Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bangladeshi Woman Arrived in Morajhar in Search of her Indian Husband:ভাৰতীয় স্বামীক বিচাৰি বাংলাদেশী যুৱতী উপস্থিত হ’ল মোৰাঝাৰত

ছৌদি আৰৱতে বিবাহপাশত আবদ্ধ হােৱা বাংলাদেশৰ ৰীণা আখতাৰৰ নাম অসমৰ ভোটাৰ তালিকাত হাজিৰা বেগম, কোনে জালিয়াতিৰে বনাই দিলে ভোটাৰ আইডি, আধাৰ কাৰ্ড, বেংক একাউণ্ট

publisher by publisher
January 24, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Bangladeshi Woman Arrived in Morajhar in Search of her Indian Husband:ভাৰতীয় স্বামীক বিচাৰি বাংলাদেশী যুৱতী উপস্থিত হ’ল মোৰাঝাৰত
2
SHARES
17
VIEWS
ShareShareShareShare

Bangladeshi Woman Arrived in Morajhar in Search of her Indian Husband:

ভাৰতীয় স্বামীৰ প্ৰতাৰণাৰ বলি হৈ স্বামীক বিচাৰি হোজাই জিলাৰ মোৰাঝাৰৰ বিভিন্ন স্থানত অনাই-বনাই ঘূৰি ফুৰিছে এগৰাকী বাংলাদেশী যুৱতী। বাংলাদেশৰ চাদপুৰ জিলাৰ হাইমচৰ থানা অঞ্চলৰ দক্ষিণ আলগি গাঁৱৰ বাসিন্দা মৃত ৰুহুল আমিনৰ কন্যা ৰীণা আখতাৰৰ অভিযোগ অনুসৰি প্রায় চাৰি বছৰ পূর্বে মোৰাঝাৰৰ দুই নম্বৰ শিৱপুৰ গাঁৱৰ আব্দুল বাতেন চৌধুৰী নামৰ এজন যুৱকৰ স’তে সুদূৰ ছৌদি আৰৱত ধর্মীয় নিয়ম অনুসৰি বিয়া ৰীণাৰ হৈছিল।

ADVERTISEMENT

তেওঁৰ বিয়াৰ পাছত আব্দুল বাতেনে বাংলাদেশী মহিলাগৰাকীক মোৱাঝাৰৰ দুই নম্বৰ শিৱপুৰ গাঁৱলৈ লৈ আনে আৰু তাতে দুবছৰ কাল দুয়ো একেলগে গোপনে থাকে। এই সময়ছোৱাত বাংলাদেশী যুৱতীগৰাকীক হাজিৰা বেগম সজাই স্বামীৰ পৰিয়ালে বাংলাদেশী পূৰ্বৰ নাম সলাই ভাৰতীয় ঠিকনাৰে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰাৰ লগতে, ভোটাৰ কাৰ্ড, আধাৰ কার্ড, পেন কার্ড, বেংকৰ পাছবুকো বনোৱা বুলি যুৱতীগৰাকীয়ে সাংবাদিকৰ সন্মুখত তথ্য দাঙি ধৰিছে।

RelatedPosts

No Content Available

যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, ৬২ নম্বৰ বিন্নাকান্দি সমষ্টিৰ ১৫১ খণ্ডৰ দুই নম্বৰ শিৱপুৰ মোক্তাব বিদ্যালয় ভোট কেন্দ্ৰৰ অধীনত ভোটাৰ আইডি নম্বৰ ডিচিএছ ১৬৯৪৫৩৮ আৰু ক্রমিক নম্বৰ ২৬৯৩ নাম অন্তর্ভুক্ত হৈ আছে। প্রশ্ন হয়, বাংলাদেশী ৰীণা আখতাৰক কোনে বনালে হাজিৰা বেগম।

অভিযোগ অনুসৰি, জালিয়াতিৰে বাংলাদেশী যুৱতীগৰাকীৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি কৰোৱাই নহয় আধাৰকাৰ্ড, পানকাৰ্ড আৰু বেংক একাউন্ট পর্যন্ত বনোৱা হৈছিল।

অভিযোগ মতে, অসমত দুবছৰ কটাই বাংলাদেশী ৰীণা আখতাৰৰ ফটো ব্যৱহাৰ কৰি হাজিৰা বেগমৰ ভুৱা নামত সকলো নথিপত্র প্রস্তুত কৰা হয়। হোজাই বাসিন্দা আহাদ নামৰ এগৰাকী অধিবক্তাই সকলো নথি প্ৰস্তুত কৰি দিয়া বুলি অভিযোগ কৰিছে ৰীণা আখতাৰে।

এই সকলো নথি প্ৰস্তুত কৰি পুনৰ বাংলাদেশ হৈ ছৌদি আৰৱলৈ গুচি যায় যুৱতীগৰাকী। স্বামী আব্দুল বাতেনো অসমৰ পৰা ছৌদিলৈ গুচি যায়। তাত কিছুদিন কটাই পুনৰ দুয়োজন ভাৰতলৈ ঘূৰি আহে। যোৱা ১৯ জানুৱাৰীত বাংলাদেশ হৈ অসমৰ স্বামী গৃহত উপস্থিত হয় বাংলাদেশৰ বীণা আখতাৰ।

স্বামীও ইতিমধ্যে নিজ গৃহত উপস্থিত হয়। স্বামীগৃহত অহাৰ পাছত স্বামী পৰিয়াল আৰু নথি প্ৰস্তুত কৰা অধিবক্তা আহাদে তেওঁলোকৰ চাৰিটাকৈ ম’বাইল ফোন জব্দ কৰাৰ লগতে যুৱতীগৰাকীৰ হাত-ভৰি বান্ধি বেয়াকৈ প্ৰহাৰ কৰাৰো অভিযোগ কৰে যুৱতীগৰাকীয়ে।

আনকি অধিবক্তা আহাদে বাংলাদেশী যুবতীগৰাকীক উলংগ কৰি শাৰীৰিক নির্যাতন কৰাৰো গুৰুতৰ অভিযোগ কৰে যুৱতীগৰাকীয়ে। কেবল সেয়াই নহয়, যুৱতীগৰাকীয়ে স্বামীৰ স’তে ছৌদিত থাকি কাম কৰি পোৱা সমস্ত ধন সম্পদো স্বামী পৰিয়ালে হস্তগত কৰাৰো অভিযোগ কৰিছে।

২২ জানুৱাৰীৰ মাজনিশা মোৰাঝাৰ আৰক্ষীয়ে ঘটনাৰ খবৰ পাই যুৱতীগৰাকীক শিৱপুৰৰ এটা বন্ধ কোঠাৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ আনে। সম্প্রতি আশ্রয়গৃহত ৰখা হৈছে যুৱতীগৰাকীক। ভাৰতৰ ভ্ৰমণ ভিছা লৈ অসমলৈ অহা যুৱতীগৰাকীয়ে অভিযুক্ত স্বামী সহ নির্যাতনকাৰী অধিবক্তা আৰু বাকীসকলৰ বিৰুদ্ধে মোৰাঝাৰ থানাত গোচৰ তৰিছে।

এতিয়া প্রশ্ন হয়, এগৰাকী বাংলাদেশী মহিলা দুবছৰ কাল ধৰি ভাৰতৰ ভূমিত থাকি ভোটাৰ তালিকাত ভুৱা নাম সোমোৱাৰ লগতে বাকী সকলো ধৰণৰ নথি-পত্র কেনেকৈ প্রস্তুত কৰিলে, সেয়া এক ‘ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বাংলাদেশী যুৱতীগৰাকীয়ে নাম লোৱা জাল নথিপত্র প্রস্তুত কৰা আহাদ নামৰ অধিবক্তাগৰাকীক তদন্তৰ আওতাত আনি সমগ্র ৰহস্য উদ্‌ঘাটনৰ বাবে দাবী জনাইছে সচেতন মহলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arrived in MorajharBangladeshi WomanIndian Husband
publisher

publisher

Related Posts

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d