Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Us Winter Storm : আমেৰিকাত শীতকালীন ধুমুহাই লৈছে ভয়ংকৰ ৰূপ !

প্ৰচণ্ড ঠাণ্ডাত নিমিষতে গোট মাৰিছে উতলি থকা পানী

publisher by publisher
December 24, 2022
in International
Reading Time: 3 mins read
0
Us Winter Storm : আমেৰিকাত শীতকালীন ধুমুহাই লৈছে ভয়ংকৰ ৰূপ !
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

Us Winter Storm :

আমেৰিকাত আৰম্ভ হোৱা শীতকালীন ধুমুহাই নিদ্ৰা হৰণ কৰিছে সকলোৰে । ইতিমধ্যে শক্তিশালী ৰাষ্ট্ৰখনত ছুটীৰ পৰিকল্পনা বাতিল কৰা হৈছে ।
ধুমুহাৰ সমান্তৰালকৈ অহা প্ৰচণ্ড ঠাণ্ডাই নিমিষতে উতলি থকা পানী গোট মাৰি যোৱা এটা পৰিবেশৰ সৃষ্টি কৰিছে ।
দক্ষিণৰ নাতিশীতোষ্ণ ৰাজ্যসমূহত এই ঠাণ্ডা ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰিছে ।

ADVERTISEMENT

ইয়াৰ ফলত শুকুৰবাৰে এক মিলিয়নতকৈ অধিক লোক আন্ধাৰত নিমগ্ন হ’বলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে । চাৰিওদিশে অন্ধকাৰে ছানি ধৰিছে ।

এই ‘বোমা ঘূৰ্ণী বতাহ’ৰ ফলত এতিয়া দেশখনৰ কে’বাটাও ঘাইপথ আৰু বিমান কোঠ বন্ধ কৰি দিয়া হৈছে । নেচনেল ৱেদাৰ চাৰ্ভিছ ( এন ডাব্লিউ এছ ) ৰ মতে , এই বতাহৰ ঠাণ্ডা ৫৫ ফাৰেনহাইট ( ৪৮ চেলছিয়াছ) পৰ্যন্ত হ্ৰাস পোৱাৰ বাবে ২০ কোটিতকৈ অধিক লোক আক্ৰান্ত হৈছে ।

এই ঠাণ্ডা ঘূৰ্ণী বতাহৰ বাবে এখন বাহন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ধৰাত সমগ্ৰ অঞ্চলটোত প্ৰায় চাৰি ঘণ্টা ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।

ট্ৰেকাৰ poweroutage.us ৰ মতে এই ঠাণ্ডাৰ ফলত ইতিমধ্যে বিদ্যুৎবিহীন হৈ পৰা লাখ লাখ লোকৰ বাবে বিশেষ চিন্তাৰ কাৰণ হৈ পৰিছে ।

মেক্সিকোৰ পৰা অহা প্ৰবজনকাৰী লোকসকলে ইতিমধ্যে গীৰ্জা , বিদ্যালয় আৰু সাহাৰ্য শিৱিৰত আশ্ৰয় লোৱা দেখা গৈছে ।
অধিকাংশ লোকে এই ঠাণ্ডা ঘূৰ্ণী বতাহলৈ কেৰেপ নকৰি অৰ্থাৎ ১৫ ফাৰেনহাইট উষ্ণতাত বাহিৰলৈ ওলাই যোৱাত অধিকাংশ লোক এই বতাহৰ কৱলত পৰিবলগীয়া হৈছে ।

গৃহহীন লোকসকলক সহায় কৰিবলৈ ওলাই অহা বে-চৰকাৰী সংস্থা ‘নাইট মিনিষ্ট্ৰি’ ৰ এজন স্বেচ্চাসেৱকে কয় যে , এই আক্ৰান্তিক লোকসকলক কোট , টুপী , গ্ল’ভছ , থাৰ্মেল আণ্ডাৰৱেৰ , কম্বল আৰু শোৱা বেগ , হাত-ভৰি গৰম কৰা যন্ত্ৰ প্ৰদান কৰা হৈছে ।

ইফালে চেলভেচন আৰ্মীৰ চিকাগো অঞ্চলৰ অধিনায়ক মেজৰ কেলেব চেনে কয় যে , ইতিমধ্যে গৃহহীন লোকৰ বাবে অধিক আশ্ৰয় শিৱিৰ মুকলি কৰা হৈছে । মেজৰ কেলেবে কোৱা অনুসৰি অধিকাংশ মানুহ বৰ্তমানৰ পৰিস্থিতিক লৈ সাংঘাটিক ধৰণে ভীতিগ্ৰস্ত হৈ পৰিছে ।

একেদৰে অণ্টাৰিঅ’ৰ কেলেডনৰ জেনিফাৰ কেম্পবেলে এএফপিক কয় , ‘’ মই ভাবো আমি প্ৰতি বছৰে এইধৰণৰ ডাঙৰ ধুমুহাৰ সৈতে মুখামুখি হওঁ আৰু আমি সেই পৰিস্থিতিক নিজক খাপ খুৱাই লওঁ । যিহেতু আমি কানাডিয়ান , আমি সেইদৰে নিজক খাপ খুৱাই ল’ব পাৰো ।‘’
উত্তৰ আৰু দক্ষিণ ডাকোটা , ওকলাহোমা , আইঅ’ৱা আৰু অন্যান্য ঠাইৰ পৰিবহন বিভাগে তুষাৰপাতৰ প্ৰতিবেদন দাখিল কৰি বাসিন্দাসকলত ঘৰতে থাকিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে ।

আনহাতে , বৃহস্পতিবাৰে ওকলাহোমাত দুজন লোক তীব্ৰ যান-জঁটত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । একেদৰে অহাইঅ’ত ৫০ খনকৈ বাহন বৰফৰ স্তূপত আবৃত হৈ পৰিছে । ফলত এজন লোকৰ মৃত্যু হৈছে ।

মিচিগানতো ছখনকৈ ট্ৰেক্টৰৰ ট্ৰেইলাৰে সংঘটিত কৰা দুৰ্ঘটনাত সমগ্ৰ পথছোৱাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় । ইতিমধ্যে এই দুৰ্ঘটনাত তিনিজনকৈ লোকৰ মৃত্যু হৈছে ।

শুকুৰবাৰে বিয়লিলৈকে ২৪ ঘণ্টাৰ ভিতৰত বায়ুৰ চাপ তীব্ৰভাৱে হ্ৰাস পোৱাত এই ধুমুহাৰ নাম ‘’ বোমা ঘূৰ্ণী বতাহ ‘’ বুলি নামাকৰণ কৰা হয় ।

বতৰ বিজ্ঞানীৰ মতে , এই বতাহে প্ৰচণ্ড বৰষুণ বা বৰফৰ সৃষ্টি কৰিব পাৰে । আনকি উপকূলীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰিব পাৰে আৰু লগতে হাৰিকেন বতাহৰ সৃষ্টি কৰিব পাৰে ।

উল্লেখ্য যে , এই বতাহৰ ঠাণ্ডাৰ প্ৰকোপ ইমানেই বেছি যে , পাঁচ মিনিটতকৈ বেছি সময় বাহিৰত থাকিলে মানুহৰ গাৰ ছাল হিমৰ কৱলত পৰিব পাৰে ।

এনে পৰিস্থিতিত একাংশ লোকে উতলা পানী নিমিষতে বৰফ হৈ যোৱা এক ভিডিঅ’ পষ্ট কৰি ইয়াৰ ভয়াৱহতা চ’ছিয়েল মিডিয়াৰ যোগে চেয়াৰ কৰা পৰিলক্ষিত হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaStormWnter
publisher

publisher

Related Posts

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

September 9, 2026
লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে

September 8, 2026
আমেৰিকাত মেহেন্দী লগাই ১০ ঘণ্টাত এক লাখ টকা উপার্জন ভাৰতীয় ছফ্টৱেৰ অভিযন্তা যুৱতীৰ

পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d