17 Flights Canceled In New Delhi Due To Heavy Fog:​ঘন কুৱঁলি আৰু ঠাণ্ডাৰ প্ৰকোপৰ কবলত দিল্লী-এনচি আৰ

ঘন কুৱঁলিৰ বাবে নতুন দিল্লীত বাতিল ১৭ খন বিমানৰ উৰণ

delhi

17 Flights Canceled In New Delhi Due To Heavy Fog:​

দেশৰ ৰাজধানী মহানগৰ দিল্লী আৰু এন চি আৰ প্ৰচণ্ড ঠাণ্ডাৰ কবলত ৷ ইতিমধ্যে ঘন কুঁৱলীৰ বাবে দিল্লী- এন চি আৰত তৎকালেই বাতিল কৰা হৈছে ৷ বিমানৰ উৰণ ৷ ১৭খনকৈ বিমান বাতিল কৰা হৈছে ।

আনহাতে শেহতীয়া খবৰ অনুসৰি ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত ৩০ খনকৈ বিমান উৰণত পলম হোৱাত যাত্ৰীৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ।

একেদৰে ঘন কুঁৱলীয়ে সমগ্ৰ দিল্লী চহৰ ঢাকি পেলোৱাৰ বাবে ইতিমধ্যে বাতিল কৰা হৈছে কে’বা যাত্ৰীবাহী ৰে’লৰ চলাচল ।

Exit mobile version