Telengana Anti Curruption Raid :তেলেংগানাৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত চৰকাৰী বিষয়াৰ বাসগৃহত উদ্ধাৰ ১০০ কোটি টকাৰ সম্পত্তি

telengana

Telengana Anti Curruption Raid :

তেলেংগানাৰ এজন জ্যেষ্ঠ চৰকাৰী আমোালাৰ বাসগৃহত উদ্ধাৰ ১০০ কোটি টকাৰ সম্পত্তি ৷

ইতিমধ্যে ৰাজধানী চহৰ হায়দৰাবাদৰ ২০টাকৈ ঠাইত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই অগাধ ধন–সম্পত্তি জব্দ কৰিছে ৷

উল্লেখ্য যে,তেলেংগানা ৰিয়েল ষ্টেট ৰেগুলেটৰী অথ’ৰিটীৰ সচিব শিৱ বালাকৃষ্ণৰ বাসভৱন আৰু অন্য ঠাইত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই ১০০ কোটি মূল্যৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী জব্দ কৰে৷ নগদ ধন জব্দ কৰে প্ৰায় ৫৫ লাখ টকা ৷

Exit mobile version