Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CM Vigilance Searches Kamrup(M) ADC Sukanya Bora’s Gandhibasti Residence:কাৰাৰুদ্ধ কামৰূপৰ এডিচি সুকন্যা বৰাৰ গান্ধীবস্তুীৰ বাসগৃহত চিএম ভিজিলেন্সৰ অভিযান

আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান ভিজিলেন্সৰ ,অভিযান চলাব ছয়মাইলত থকা আন এটা বাসগৃহত

publisher by publisher
December 12, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
CM Vigilance Searches Kamrup(M) ADC Sukanya Bora’s Gandhibasti Residence:কাৰাৰুদ্ধ কামৰূপৰ এডিচি সুকন্যা বৰাৰ গান্ধীবস্তুীৰ বাসগৃহত চিএম ভিজিলেন্সৰ অভিযান
6
SHARES
63
VIEWS
ShareShareShareShare

RelatedPosts

CM vigilance:সাংসদ পুঁজিৰ কেলেংকাৰি সন্দৰ্ভত আইএছএ বিষয়াক জেৰাৰ বাবে তৎপৰ চিএম ভিজিলেঞ্চ

Mp Ajit Kr Bhuyan:সাংসদ অজিত ভূঞাসহ ১০ জনৰ বিৰুদ্ধে ২৪০ পৃষ্ঠাৰ অভিযোগনামা

ACS officer Sharmistha Barah has been dismissed : এচিএছ বিষয়া শৰ্মিষ্ঠা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত

CM Vigilance Searches Kamrup(M) ADC Sukanya Bora’s Gandhibasti Residence:

বহুচৰ্চিত সাংসদ পুঁজিৰ কেলেংকাৰীৰে জড়িত হৈ থকাৰ অভিযোগত ইতিমধ্যে নিলম্বিত হোৱা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সুকন্যা বৰাৰ মহানগৰীৰ গান্ধীবস্তিৰ বাসগৃহত মঙলবাৰে পুৱাৰে পৰা চি এম ভিজিলেঞ্চে অভিযান চলাই।

ADVERTISEMENT

উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ২০২১-২২ বিত্তীয় বৰ্ষত সংঘটিত হৈছিল বিয়াগোম কেলেংকাৰী ৷ চিএম ভিজিলেঞ্চ তদন্তক্ৰমে এই কেলেংকাৰী পোহৰলৈ অনাৰ পাছতে অতিৰিক্ত জিলা আয়ুক্ত গৰাকীক মাৰাথন জেৰা চলাই চি এম ভিজিলেঞ্চে ৷

ইয়াৰ পাছতে ৰাজ্য চৰকাৰে নিলম্বন কৰে এডিচি সুকন্যা বৰাক ৷ উদ্থাপিত অভিযোগ অনুসৰি উল্লিখিতবৰ্ষৰ বাবে সাংসদ পুঁজিৰ বাবে যি ধন মুকলি কৰা হৈছিল ৷ সেই ধন সমুলঞ্চে উদৰস্থ কৰিছিল এডিচি সুকন্যা বৰা সহ এটা চক্ৰই ৷

মনকৰিবলগীয়া যে, চৰকাৰী নথিত পথ নিৰ্মাণৰ দেখুওৱা হৈছিল যদিও পৰৱৰ্তী সময়ত চি এম ভিজিলেঞ্চে পথ নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰি ক’তো দেখা নাপালে পথৰ চিনচাৱ ৷ আনকি উন্নয়নমূলক কামৰ একো দেখা নাপালে ভিজিলেঞ্চে ৷

বৰং উন্নয়নমূলক কামৰ সকলো ধন উদৰস্থ কৰিছিল সুকন্যা কোং এণ্ড কোম্পানীয়ে ৷ যাৰবাবে সাংসদ পুঁজিৰ ধন হজম কৰাৰ অভিযোগত নিলম্বন হোৱাই নহয় সম্প্ৰতি ৰঙাঘৰৰ আলহী সুকন্যা বৰা ৷

মঙলবাৰে আয়ৰ বিপৰীতে অধিক সম্পত্তি থকা গোচৰত সুকন্যা বৰাৰ গান্ধীবস্তীস্থ বাসগৃহত চিএম ভিজিলেঞ্চে তালাচি চলায় ৷ প্ৰাপ্ত খবৰ অনুসৰি ভিজিলেঞ্চে বৰাৰ ছয়মাইলত থকা আন এটা গৃহটো তালাচি চলাব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CM Vigilance SearchesGandhi BastiKamrup(M) ADC Sukanya Bora's ResidenceMp Fund Scam
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d