Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Driver Protest Against Hit And Run Low:কাইলৈ পুৱা পাঁচ বজাৰ পৰা ৰাজ্যজুৰি বন্ধ থাকিব দিবা-নৈশ বাছসেৱা

হিট এণ্ড ৰান ভেহিকল এক্টৰ বিৰুদ্ধে চালকৰ প্ৰতিবাদ, বন্ধ থাকিব অলা উবেৰ, নচলে টেংকাৰ, গেছ চিলিণ্ডাৰ কঢ়িয়াই বাহন

publisher by publisher
January 4, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Driver Protest Against Hit And Run Low:কাইলৈ পুৱা পাঁচ বজাৰ পৰা ৰাজ্যজুৰি বন্ধ থাকিব দিবা-নৈশ বাছসেৱা
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Srirampur:শ্ৰীৰামপুৰ গেটেৰে অসমত প্ৰৱেশ কৰিবলগীয়া স্ক্রেপভৰ্তি ট্ৰাক আবদ্ধ

Ola-Uber : অ’লা-ওবেৰ প্ৰতিষ্ঠানৰ শোষণ-লুণ্ঠনৰ বিৰুদ্ধে মতঘৰীয়াৰ ৰাজপথত কেব চালকৰ উত্তাল প্ৰতিবাদ

Driver Protest Against Hit And Run Low:

কেন্দ্ৰই নতুনকৈ প্ৰৱৰ্তন কৰিব লোৱা হিট এণ্ড ৰান ভেহিকল এক্ট বাতিলৰ দাবীত কাইলৈ পুৱা পাঁচ বজাৰ পৰা ৰাজ্যজুৰি বন্ধ থাকিব দিবা- নৈশ বাছ সেৱা ৷ এই সন্দৰ্ভত নৈশ বাছ চালক সন্থাৰ কৰ্মকৰ্তা তথা’ লাইফ অৱ এ ড্ৰাইভাৰ ‘গ্ৰন্থলেখক ৰূপম দত্তই এক সংবাদমেলত সদৰি কৰে যে শুক্ৰবাৰে পুৱা পাঁচবজাৰ দুদিন ধৰি স্তব্ধ হ’ব দিবা-নৈশ বাছসেৱা ৷ ফলত উজনি- নামনি নচলে নৈশবাছ সেৱা ৷

ADVERTISEMENT

কেন্দ্ৰই ভেহিকল এক্ট বাতিল নকৰালৈকে ক্ষান্ত নহয় চালক সকল ৷ চালকৰ কৰ্মবিৰতি অব্যাহত থাকিব বুলি ইতিমধ্যে নতুন দিল্লীত হুংকাৰ দিছে ৷

hit and run 2উল্লেখ্য যে,হিট এণ্ড ৰান ভেহিকল এক্ট বাতিলৰ দাবীত অলা,উবেৰ আৰু পেট্ৰলিয়াম মজদুৰ ইউনিয়নে কাইলৈ পৰা দুদিনীয়া কৰ্মবিৰতি ঘোষণা কৰিছে ৷
পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ এই আন্দোলনৰ ফলত ডিজেল- পেট্ৰল, ৰে’লৰ ইন্ধন আৰু এল পি জি চিলিণ্ডাৰ সৰবৰাহ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিব ৷

উল্লেখ্য যে ,কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন আইন অনুসৰি, ৰাজপথত কোনো লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হ’লে সংশ্লিষ্ট বাহন খনৰ চালকে ১০ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ভৰিব লাগিব সাত লাখ টকা পৰ্যন্ত জৰিমনা ৷ একেদৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আঘাতপ্ৰাপ্ত লোকক ততাতৈয়াকৈ নিব লাগিব নিকটৱৰ্তী চিকিৎসালয়লৈ ৷ এই বিষয়ে জনাব লাগিব স্থানীয় আৰক্ষী থানাত ।

কেন্দ্ৰৰ এই আইন খন ক’লা আইন বুলি অভিহিত কৰি ইতিমধ্যে জাঙুৰ খাই উঠিছে বিভিন্ন মটৰ পৰিবহন শ্ৰমিক সংগঠন ৷ বিশেষকৈ অসমৰ দিবা- নৈশ বাছ চালকসকলে এই আইন শীৰ্ঘেই প্ৰত্যাহাৰ নকৰা পৰ্যন্ত অবিৰাম কৰ্মবিৰতি অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ৷

hit and run 1ইতিমধ্যেই মহাৰাষ্ট্ৰ, কাশ্মীৰ,ছত্তীশগড় মধ্যপ্ৰদেশ, পশ্চিম বংগ, পাঞ্জাৱত চালকসকলে আৰম্ভ কৰিছে প্ৰতিবাদ। স্তব্ধ কৰি দিছে ৰাজপথ৷ ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

আনহাতে, এই প্ৰতিবাদত পেট্ৰলিয়াম মজদুৰ ইউনিয়নে অংশগ্ৰহণ কৰাৰ ফলত ৰাজ্যসমূহত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে । মায়ানগৰী মুম্বাইত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ব্যাপক নাটনি হোৱাত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে হোটেল- ৰেষ্টুৰেণ্ট৷ ইপিনে, আন্দোলনৰ ব্যাপক প্ৰভাৱ পৰা সংশ্লিষ্ট ৰাজ্য সমূহৰ তেল ডিপো সমূহত তেলৰ বাবে গ্ৰাহকৰ নিশাৰে পৰা দীঘলীয়া শাৰী ৷

এনে প্ৰেক্ষাপটত কাইলৈৰ পৰা দুদিনৰ বাবে অসমতো মটৰ – শ্ৰমিক সংগঠন সমূহে অনুৰূপ কৰ্মবিৰতি ঘোষণা কৰাত পেট্ৰল,ডিজেল,ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱাৰ আশংকা কৰা হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against Hit And Run LowDriver protestNight bUS Drivers On StrikeRupam DuttaUnion Govt New Low
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d