ দাবীত আজিৰে পৰা চালকৰ কৰ্মবিৰতিৰ প্ৰভাৱ ৰাজ্যত সৰ্বাত্মক,

publisher by publisher
January 5, 2024
in India, Assam, News
Reading Time: 5 mins read
0
48 hr Transport Strike Begins Today In Assam:বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰাজ্যৰ সৰ্বত্ৰে
4
SHARES
35
VIEWS
ShareShareShareShare

48 hr Transport Strike Begins Today In Assam:

দুর্ঘটনা সংঘটিত হোৱাৰ পাছত কোনো বাহনৰ চালকজনে পলায়ন কৰিলে তেওঁৰ বিৰুদ্ধে ১০ বছৰ পর্যন্ত কাৰাদণ্ড আৰু সাত লাখ টকা পর্যন্ত জৰিমনাৰ ব্যৱস্থাৰে দেশজুৰি প্ৰবৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতাৰ অধীনস্থ ‘হিট এণ্ড ৰাণ’ আইনৰ বিৰুদ্ধে অসমতো আজি পৰা পাঁচ বজাৰ পৰা ৪৮ ঘণ্টা ধৰি স্তব্ধ হৈ পৰে সকলো ধৰণৰ বাণিজ্যিক যান-বাহনৰ চলাচল।

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত এই আইনক ক’লা আইন আখ্যা দি ইয়াক বাতিলৰ দাবীত দুদিন পূর্বে সমগ্র দেশজুৰি ট্রাকচালকসকলে ধর্মঘট কৰাৰ পাছত শুক্ৰবাৰে পুৱাৰে পৰা অসমৰ মটৰ-শ্রমিক সংগঠনসমূহৰ যৌথ মঞ্চই আহ্বান জনাইছিল ৪৮ ঘণ্টীয়া কর্মবিৰতি কাৰ্যসূচী।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

bishanathপুৱা ৫ বজাৰ পৰা অচল হৈ পৰিছে ৰাজ্যৰ জনজীৱন। অ’লা-উবেৰ, চিটী বাছ বন্ধ। ৰাজ্যৰ বিদ্যালয়সমূহৰো বাহন বন্ধক লৈ এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় । ঠায়ে ঠায়ে বিদ্যালয় বন্ধ ঘোষণা কৰিবলগীয়া হয় বিদ্যালয় কৰ্তৃপক্ষই। একেদৰে পেট্ৰ’ল পাম্পসমূহত লানি নিছিগা সোঁত বৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত।

বন্ধৰ পৰা অৱশ্যে জৰুৰীকালীন সেৱাৰ সকলো যান-বাহনৰ চলাচল অব্যাহত থাকিব। খোলা থাকিব ৰাজ্যৰ পেট্ৰ’ল পাম্পসমূহ। এই কথা স্পষ্ট কৰি দিয়ে মটৰ-শ্রমিক সংগঠনসমূহৰ যৌথ মঞ্চই ৷

সদৌ অসম চালক সন্থাৰ বন্ধৰ প্ৰভাৱ মহানগৰীত সৰ্বাত্মক আছিল ৷ স্তব্ধ হৈ পৰিছে ৰাজপথ, এএছটিচিৰৰ বৈদ্যুতিক চালিত গ্ৰীণবাছ আৰু ব্যক্তিগত বাহনৰ বাহিৰে আন সকলো বাহনৰ চলাচল বন্ধ হৈ পৰিল ৷ বেতকুছি টাৰ্মিনেলত নিমাও মাও পৰিবেশ।

মহানগৰীৰ খানাপাৰা, ISBTত প্ৰতিবাদী কাৰ্যসূচী মটৰ পৰিবহণ সন্থাৰ।’ প্ৰতিবাদত অংশ লোৱা ‘লাইফ অৱ এ ড্ৰাইভাৰ’গ্ৰন্থৰ স্বষ্টা তথা নৈশবাছৰ চালক ৰূপম দত্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘এইখন আইন যদি গৃহীত হয় প্ৰতিজন চালক প্ৰাইভেট হওঁক, প্ৰফেচনেল হওঁক সকলো বিপদত পৰিব’৷ কোনোপধ্যেই এই আইনখন গৃহীত হ’ব নিদিও’৷ ‘যেতিয়ালৈকে আইন বাতিল নহয় তেতিয়ালৈকে মোক এইটো ৰূপতে দেখিব’৷ ‘আইন বাতিল হ’লে মই হাঁহি হাঁহি কথা পাতিম’৷ প্ৰতিজন চালকৰ বাবেই আইনখন ভয়াৱহ, উত্তৰ-পূবত কেতিয়াও আইনখন প্ৰযোজ্য হ’বলৈ নিদিওঁ’। এইখন আইন যদি বাহাল থাকে তেনেহ’লে আমি কেতিয়াও জীৱনত আৰু গাড়ী নচলাও ৷’ঘোঁৰা কিনিম আৰু তাৰ ওপৰত ঘুৰিম ৷ বাইক, গাড়ী কেতিয়াও জীৱনত নচলাও ৷

আনহাতে মটৰ চালক সকলৰ বৈঠকে লোৱা কৰ্মবিৰতিয়ে জোকাৰিছে ৰাজ্যৰ গৃহ বিভাগক ৷ মটৰ শ্ৰমিক সংগঠন, চৰকাৰৰ মৌখিক আশ্বাসক অস্বীকাৰ যৌথ মটৰ শ্ৰমিক সংগঠনৰ ৷ আজি পৰিবহণ বিভাগৰ হোৱা বৈঠক অমীমাংসিত ভাৱে সমাপ্ত হয় ৷ বৈঠকত নোলাল সমাধান সূত্ৰ । ফলত কৰ্মবিৰতি অব্যাহত থাকিব বুলি সদৰি কৰে যৌথ মটৰ শ্ৰমিক সংগঠন সমূহে ৷

বৰপেটাৰ কয়াকুছিত ৰাজপথ অৱস্থান কৰি প্ৰতিবাদকাৰী কৰা মটৰ শ্ৰমিকক আটক কৰে আৰক্ষীয়ে। জিলা খনৰ কেইবাটাও স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ উপৰি বিভিন্ন প্ৰান্তৰ পৰা অহা বাহনসমূহ চলাচল কৰাত বাধাৰোপ কৰিছিল প্ৰতিবাদকাৰীসকলে।

silcharৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পাৰৰ লখিমপুৰতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । কৰ্মবিৰতিৰ লগতে প্ৰতিবাদ সাব্যস্ত মটৰ শ্ৰমিক সন্থাৰ। বান্দৰদেৱাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে মটৰ শ্ৰমিক সন্থাৰ কৰ্মকৰ্তাই ।

ৰঙিয়াত মটৰ পৰিবহণ সন্থাৰ ৪৮ ঘণ্টীয়া বন্ধৰ ?প্ৰভাৱ আছিল মিশ্ৰিত । নতুন পৰিবহণ আইন বাতিলৰ দাবীত মটৰ পৰিবহণ সন্থাৰ ৪৮ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ শিৱসাগৰ জিলাত সৰ্বাত্মক পৰিলক্ষিত। .

মিছামাৰী আই অ চিৰ টেংকাৰ চালক সকলে আজিৰে পৰা ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷নতুন পৰিবহন আইনৰ বিৰুদ্ধে মিছামাৰী আইঅচিত টেংকাৰ চালকে একত্ৰিত হৈ হিট এণ্ড ৰান আইন খনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে ৷

মটৰ চালক সন্থাই আহ্বান জনোৱা বন্ধ কাৰ্যসূচী সৰ্বাত্মক প্ৰভাৱ শিৱসাগৰ জিলাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰণিবটীয়া গাড়ী চলাচল বন্ধ হৈ পৰিছে ৷ একেদৰে হিট এণ্ড ৰান আইনৰ প্ৰতিবাদত চতিয়াৰ ৰাজপথত মটৰ শ্ৰমিকে তীব্ৰ আন্দোলন পৰিলক্ষিত হয় ৷

বন্ধৰ মাজতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চালকসকলৰ প্ৰতিবাদৰ মাজতে তেজপুৰত হিট এণ্ড ৰানৰ ধাৰাক লৈ দিয়া ৪৮ ঘণ্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে জিলা খনত৷ ৰাজপথত চলাচল কৰা বাহন ৰখাই দিয়ে একাংশ প্ৰতিবাদকাৰীয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পাছত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰে প্ৰতিবাদকাৰীৰ মাজত বাক বিতণ্ডা হয় ৷

মটৰ শ্ৰমিকসকলৰ যৌথমঞ্চই আহ্বান দিয়া বাণিজ্যিক বাহনৰ ৪৮ ঘন্টীয়া চকা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে শিলচৰত। শিলচৰৰ ট্ৰাক চালকসকলে ৰামনগৰস্থিত ভাৰতীয় খাদ্য নিগমৰ (এফ চি আই) গোডামৰ সন্মুখত শতাধিক ট্ৰাক চালকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে ,ৰাজ্যজুৰি নতুন যানবাহন আইনৰ প্ৰতিবাদৰ মাজতে ভিন্ন ঠাইত বিক্ষিপ্ত ঘটনা খবৰ জানিব পৰা গৈছে শেহতীয়াকৈ ৷ ঠায়ে ঠায়ে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি। প্ৰতিবাদকাৰীক আঁতৰাই পঠিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া পৰিবেশ সৃষ্টি ৷ ধেমাজী গোগামুখত লাঠীচাৰ্জ কৰে আৰক্ষীয়। গৌৰীপুৰতো অনুৰূপ ঘটনা সংঘটিত হয়।আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি। আৰক্ষীয়ে খেদি খেদি আটক কৰিছে প্ৰতিবাদকাৰীক।

আনহাতে মধ্য অসমৰ মৰিগাঁৱত চালকে জ্বলাই দিছে ড্ৰাইভিং লাইচেঞ্চ।ডিব্ৰুগড়তো প্ৰতিবাদকাৰীয়ে আবদ্ধ কৰিলে কেইবাখনো বাহন। আনহাতে বন্ধ নমনা কে’বাজনো চালকক কাণত ধৰি আঁঠু কঢ়াই শাস্তি দিয়ে প্ৰতিবাদকাৰীয়ে ৷

নতুন পৰিবহণ আইনৰ প্ৰত্যাহাৰ দাবীত বিশ্বনাথ চাৰিআলিতো সৰ্বাত্মক বন্ধৰ প্ৰভাৱ পৰে ৷শান্তি পূৰ্ণ ভাবে মটৰ শ্ৰমিক সকলে ৰাজপথত উলাই আহি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মটৰ পৰিবহণ সন্থাৰ অভিনৱ প্ৰতিবাদ। চালকসকলৰ আহ্বানৰ প্ৰতি সহযোগ নকৰা চালকক ৰাজপথত ফুলাম গামোচা পিন্ধাই নতুন আইন সন্দৰ্ভত বুজালে ট্ৰাক চালকসকলে।

অৱশ্যে পৰিস্থিতি অধিক জটিল নহ’বলৈ ৰাজ্যৰ সৰ্বত্ৰে আৰক্ষী, নিৰাপত্তাৰক্ষী সষ্টম কৰিছে চৰকাৰে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেলত মটৰ শ্রমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ নেতৃত্বই কয় যে আইনখনত চালকৰ বিৰুদ্ধে ইমানেই কঠোৰ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে যে পলায়ন কৰা চালকৰ বিৰুদ্ধে ১০ বছৰ কাৰাদণ্ডৰ বিপৰীতে যদি চালকে পলায়ন নকৰি ওচৰৰ থানাত খবৰ দিয়ে বা আহতজনক চিকিৎসায়লৈ লৈ যায় তেন্তে সেই ক্ষেত্ৰতো তেওঁৰ শাস্তি আধা হ’ব।

আনকি চালকৰ যদি কোনো দোষ বা ভুল নাথাকে তথাপি চালকজনকে শাস্তি দিয়া হ’ব। কেন্দ্ৰীয় চৰকাৰৰ এই আইনক ক’লা আইন আখ্যা দি সংবাদমেলত উত্তৰ-পূব পেট্রলিয়াম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাসে কয় যে কাইলৈ পুৱা পাঁচ বজাত আৰম্ভ হ’বলগীয়া ৪৮ ঘণ্টীয়া কমবিৰতি সাত জানুৱাৰীৰ পুৱা পাঁচ বজাত অন্ত পৰিব।

এই সময়ছোৱাত যাত্রীবাহী বাছ, ট্রাক, পেট্র’ল-ডিজেল পৰিবাহী টেংকাৰ, চিলিণ্ডাৰ পৰিবাহী ট্রাক আদিকে ধৰি সকলো বাণিজ্যিক যান-বাহন বন্ধ থাকিব। ইফালে, গুৱাহাটীতো কাইলৈ চিটিবাছ, মেজিক অট’ৰিক্সা, কেব সেৱা আদি সকলো বাণিজ্যিক যান-বাহন বন্ধ ৰখা হ’ব বুলি সংশ্লিষ্ট চালক সন্থাই কর্মবিৰতি কাৰ্যসূচীলৈ সমর্থন আগবঢ়াইছে।

ইফালে, সংবাদমেলত উপস্থিত থকা নৈশবাছ চালক সন্থাৰ নেতা ৰূপম দত্তই স্পষ্ট কৰি দিয়ে যে এই ক’লা আইন প্রত্যাহাৰ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব। আন কোনো সংগঠনে চৰকাৰৰ প্রলোভনত ভোল গ’লেও অন্ততঃ নৈশবাছ চালক সন্থাই আইন প্রত্যাহাৰ নোহোৱালৈকে আন্দোলন চলাই যাব বুলি স্পষ্ট কৰি দিয়ে।

সংবাদমেলত মটৰ শ্রমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ নেতা এ ৰেজ্জাক আহমেদে কয় যে কেন্দ্রীয় চৰকাৰে ২০১৪ তে বোড ট্রেন্সপোর্ট এণ্ড ছেফটি বিল-২০১৪’ বিলৰ জৰিয়তে মটৰ পৰিবহণ শ্রমিক, ক্ষুদ্র মালিক, স্বনিয়োজিত পৰিবহণ শ্রমিক তথা সামগ্রিকভাৱে পৰিবহণ খণ্ডটোক ব্যক্তিগতকৰণৰ লক্ষ্যৰে বিভিন্ন শ্রমিক বিৰোধী আইন প্রণয়নৰ চেষ্টা চলাই আহিছে।

তেওঁ কয় যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকৰ স্বাৰ্থ বিৰোধী কেতবোৰ বিষয় মটৰ শ্ৰমিকৰ লগতো যুক্ত কৰি সংহিতাত ‘হিট এণ্ড ৰাণ’ অন্তর্ভুক্ত কৰি চালকসকলৰ বিৰুদ্ধে কেতবোৰ কঠোৰ নিয়ম প্রযোজ্য কৰিছে। আহমেদে কয় যে মটৰ শ্ৰমিকৰ ওপৰত চৰকাৰে জাপি দিয়া কলা আইন প্ৰত্যাহাৰ আৰু অন্যান্য দাবীত অসমৰ মটৰ শ্রমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ আহ্বানত শুক্ৰবাৰে পাঁচ আৰু ছয় জানুৱাৰীত ৪৮ ঘণ্টীয়া কর্মবিৰতি কাৰ্যসূচী পালন কৰা হ’ব।

তেওঁ গভীৰ আক্ষেপ কৰি কয় যে চৰকাৰে বাট-পথৰ উন্নয়নৰ দায়িত্ব এৰি কেৱল চালকক দোষী সাব্যস্ত কৰাৰ প্ৰৱণতা গঢ়ি উঠিছে। কেতিয়াবা চালকে পথৰে যোৱা আন মানুহক বচাবলৈ গৈ গাড়ী নিয়ন্ত্রণ হেৰুৱাই নিজেই মৃত্যুমুখত পৰে। কোনো চালকে ইচ্ছাকৃতভাবে দুর্ঘটনা সংঘটিত নকৰে বুলি মন্তব্য কৰি আহমেদে ন্যায় সংহিতাৰ পৰা চালক বিৰোধী ‘হিট এণ্ড ৰাণ‘ বিষয়টো বাদ দিয়াৰ দাবী জনায়।

সংবাদমেলত অংশ লোৱা পৰিবহণ খণ্ডৰে জড়িত ৰবীন্দ্ৰ কুমাৰ দত্তই তীব্র ক্ষোভ প্রকাশ কৰি কয়, ‘আইনখন বাতিলৰ দাবীত পৰিবহণ খণ্ডই অব্যাহত ৰখা আন্দোলন বাতিল কৰা হৈছে বুলি অপপ্ৰচাৰ আৰম্ভ হৈছে কিন্তু আমি কেন্দ্রীয় গৃহ সচিবৰ প্ৰতিশ্রুতি মানি লোৱা নাই।’ দত্তই কয় যে সংসদত গৃহীত হোৱা আইন এখনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হৈ যোৱাৰ পাছত কোনো গৃহ সচিবে এই আইনখন কার্যকৰী নকৰো বুলি কোৱাটো কোনোপধ্যে মানি ল’ব নোৱাৰি।

এতিয়া চৰকাৰে আইনখন কার্যকৰী নকৰে বুলি ফাকি দি কোনো লাভ নাই বুলিও স্পষ্ট কৰি দিয়ে। তেওঁ এই বুলিও কয় যে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিবাদী কাৰ্যসূচী আৰম্ভণিহে। তেওঁ কয় যে এই আইনে কেৱল বাণিজ্যিক বাহনৰ চালককে নহয়, ব্যক্তিগত খণ্ডৰ বাহনৰ চালকৰ ক্ষেত্ৰতো প্রযোজ্য হ’ব। সমাজৰ সকলো, শ্রেণীকে এই আইনে সামৰি ল’ব বুলি মন্তব্য কৰি তেওঁ কয় যে কেন্দ্রীয় গৃহ সচিবে এই আইনখন ৰখাই থব নোৱাৰে। এই ক’লা আইনখনৰ বাবে চালকে এতিয়া গাড়ীৰ ষ্টিয়েৰিঙত ধৰিবলৈ ভয় খাইছে। কিয়নো দুর্ভাগ্যবশতঃ যদি কোনো দুর্ঘটনা হয় ১০ বছৰৰ কাৰাদণ্ড হ’ব আৰু সাত লাখ টকাৰ জৰিমনা ভৰিব লাগিব।

এই ধন এজন চালকে ক’ৰ পৰা দিব বা চালকজন কাৰাগাৰত থাকিলে তেওঁৰ পৰিয়ালটো কোনে পোহ-পাল দিব বুলিও দত্তই প্রশ্ন কৰে। এনেবোৰ কাৰণতে চালকসকলে পৰা দুদিন ষ্টিয়েৰিঙত ধৰাৰ পৰা বিৰত থাকি কৰ্মবিৰতি পালন কৰিব।

সংবাদমেলত পেট্র’লিয়াম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাসে কয় যে সমগ্র দেশজুৰি এই আন্দোলনটো মূলতঃ চালকসকলে আৰম্ভ কৰিছিল। পাছতহে মটৰ পৰিবহণ, কংগ্ৰেছে এই আন্দোলনৰ নেতৃত্ব দিয়ে। তেওঁ কয় যে কেন্দ্রীয় গৃহ সচিবে পৰিবহণ সন্থাৰ লগত আলোচনাত বহি আইনখন সদ্যহতে কাৰ্যকৰী কৰা নহয় আৰু ভৱিষ্যতেও পৰিবহণ সংস্থাসমূহবে আলোচনা কৰিহে আইনখন কৰা হ’ব বুলি প্রতিশ্রুতি দিছে যদিও এয়া পৰিবহণ সন্থাসমূহে মানি লোৱা নাই।

একমাত্র অসমতে এই আইনৰ বিৰুদ্ধে দুদিনজোৰা কৰ্মবিৰতি আৰম্ভ হ’ব ইয়াৰ পাছতে দেশজুৰি এই আন্দোলন আৰম্ভ হোৱাটো নিশ্চিত। তেওঁ কয় যে যদি অসমত এনেদৰে তিনিদিন কর্মবিৰতি কৰা হয় তেন্তে চৰকাৰ- প্রশাসন সকলো ব্যর্থ হৈ পৰিব।

পৰৱর্তী দুদিনতে ৰাজ্যত ইন্ধনকে ধৰি খাদ্য সামগ্ৰীৰো মজুত হ্রাস পাব বুলি তেওঁ সকীয়াই দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে যেতিয়ালৈকে ক’লা আইনখন বাতিল নহয় তেতিয়ালৈকে এই আন্দোলন চলিব আৰু নিঃসন্দেহে দীঘলীয়া হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 48 hr Transport StrikeAssamBegins TodayHit And Run Low
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d